Chapter 3

পন্ন দ্ৰব্য পৰিচালনা 

 Product Management

প্ৰশ্নাৱলী



চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer Question)

১। উৎপন্ন দ্ৰব্য কি ?

(What is product?)

উত্তৰঃ


২। উৎপন্ন দ্ৰব্যৰ বৈশিষ্ট্যবোৰ/বিশেষগুণবোৰ কি কি ?

(What are the feature/attributes of a product?)

উত্তৰঃ


৩। ৎপন্ন দ্ৰব্যৰ পৰিকল্পনাকৰণ কি ? (What is product planning?)

উত্তৰঃ


৪।  ৎপন্ন দ্ৰব্য পৰিকল্পনাকৰণৰ তিনিটা প্ৰধান বৈশিষ্ট্য়/বিবেচনা কি কি ?

(What are the three main features/consideration of product planning?)

উত্তৰঃ


৫। ৎপন্ন দ্ৰব্য পৰিকল্পনাকৰণৰ উপাদানবোৰ ব্যাখ্য়া কৰা।

(Explain the components of product planning?)

উত্তৰঃ


৬। ৎপন্ন দ্ৰব্য উন্নয়ন সাধন কি ? (What is product development?)

উত্তৰঃ


৭। ৎপন্ন দ্ৰব্যৰ স্তৰ বা তৰপবোৰ কি কি ? (What is price differential price policy?) 

উত্তৰঃ


৮। নতুন ৎপন্ন দ্ৰব্যৰ উন্নয়ন কি ? (What is new product development?)

উত্তৰঃ


৯। ৎপন্ন দ্ৰব্য লানি কি ? (What is product line?)

উত্তৰঃ


১০। ৎপন্ন দ্ৰব্য লানি নীতি কি ? (What is product line policy?)

উত্তৰঃ


১১। ৎপন্ন দ্ৰব্য জীৱন চক্ৰ কি ? (What is product life Cycle?)

উত্তৰঃ


১২। ৎপন্ন দ্ৰব্য বহুমুখীকৰণ/ভিন্নমুখীকৰণ কি ? (What is product diversification?)

উত্তৰঃ


১৩। ৎপন্ন দ্ৰব্য বহুমুখীকৰণৰ উদ্দেশ্য়াৱলী কি কি ? (What are the objectives of product diversification?) 

উত্তৰঃ


১৪। ৎপন্ন দ্ৰব্য সৰলীকৰণ কি ? (What is product simplification?)

উত্তৰঃ


১৫। পেকেজিং (টোপোলাকৰণ) কি ? (What is packaging?)

উত্তৰঃ


১৬। পেকেজিঙৰ উদ্দেশ্যাৱলী কি কি ? (What are the objectives of packaging?) 

উত্তৰঃ


 ১৭। পেকেজিঙৰ কাৰ্যাৱলী কি কি ? (What are the functions of packaging?)

উত্তৰঃ 


১৮। ৎপন্ন দ্ৰব্য পৰিচয়জ্ঞাপন কি ? (What is product branding?)

উত্তৰঃ


১৯। বাণিজ্য চিহ্ন কি কি ? (What is trade mark?)

উত্তৰঃ


২০। বাণিজ্য় চিহ্ন পঞ্জীকৰণৰ আইনগত আনুষ্ঠানিকতা কি ? (What are the legal formalities for registration of trade mark?)

উত্তৰঃ


দীৰ্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Question)

১। ৎপন্ন দ্ৰব্যৰ শ্ৰেণী বিভাজন কি ? ব্যৱহাৰৰ ভিত্তিত ৎপন্ন দ্ৰব্যৰ শ্ৰেণী বিভাজন ব্যাখ্যা কৰা।

(What is product classification? Explain the product classification on the basis of user.) 

উত্তৰঃ


২। স্থায়িত্বৰ ভিত্তিত ৎপন্ন দ্ৰব্যৰ বিভাজন বৰ্ণনা কৰা। 

(Describe product classification on the basis of durability.) 

উত্তৰঃ


৩। ৎপন্ন দ্ৰব্য় পৰিকল্পনাকৰণ আৰু ৎপন্ন দ্ৰব্য উন্নয়ন সাধনৰ পৰিসৰ আলোচনা কৰা।

(Discuss the scope of product planning and product development.)

উত্তৰঃ


৪। নতুন ৎপন্ন দ্ৰব্যৰ উন্নয়ন কি ? নতুন ৎপন্ন দ্ৰব্য পৰিকল্পনাকৰণ প্ৰক্ৰিয়া বৰ্ণনা কৰা। 

(What is new product development? Describe the new product planning process.) 

উত্তৰঃ


৫। ৎপন্ন দ্ৰব্যৰ ব্যৰ্থতাৰ কাৰণবোৰ ব্য়াখ্যা কৰা। ব্য়ৰ্থতা পৰিহাৰকৰণ পূৰ্ব সতৰ্কতাবোৰ কি কি ? 

(Explain the reasons of product failure. What are the pre-cautions to avoid failure?)

উত্তৰঃ


৬। ৎপন্ন দ্ৰব্য লানি সিদ্ধান্তবোৰ বৰ্ণনা কৰা ?

(Discuss the product line decisions)

উত্তৰঃ


৭। ৎপন্ন দ্ৰব্য জীৱন চক্ৰৰ পৰ্যায়বোৰ ব্যাখ্যা কৰা আৰু সিবিলাকৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

 (Explain the stage of product life Cycle and mention their features)

উত্তৰঃ


৮। ৎপন্ন দ্ৰব্য় জীৱ চক্ৰৰ বিকাশ আৰু পতন পৰ্যায়ৰ বজাৰকৰণ মিশ্ৰণ কৌশল বৰ্ণনা কৰা।

(Describe the marking mix strategies of growth and decline stages of product life cycle.)]

উত্তৰঃ


৯। ৎপন্ন দ্ৰব্য বহুমুখীকৰণৰ সুবিধা আৰু অসুবিধাবোৰ বৰ্ণনা কৰা।

(Describe the merits and demerits of product diversification.) 

উত্তৰঃ


১০। ৎপন্ন দ্ৰব্য় সৰলীকৰণৰ নিৰ্ণায়কবোৰ কি কি ? সৰলীকৰণ কাৰ্যপ্ৰণালী ব্যাখ্য়া কৰা।

(What are the criteria of product simplification? Explain the procedure of simplification.)

উত্তৰঃ


১১। ৎপন্ন দ্ৰব্য সৰলীকৰণ কৌশলবোৰ বৰ্ণনা কৰা। 

(Describe the product simplification strategies.) 

উত্তৰঃ


১২। পেকেজিঙৰ ভূমিকা আলোচনা কৰা। উন্নত পেকেজিঙৰ আৱশ্য়কীয় উপাদানবোৰ কি কি ?

(Discuss the role of packaging. What are the essentials of good packaging?)

উত্তৰঃ


১৩। উন্নত পৰিচয়জ্ঞাপনৰ আৱশ্য়কীয় উপাদান বা বৈশিষ্ট্যবোৰ কি কি ? পৰিচয়জ্ঞাপনৰ প্ৰকাৰবোৰ ব্যাখ্যা কৰা।

(What are the essential elements/features of good branding? Explain the types of branding?)

উত্তৰঃ 


১৪। বজাৰকাৰী আৰু উপভোক্তাৰ প্ৰতি পৰিচয়জ্ঞাপনৰ সুবিধাসমূহ ব্য়াখ্যা কৰা।

(Explain the advantages of branding to the marketing and the consumers.)

উত্তৰঃ


১৫। বাণিজ্য চিহ্ন কি ? বাণিজ্য চিহ্ন আৰু পৰিচয়জ্ঞাপনৰ মাজত পাৰ্থক্য দেখুৱা।

(What is trade mark? Distinguish between trade mark and branding.)

উত্তৰঃ



Type-Bhabesh Bora