বিভিন্ন প্ৰকাৰৰ বেংক হিচাপে

প্ৰশ্নাৱলী

1. Give the definition of Banker. (বেংকাৰৰ সংজ্ঞা দিয়া।)

2. Give the definition of customer. (গ্ৰাহকৰ সংজ্ঞা দিয়া।)

3. Whar are the different types of Accounts?

বিভিন্ন প্ৰকাৰৰ হিচাপবোৰ কি?

4. What is saving deposit account? What are its advantages? Explain.

সঞ্চয়ী জমা হিচাপে কি? ইয়াৰ সুবিধাসমূহ কি? ব্যাক্যা কৰা.

5. What are the procedure of opening saving deposit account?

সঞ্চয়ী জমা হিচাপে খোলাৰ পদ্ধতি কি?

6. What is current deposit account? Mention the characteristics of current deposit account?

চলিত জমা হিচাপে কি? চলিত জমা হিচাপৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

7. Explain the advantages of current deposit account?

চলিত জমা হিচাপৰ সুবিধাসমূহ ব্যাখ্যা কৰা।

8. Discuss the procedure to open current deposit account?

চলিত জমা হিচাপে খোলাৰ পদ্ধতি আলোচনা কৰা।

9. What is Fixed deposit account. Mention the essential features of fixed deposit account.

স্থায়ী জমা হিচাপ কি?স্থায়ী জমা হিচাপৰ আৱশ্যকীয় বৈশিষ্টসমূহ উল্লেখ কৰা।

10. Discuss the procedure to open fixed deposit Account?

স্থায়ী জমা হেচাপ খোলাৰ পদ্ধতি আলোচনা কৰা।

11. What is Recurring deposit account? Mention the characteristics of recurring deposit account

ৰেকাৰিং জমা হিচাপ কি? ৰেকাৰিং জমা হিচাপৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

12. Distinguish between:(প্ৰভেদ লিখা)ঃ

(a) Fixed deposit and saving deposit account

স্থায়ী জমা আৰু সঞ্চয়ী জমা হিচাপ।

(b) Fixed deposit & current deposit account

স্থায়ী জমা হিচাপ আৰু চলিত জমা হিচাপ।

(c) Saving deposit & current deposit account

সঞ্চয়ী জমা হিচাপ আৰু চলিত জমা হিচাপ।

13. What is pay-in-slip book? Give a specimen copy of a pay-in-slip book.

পে-ইন-শ্লিপ বুক কি? এখন পে-ইন-শ্লিপৰ নমুনা আঁকি দেখুওৱা।

14. What is pass Book? Give a specimen copy of a pass book?

পাচবুক কিয পাচবুক নমুনা দেখুওৱা।

15. What is cheque book? (চেকবুক কি)

16. What is insurance of Bank deposit? What are its objectives?

বেংক আমানত বীমা কি? ইয়াৰ উদ্দেশ্যসমূহ কি কি?

17. Give the meaning of credit card & ATM.

ক্ৰেডিট কাৰ্ডৰ আৰু এটিমৰ অৰ্থ লিখা।

18. Write short notes on: (চমুকৈ লিখাঃ)

(a) ATM (এ.টি.এম)

(b) Credit Card (ক্ৰেডিট কাৰ্ড)

(c) E-Banking (ই-বেংকিং)

(d) Pay-in-slip Book (পে-ইন-শ্লিপ বুক)

(e) Cheque book (চেক বহী)

(f) Pass book (পাচবুক)

19. Discuss the procedure for opening of recouring and fixed deposit account.

ৰেকাৰিং জমা হিচাপ আৰু স্থায়ী জমা হিচাপ খোলাৰ পদ্ধতি আলোচনা কৰা।

20. Distinguish between pass book and cheque book.

পাচবুক আৰু চেক বহীৰ প্ৰভেদ দেখুওৱা।

21. Under what circumstances a person become a customer of a Bank?

কি কি পৰিস্থিতিত এজন ব্যক্তি বেংকৰ গ্ৰাহক হয়?

22. Answer the following: (তলত দিয়াবোৰৰ উত্তৰ দিয়াঃ)

(ক) কেনে হিচাপত বেংকে গ্ৰাহকৰ অধিবিকৰ্ষৰ সুবিধা প্ৰদান কৰে?

(খ) বেংকত গ্ৰাহকে টকা জমা দিওতে ব্যৱহাৰ কৰা প্ৰ-প্ৰত্ৰখনৰ নাম কি?

(গ) কোন হিচাপত গ্ৰাহকে এক নিৰ্দিষ্ট পৰিমাণৰ টকা এক নিৰ্দিষ্ট সময়লৈ প্ৰতিমাহে জমা কৰে?

(ঘ) স্থায়ী জমা হিচাপত বেংকে গ্ৰাহকক কি ৰচিদ প্ৰদান কৰে?

(ঙ) স্থায়ী জমা হিচাপত বেংকে প্ৰদান কৰা সুতৰ পৰিমাণ অন্যান্য হিচাপত প্ৰদান কৰা সুতৰ পৰিমাণতকৈ কম নে বেছি?

(চ) ভাৰতত কেতিয়া আমানত বীমা নিগম আইন প্ৰণয়ন কৰা হয়?

(ছ) কোন হিচাপত বেংকে গ্ৰাহকক এ.টি.এম. কাৰ্ড প্ৰদান কৰে?

23. Fill in the blanks: (খালী ঠাই পূৰ কৰাঃ)

(a) Commercial Banks accept ________ types of deposit.

বাণিজ্যিক বেংকে ________ প্ৰকাৰৰ জমা লয়।

(b) Bank grant overdraft on ________ deposit account.

বাণিজ্যিক বেংকে ________ হিচাপত অধিবিকৰ্ষ প্ৰদান কৰে।

(c) A cheque is drawn on a ________ banker

চেক কোনো ________ বেংকত লিখা হয়।

(d) The deposit Insurance corporation Act was passed in ________

ভাৰতীয় আমানত বীমা নিগম আইন _______ চনত প্ৰণয়ন কৰা হয়।

(e) The rate of interest on ________ account is higher than that on other types of deposit account.

________ হিচাপত সুতৰ হাৰ অন্যান্য হিচাপৰ সুতৰ হাৰতকৈ অধিক।

(f) Generally no interest is given to ________ account.

সাধাৰণতে ________ হিচাপত সুত প্ৰদান কৰা নহয়।

(g) Accepting the deposit and lending of money are ________ functions of the bank.

জমা গ্ৰহণ আৰু ঋণ প্ৰদান বেংকৰ ________ কাৰ্য।


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Type Himanku Bora