জয়ন্ত মাধৱ বৰা বিষয়ে চমু প্ৰশ্ন আৰু উত্তৰ


১। জয়ন্ত মাধৱ বৰা জন্ম ক'ত হৈছিল?

উত্তৰঃ জয়ন্ত মাধৱ দত্তৰ জন্ম হৈছিল-গোলাঘাট জিলাত।

২। কিমান চনত জয়ন্ত মাধৱ বৰা জন্ম হৈছিল?

উত্তৰঃ ১৯৭০ চনত জয়ন্ত মাধৱ বৰা জন্ম হৈছিল।

৩। জয়ন্ত মাধৱ বৰা মাতৃৰ নাম কি?

উত্তৰঃ জয়ন্ত মাধৱ বৰা মাতৃৰ নাম-পুতু বৰা।

৪। জয়ন্ত মাধৱ বৰা পিতৃৰ নাম কি?

উত্তৰঃ জয়ন্ত মাধৱ বৰা পিতৃৰ নাম-দূৰ্গাধৰ বৰুৱা।

৫। জয়ন্ত মাধৱ বৰা কোনখন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে?

উত্তৰঃ জয়ন্ত মাধৱ বৰা দেওঁগাৱৰ কমল দোৱাৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

৬। জয়ন্ত মাধৱ বৰা বি.এড ডিগ্ৰী কৰ পৰা লাভ কৰে?

উত্তৰঃ জয়ন্ত মাধৱ বৰা বি.এড ডিগ্ৰী তেজপুৰৰ পৰা লাভ কৰে।

৭। জয়ন্ত মাধৱ বৰা কেইখন গ্ৰন্থ সংকলন কৰিছিল?

উত্তৰঃ জয়ন্ত মাধৱ বৰা ৮খন গ্ৰন্থ সংকলন কৰিছিল।

৮। জয়ন্ত মাধৱ বৰা কেইখন উপন্যাস লিখিছিল?

উত্তৰঃ জয়ন্ত মাধৱ বৰা ১৩ খন উপন্য়াস লিখিছিল।

৯। জয়ন্ত মাধৱ বৰা কেইখন অনুবাদ গ্ৰন্থ লিখিছিল?

উত্তৰঃ জয়ন্ত মাধৱ বৰা ৫ খন অনুবাদ গ্ৰন্থ লিখিছিল।

১০। কিহৰ যোগে জয়ন্ত মাধৱ বৰা ৬ খন নাটক লিখিছিল?

উত্তৰঃ অনাঁতাৰ কেন্দ্ৰযোগে জয়ন্ত মাধৱ বৰা ৬ খন নাটক লিখিছিল।

১১। কোনখন উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ মৰিয়াহোলা উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

১২। বৰ্তমান জয়ন্ত মাধৱ বৰা কৰ বাসিন্দা আছিল?

উত্তৰঃ বৰ্তমান জয়ন্ত মাধৱ বৰা গুৱাহাটীৰ পাঞ্জাৱাৰীৰ বাসিন্দা।

১৩। জয়ন্ত মাধৱ বৰাই কেইখন চলচ্চিত্ৰ চিত্ৰনাট্য কৰিছে?

উত্তৰঃ জয়ন্ত মাধৱ বৰাই ১ চলচ্চিত্ৰত চিত্ৰনাট্য কৰিছে।

১৪। জয়ন্ত মাধৱ বৰাৰ পেচা কি?

উত্তৰঃ জয়ন্ত মাধৱ বৰাৰ পেচা-সাহিত্যক আৰু চৰকাৰী কৰ্মচাৰী।

১৫। জয়ন্ত মাধৱ বৰাই কিমান চনত সাহিত্য় অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ জয়ন্ত মাধৱ বৰাই ২০১৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।


Type-Bhabesh Bora




Post ID :DABP005360