Chapter 2 (খ)

বজাৰ খণ্ডিতকৰণ/বজাৰ বিভাজিতকৰণ 

Market Segmentation


প্ৰশ্নাৱলী 


চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer Questions) (marks 3 to 5)

১। বজাৰ খণ্ড কি ?

What is market segment?

উত্তৰঃ 


২। বজাৰ খণ্ডিতকৰণ/বিভাজিতকৰণ কি ?

What is market segmentation?

উত্তৰঃ 


৩। 'বজাৰ খণ্ডিতকৰণ বজাৰকৰণ কৌশলৰ প্ৰথমটো পৰ্যায়' মানে কি বুজা ?

What do you mean by 'market segmentation is the first step of marketing strategy'?

উত্তৰঃ 


৪। 'বজাৰ খণ্ডিতকৰণৰ', 'লক্ষ্য় নিৰ্বাচিতকৰণ আৰু 'অৱস্থানকৰণ'ৰ মাজত আন্তঃসংযোগ ব্যাখ্যা কৰা। 

Explain the inter link between 'market segmentation', 'Triacetin' and 'positioning.'

উত্তৰঃ 


৫। বজাৰ খণ্ডিতকৰণৰ উদ্দেশ্য়াৱলী উল্লেখ কৰা। 

Stage the objectives of market segmentation.

উত্তৰঃ 


৬। বজাৰ লক্ষ্য় নিৰ্বাচিতকৰণ কি ?

What is market targeting.

উত্তৰঃ 


৭। বজাৰ অৱস্থাকৰণ কি ?

What is market positioning?

উত্তৰঃ 


৮। বজাৰ খণ্ডিতকৰণ প্ৰণালী/কাৰ্য পদ্ধতিৰ চমু বৰ্ণনা দিয়া ?

Give short description of market segmentation procedure.

উত্তৰঃ 


৯। সফল বজাৰ খণ্ডিতকৰণৰ নিৰ্ণায়ক গুণবোৰ  কি কি ?

What are the criteria/attributes for success of market segmentation?

উত্তৰঃ 


১০। ব্যক্তি বৈশিষ্ট্যপূৰ্ণ বজাৰকৰণ কি ?

What is personalized marketing?

উত্তৰঃ 


দীৰ্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Question)

১। বজাৰ খণ্ডিতকৰণৰ গুৰুত্ব/উপকাৰ/সুবিধা/আৱশ্যকতাৰ বৰ্ণনা দিয়া ?

Describe the importance/benefits/advantages/needs of market segmentation.

উত্তৰঃ 


২। বজাৰ খণ্ডিতকৰণৰ/বজাৰ লক্ষ্য় নিৰ্বাচনৰ কৌশল বৰ্ণনা কৰা।

Describe the market segmentation strategies/market targeting strategies.

উত্তৰঃ 


৩। আদৰ্শ বজাৰ খণ্ডিতকৰণৰ কৌশল বাছনি প্ৰভাৱান্বিত কৰা উপাদানবোৰ বৰ্ণনা কৰা।

Describe the factors affecting the selection of an ideal market segmentation strategy.

উত্তৰঃ 


৪। বজাৰ খণ্ডিতকৰণৰ দৰ্শনৰ বৰ্ণনা দিয়া। 

Describe the philosophies of/Approaches to market regimentation.

উত্তৰঃ 


৫। বজাৰ খণ্ডিতকৰণৰ ব্যাপক/গণ বজাৰকৰণ আৰু বৈচিত্ৰ্য়পূৰ্ণ উৎপন্ন দ্ৰব্য় বজাৰকৰণ দৰ্শন ব্য়াখ্যা কৰা। 

Explain mass marketing and product variety marketing philosophy/approaches to in market segmentation.

উত্তৰঃ 


৬। চমুটোকা লিখা (Write short notes on:)

    (ক) অতি সংকুচিত গ্ৰাহক গোটলৈ বজাৰকৰণ (Niche marketing)

    উত্তৰঃ


    (খ) ব্য়ক্তিগত প্ৰয়োজনানুসৰি বজাৰকৰণ  (Customized marketing)

    উত্তৰঃ 


৭। বজাৰ খণ্ডিতকৰণৰ জনগণমুখী বা উপভোক্তামুখী ভেটি আলোচনা কৰা।

Discuss people-oriented approach/base of market segmentation.

উত্তৰঃ 


৮। বজাৰ খণ্ডিতকৰণৰ উৎপন্ন দ্ৰব্যমুখী ভেটি আলোচনা কৰা।

Discuss the product-oriented approach/base of market segmentation.

উত্তৰঃ 


৯। জনসংখ্যা বিজ্ঞান সম্বন্ধীয় বজাৰ খণ্ডিতকৰণ কি ? ইয়াৰ উপাদান/বিভেদ্যতাবোৰ বৰ্ণনা কৰা। 

What is demographic market segmentations? Describe its factors/variables.

উত্তৰঃ 


১০। সামাজিক-সাংস্কৃতিক বজাৰ খণ্ডিতকৰণ কি? ইয়াৰ উপাদান/বিভেদ্যতাবোৰ বৰ্ণনা কৰা। 

What is socioeconomic market segmentations? Describe its factors/variables.

উত্তৰঃ 


১১। বজাৰ খণ্ডিতকৰণৰ মনস্তত্ত্ব সম্বন্ধীয় উপাদানবোৰ ব্যাখ্যা কৰা।

Explain the factors of psychographic segmentation.

উত্তৰঃ 



Type-Bhabesh Bora