Lesson 4

জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ 

(Biodiversity and Conservation)


প্ৰশ্নাৱলী

1. জৈৱ বৈচিত্ৰ্যতা কাক বোলে? জিনীয় বৈচিত্ৰ্যতা, প্ৰজাতি বৈচিত্ৰ্য়তা আৰু পৰিৱেশীয় বৈচিত্ৰ্যতা বৰ্ণনা কৰা। 

উত্তৰঃ 

2. ভাৰতৰ জৈৱ  ভৌগলিক অৱস্থান সমূহ কি কি?

উত্তৰঃ

3. জৈৱ বৈচিত্ৰ্যতাৰ মূল্য বুলিলে কি বুজা? জৈৱ  বৈচিত্ৰ্যতাৰ বিভিন্ন মূল্য সমূহ বৰ্ণনা কৰা। 

উত্তৰঃ

4. উষ্ণ জৈৱ বৈচিত্ৰ্যতাৰ অঞ্চল কাক বোলে? ভাৰতত কেইখন এনেধৰণৰ অঞ্চল পোৱা যায়?

উত্তৰঃ

5. ৰাষ্ট্ৰীয় আৰু  আঞ্চলিক পৰ্য্যায়ত জৈৱ বৈচিত্ৰ্যতা বৰ্ণনা কৰা।

উত্তৰঃ

6. জৈৱ বৈচিত্ৰ্যতাৰ প্ৰতি থকা প্ৰধান ভাবুকি সমূহ বাখ্যা কৰা।

উত্তৰঃ

7. মানুহ আৰু বন্য় জন্তুৰ মাজত হোৱা সংঘৰ্ষৰ প্ৰধান কাৰক সমূহ কি কি?

উত্তৰঃ 

8. ৰেড ডাটা বুক কাক বোলে? ভাৰতৰ লুপ্তপ্ৰায় আৰু বিৰল বিৰল প্ৰজাতি সমূহৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ

 9. ৰেড ডাটা কাক বোলে? বিলুপ্ত প্ৰায়, ভালনাৰেবল আৰু দুৰ্ল প্ৰজাতিৰ সূত্ৰ লিখা।

উত্তৰঃ

10. বাসভূমিত সংৰক্ষণ আৰু বাসভূমিৰ বাহিৰত সংৰক্ষেণ বুলিলে কি বুজা? উদাহৰণ দিয়া।

উত্তৰঃ

11. NBPGR আৰু NBAGR ৰ সম্পূৰ্ণ নাম কি? ইহঁত ক'ত অৱস্থিত?

উত্তৰঃ 

12. জৈৱ বৈচিত্ৰ্যৰ স্তৰ সমূহৰ বিষয়ে লিখা।

উত্তৰঃ

13. জৈৱ বৈচিত্ৰ্যতাৰ আৰ্হি সমূহৰ আলোচনা কৰা।

উত্তৰঃ

14. জৈৱ উষ্ণ অঞ্চলৰ বৈশিষ্ট লিখা।

উত্তৰঃ

15. ভাৰত এখন বৃহৎ  জৈৱ বৈচিত্ৰ্য ৰাষ্ট্ৰ  বাখ্যা কৰা।

উত্তৰঃ

16. মানুহ আৰু বণ্য জীৱৰ সংঘাতৰ বিষয়ে লিখা।

উত্তৰঃ

17. জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ বিষয়ে টোকা লিখা।

উত্তৰঃ

18. জৈৱ বৈচিত্ৰ্যৰ সেৱা বিষয়ে লিখা।

উত্তৰঃ


চমু উত্তৰ দিয়াঃ

1. জৈৱ বৈচিত্ৰ্যতা কাক বোলে?

উত্তৰঃ

2. কলাকৰ্ষণ কি?

উত্তৰঃ

3. UNCED মানে কি?

উত্তৰঃ

4. জৈৱ বৈচিত্ৰ্যত উষ্ণ অঞ্চল শব্দটো কোনে দিছিল?

উত্তৰঃ

5. জৈৱ বৈচিত্ৰ্যতাক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ

6. জৈৱ ভৌগলিক অঞ্চল সমূহৰ নাম লিখা।

উত্তৰঃ

7. জৈৱ বৈচিত্ৰ্যতাৰ দিশৰ পৰা বিশ্বত ভাৰতৰ স্থান কি?

উত্তৰঃ

8. ভাৰতত কেইখন উষ্ণ জৈৱ বৈচিত্ৰ্য অঞ্চল আছে?

উত্তৰঃ

9. পৃথিৱীৰ বুকুৰ পৰা হেৰাই যোৱা দুবিধ জীৱৰ নাম লিখা।

উত্তৰঃ

10. আঞ্চলিক জৈৱ প্ৰচুৰ্য্যতা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ

11. ভাৰতত এতিয়ালৈকে কিমান প্ৰজাতিৰ উদ্ভিদ চিনাক্তকৰণ কৰা হৈছে?  

উত্তৰঃ

12. ভাৰতত  কিমান সংখ্যক প্ৰাণীৰ প্ৰজাতি চিনাক্তকৰণ কৰা হৈছিল? 

উত্তৰঃ

13. জৈৱ বৈচিত্ৰ্যৰ উষ্ণ অঞ্চলবোৰত বিশ্বৰ কিমান প্ৰজাতি পোৱা যায়? 

উত্তৰঃ

14.  ভাৰতবৰ্ষত কেইখন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য পোৱা  যায়?

উত্তৰঃ

15. চমুটোকা লিখাঃ

(a) পবিত্ৰ  কুঞ্জ   (b) ৰাষ্ট্ৰীয়য় উদ্যান 

(c) অভয়াৰণ্য     (b) ৰেড ডাটা বুক

(e) লুপ্ত প্ৰায় প্ৰাণী    (f) ভালনাৰেবল প্ৰাণী

(g) বিৰল প্ৰাণী      (h)  বিলুপ্ত প্ৰাণী

(i) দুৰ্ল ভ প্ৰাণী     (j) পশ্চিম  ঘাট অঞ্চল

(k) উষ্ণ জৈৱ বৈচিত্ৰ্যতা  (l) স্থানিকতা 

(m) প্ৰজাতি বৈচিত্ৰ্যতা (n) পৰিৱেশীয় বৈচিত্ৰতা

(o) জিনীয় বৈচিত্ৰঅযতা  (p) আবাসভূমিৰ ক্ষতি

(p) জীৱ মণ্ডল সংৰক্ষঋণ

◼◼◼



Type : Priyam Jyoti Patar




Post ID : DABP004719