Chapter 2  (ক)

 উপভোক্তা আচৰণ

Consumer Behaviour 

প্ৰশ্নাৱলী 



চমু উত্তৰৰ প্ৰশ্লাৱলী (Short Answer question) (marks 3 to 5)

১। উপভোক্তা আচৰণ কি ?

(What is consumer behavior?)

উত্তৰঃ


২। উপভোক্তা আচৰণ প্ৰকৃতি আৰু বৈশিষ্ট্য কি ?

(What are the nature and characteristics of consumer behaviour?)

উত্তৰঃ


৩। উপভোক্তা ক্ৰয়কৰণ প্ৰক্ৰিয়া কি ?

(What is buying behaviour process?)

উত্তৰঃ


৪। উপভোক্তা আচৰণৰ অৰ্থনৈতিক উপাদান কি কি ?

(What are the economic factors of consumer behaviour?)

উত্তৰঃ


৫। উপভোক্তা আচৰণ প্ৰভাৱান্বিত কৰা মনস্তাত্ত্বিক উপাদানবোৰ কি কি ?

(What are the psychological factors effecting consumers behaviour?)

উত্তৰঃ


৬। উপভোক্তা আচৰণ প্ৰভাৱান্বিত কৰা সমাজতাত্ত্বিক উপাদানবোৰ কি কি ?

(What are the sociological factors effecting the consumers behaviour?)

উত্তৰঃ


৭। ক্ৰয়কৰণ অভিপায়/উদ্দেশ্য় কি ?

(What is buying motives?)

উত্তৰঃ


 ৮। উপভোক্তা আচৰণ অধ্যয়নৰ সাতোটা '০' ৰ গাঁথনিটো কি ?

(What is the 7 '0' s frame work of consumers behaviour study?)

উত্তৰঃ


দীৰ্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer  Questions)

১। উপভোক্তা আচৰণ অধ্য়য়ণ গুৰুত্ব/সুবিধাবোৰ  বৰ্ণনা কৰা।

(Describe the importance/advantages of the study of consumer behavior?) 

উত্তৰঃ


 ২। উপভোক্তা ক্ৰয়কৰণ সিদ্ধান্ত প্ৰক্ৰিয়াৰ/পদ্ধতিৰ বৰ্ণনা কৰা।

(Describe the consumer's buying decision process?)

উত্তৰঃ


৩। উপভোক্তা ক্ৰয়কৰণ অভিপ্ৰায়ৰ/উদ্দেশ্যৰ শ্ৰেণী বিভাজন আলোচনা কৰা।

(Discuss the classification of  consumer buying  process.)

উত্তৰঃ


৪। ক্ৰেতা আচৰণৰ (ক) অৰ্থনৈতিক (খ) শিক্ষণ আৰ্হি আলোচনা কৰা।

(Discuss the (a) Economic and (b) Learning model of buyer behaviour.)

উত্তৰঃ


৫। ক্ৰেতা আচৰণ সমাজতাত্ত্বিক আৰ্হি বৰ্ণনা কৰা।

 (Describe the Sociological model of buyer behaviour.) 

উত্তৰঃ


৬। ক্ৰেতা আচৰণৰ ফ্ৰেনচিস্ক' নিক'চিয়া আৰ্হি আৰু হাৱাৰ্ড-শেঠ আৰ্হি বৰ্ণনা কৰা।

(Describe the (A) Francesco Nicosia Model and (B) Howard-Seth model of buyer behaviour.)

উত্তৰঃ


৭। উপভোক্তা আচৰণ প্ৰভাৱান্বিত কৰা প্ৰধান উপাদানবোৰ আলোচনা কৰা।

(Discuss the major factors that affect the buyers behaviour.)   

উত্তৰঃ



Type- Bhabesh Bora