Chapter 2  

 

ভাৰতীয় চুক্তি আইন ১৮৭২ঃ বিশেষ চুক্তি 

INDIAN CONTRACTACT,1872: SPECIAL CONTRACT 


প্ৰশ্নাৱলী

খালী ঠাই পূৰণ কৰা—  

১। নিশ্চয়তাৰ চুক্তিত _______  টা পক্ষ থাকে ৷ 

২। যিজন ব্যক্তিয়ে নিশ্চয়তা প্রদান কৰে তেওঁক _______ বুলি জনা যায় ৷ 

৩ । তৃতীয় পক্ষৰ অসমৰ্থতাৰ বাবে কোনো ঋণ পৰিশোধ নহ'লে সেই ঋণ পৰিশোধ কৰিবলৈ দিয়া প্ৰতিশ্ৰুতিয়েই হৈছে _______.

 ৪। নাবালকৰ ঋণৰ বাবে প্ৰদান কৰা জামিন বা প্রতিশ্রুতি .________ 

জামিনদাৰৰ মৃত্যুকে ________ নিশ্চয়তাৰ চুক্তি এটাৰ সমাপ্তি আনিব পাৰে ৷ 

৫ । শুদ্ধ / অশুদ্ধ নির্বাচন কৰা— 

১। সহজামিনদাৰৰ মাজত সম্পর্ক বা সহযোগিতা নাথাকিলেও নিশ্চয়তাৰ চুক্তি সম্পাদিত হ’ব পাৰে ৷ 

উত্তৰঃ 

২। নিশ্চয়তাৰ চুক্তি মৌখিক হ’ব নোৱাৰে ৷ 

উত্তৰঃ 

৩ । আনৰ হৈ কাম কৰি সকলো মানুহেই প্রতিনিধি নহয় ৷

উত্তৰঃ 

 ৪। দালাল কাহানিও বাণিজ্যিক প্রতিনিধি নহয় ।

উত্তৰঃ 

৫। গিৰিয়েক ঘৈণীয়েকৰ প্ৰতিনিধি হয় ।

উত্তৰঃ  

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া_____  

১। সেৱা অনুযায়ী পাৰিশ্ৰমিক প্রদান নীতি কি ? কোনবোৰ ক্ষেত্ৰত উক্ত নীতি দাবীৰ উদ্ভৱ হয় ৷ 

উত্তৰঃ 

২। ক্ষতিপুৰ্ণ আৰু নিশ্চিতকৰণৰ সূত্ৰ দিয়া বৈধ নিশ্চয়তা কৰণৰ উপাদানসমূহ বৰ্ণনা কৰা ৷ 

উত্তৰঃ 

৩। ক্ষতিপুৰণ আৰু নিশ্চয়তাকৰণ চুক্তিৰ প্ৰভেদ দেখুওৱা । বিভিন্ন ধৰণৰ নিশ্চয়তাকৰণ চুক্তিসমুহৰ এটি চমুটোকা লিখা ।

উত্তৰঃ   

 ৪ ৷ জামিনদাৰৰ অধিকাৰসমূহ চমুকৈ আলোচনা কৰা ।

উত্তৰঃ 

৫ ৷ কোনবোৰ পৰিস্থিতিত জামিনদাৰৰ দেনা দায়িত্বৰ অন্ত হয় চমুকৈ লিখা 

উত্তৰঃ 

 ৬ । প্ৰতিভুতি আৰু বন্ধকৰ অৰ্থ লিখা । প্ৰতিভুতিৰ আৱশ্যকীয় বৈশিষ্ট্য সমূহ কি কি ? 

উত্তৰঃ

 ৭ । জামিনদাতাৰ অধিকাৰ আৰু কৰ্তব্য সমূহ আলোচনা কৰা।

উত্তৰঃ  

৮ ৷ জামিনগ্রহীতাৰ পুৰ্বস্বত্ব কি ? লগতে তেওৰ অধিকাৰ সমুহ উল্লেখ কৰা ।

উত্তৰঃ  

৯ । জামিনগ্রহীতাৰ কৰ্তব্যসমূহ লিখা । জামিন চুক্তি এটাৰ অবলুপ্তি কেনেদৰে ঘটে , উল্লেখ কৰা ৷

উত্তৰঃ  

১০। বন্ধক কি ? বন্ধক আৰু জামিনৰ মাজত পার্থক্য লিখা ।

উত্তৰঃ 

 ১১। পুৰ্বস্বত্ব আৰু বন্ধকীৰ মাজত থকা প্ৰভেদ লিখা । বন্ধক দাতা আৰু বন্ধক গ্রহীতাৰ অধিকাৰ আৰু কৰ্তব্যসমূহ চমুকৈ বৰ্ণনা কৰা । 

উত্তৰঃ 

১২। প্রতিনিধিত্ব কি ? প্রতিনিধি আৰু চাকৰৰ মাজৰ পাৰ্থক্য লিখা ।

উত্তৰঃ  

১৩। বিভিন্ন প্ৰকাৰৰ প্ৰতিনিধিবোৰৰ শ্রেণীবিভাজন দেখুওৱা । ন্যাসৰক্ষী আৰু প্ৰতিনিধিৰ মাজৰ পাৰ্থক্যবোৰ লিখা ।

উত্তৰঃ  

১৪ । প্রতিনিধিত্বৰ ব্যৱসায় সৃষ্টি কৰাৰ পদ্ধতি সমূহ কি কি ? বৈধ অনুমোদনৰ আবশ্যকীয় উপাদানবোৰ লিখা ।

উত্তৰঃ  

১৫। উপ - প্রতিনিধি আৰু পৰিপুৰক প্ৰতিনিধিৰ ধাৰণা দিয়া । উক্ত প্রতিনিধি দুটাৰ মাজত থকা পার্থক্য সমূহ কি কি ?

উত্তৰঃ  

১৬। প্রতিনিধিৰ অধিকাৰ আৰু কৰ্তব্য সমূহ বর্ণনা কৰা ৷ 

উত্তৰঃ 

১৭। মুখ্য ব্যক্তিৰ অধিকাৰ আৰু দায়বদ্ধতা সমুহ চমুকৈ আলচ কৰা ।

উত্তৰঃ  

১৮। তৃতীয় পক্ষৰ প্রতি প্রতিনিধিৰ ব্যক্তিগত দায়িত্ব ও দেনা সমুহ চমুকৈ বৰ্ণনা কৰা । 

উত্তৰঃ 

১৯। প্রতিনিধিত্বৰ লেনদেন এটাৰ অবলুপ্তিৰ বিভিন্ন পদ্ধতিসমূহ আলচ কৰা ৷

উত্তৰঃ 


Type: Krishna Bora 





Post ID : DABP005365