Chapter 1 

বজাৰকৰণৰ পৰিসৰ আৰু প্ৰকৃতি 

Nature and Scope of Marketing 


প্ৰশ্নাৱলী


চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer question) (marks 3 to 5)


১। 'বজাৰ' পদটোৰ সংজ্ঞা দিয়া। (Define the team 'market'.)

উত্তৰঃ


২। বজাৰকৰণ কি ? (What is marketing?)

উত্তৰঃ


৩। বজাৰকৰণ পৰিচালনা সংজ্ঞা দিয়া। (Define marketing management?)

উত্তৰঃ


৪। বজাৰকৰণ আধুনিক ধাৰণা কি ? (What is the modern concept of marketing?)

উত্তৰঃ


৫। বজাৰ আৰু বজাৰকৰণৰ পাৰ্থক্য় দেখুৱা। (Distinguish between market and marketing.)

উত্তৰঃ


৬। বজাৰ বিভাজনৰ চাৰিটা ভেটি উল্লেখ কৰা। (Stage four bases of classification of market.)

উত্তৰঃ


৭। বজাৰকৰণ মিশ্ৰণ কি ? (What is marketing mix?)

উত্তৰঃ


৮। ভৌগোলিক অঞ্চলৰ ভিত্তিত বজাৰবোৰ কি কি ? (What are the markets on the basis of geographical area?)

উত্তৰঃ


৯। বজাৰকৰণ মিশ্ৰণৰ উপাদানবোৰ কি কি ? (What are the elements of marketing mix?)

উত্তৰঃ 


১০। বজাকৰণ মিশ্ৰণ প্ৰভাৱান্বিত কৰা উপাদানবোৰ কি কি ? (What are the factors affecting marketing mix?)

উত্তৰঃ


১১। সমাজৰ প্ৰতি বজাৰকৰণৰ গুৰুত্ব কি কি ? (What are the importance of marketing the society?)

উত্তৰঃ


১২। বজাৰকৰণৰ সুচলকাৰী কাৰ্যাৱলী কি কি ? (What are the facilitating functions of marketing?)

উত্তৰঃ 


১৩। বজাৰকৰণৰ উদ্দেশ্যৱলী কি কি ? (What are the objectives of marketing?) 

উত্তৰঃ


১৪। বজাৰকৰণৰ আৰু বিক্ৰয়কৰণৰ পাৰ্থক্য়বোৰ কি কি ? (What are the differences between marketing and selling?)

উত্তৰঃ 


১৫। সমাজবিবেচ্য বজাৰকৰণৰ ধাৰণা কি ? (What is societal concept of marketing?)

উত্তৰঃ


১৬। বজাৰকৰণ পৰিৱেশৰ/পাৰিপাৰ্শ্বিকতা বুলিলে কি বুজা ? (What do you mean by marketing environment?)

উত্তৰঃ


দীৰ্ঘ উত্তৰৰ প্ৰশ্নাৱলী  (Long Answer Questions)

১। বজাৰকৰণৰ ধাৰণাবোৰ বৰ্ণনা কৰা। (Describe the concept of marketing?)

উত্তৰঃ


২। বজাৰকৰণৰ কাৰ্যাৱলীৰ বৰ্ণনা কৰা। (Describe the function of marketing?)

উত্তৰঃ


৩। সমাজৰ প্ৰতি বজাৰকৰণৰ গুৰুত্ব আৰু তাৎপৰ্য ব্যাখ্য়া কৰা। (Explain the importance and significance of marketing to the society.)


৪। বজাৰকৰণৰ মিশ্ৰণৰ সাতোটা P-ৰ গাঁথনিটো আলোচনা কৰা। (Discuss the seven-Ps framework of marketing mix.)


৫। বজাৰকৰণৰ মিশ্ৰণৰ ধাৰণাৰ গুৰুত্ব আৰু উপকাৰ ব্যাখ্যা কৰা। (Explain the importance and benefits of marketing mix concepts.)

উত্তৰঃ


৬।নিয়ন্ত্ৰণ অসাধ্য/বাহ্যিক বজাৰকৰণৰ মিশ্ৰণৰ প্ৰভাৱান্বিত কৰা উপাদানবোৰ বৰ্ণনা কৰা।(Describe the uncontrollably/ external marketing mix affecting factors.)

উত্তৰঃ


৭। বজাৰকৰণৰ পৰিৱেশৰ বিশ্লেষণৰ গুৰুত্ব বৰ্ণনা কৰা।

(Describe the importance of marketing environment analysis?)

উত্তৰঃ 


৮। বজাৰকৰণৰ পৰিৱেশৰ প্ৰভাৱান্বিত কৰা সূক্ষ্ম উপাদানবোৰ বৰ্ণনা কৰা।

(Describe the micro environment factors affecting the marketing environment.)

উত্তৰঃ


৯। বজাৰকৰণৰ পৰিৱেশ প্ৰভাৱান্বিক কৰা স্থূল উপাদানবোৰ বৰ্ণনা কৰা।

(Describe the macro environmental factors affecting the marketing environment.)

উত্তৰঃ


১০। ভাৰতৰ বজাৰকৰণৰ বিকাশ আৰু ভৱিষ্য়ৎ সম্পৰ্কে আলোচনা কৰা।

(Discuss about growth and future of marketing in India.)

উত্তৰঃ


১১। ভাৰতৰ বজাৰকৰণৰ বৰ্তমানত গতিধাৰা বৰ্ণনা কৰা।

(Describe the recent trend of marketing in India.)

উত্তৰঃ 


Type: Bhabesh Bora