সম্পদৰ গতিশীলতা/প্ৰবাহ/চালচলন

Resource Mobilisation


অনুশীলনীঃ


১ নং থকা প্ৰশ্নাৱলী 

(ক) সম্পদৰ সৰবৰাহে মাত্ৰ বিত্তীয় সম্পদৰ চালচলনক অৰ্থ কৰে ।

উত্তৰঃ


(খ) ব্যৱসায়িক উদঘাটকে নতুনকৈ আৰম্ভ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানক মাত্ৰ বিত্তীয় সাহাৰ্য আগবঢ়ায়।

উত্তৰঃ


(গ) বৌদ্ধিক সম্পদসমূহ____

১। অস্পৰ্শনীয় ২। স্পৰ্শনীয় ৩। অৰ্ধ স্পৰ্শনীয় ৪। ওপৰৰ এটিও নহয়।

উত্তৰঃ


(ঘ) প্ৰাথমিক চুক্তিৰ ক্ষেত্ৰত তলৰ কোনটো সত্য বুলিব পৰা যায়___

১। বৈধ  ২। অবৈধ  ৩। বাতলিযোগ্য  ৪। অবাতিলযোগ্য।

উত্তৰঃ 


(ঙ) মুদ্ৰা বেংকে তলৰ কোনবিধ প্ৰতিষ্ঠানক ঋণ প্ৰদান কৰে____

১। বৃহৎ প্ৰতিষ্ঠানক ২। মজলীয়া প্ৰতিষ্ঠানক ৩। ক্ষুদ্ৰ প্ৰতিষ্ঠানক 


৪। ওপৰৰ আটাইকেইবিধ প্ৰতিষ্ঠানক

উত্তৰঃ 


(চ) দেৱদূত বিনিয়োগকাৰীয়ে উঠি অহা প্ৰতিষ্ঠানক ______ সহায়

আগবঢ়ায়।(খালী ঠাই পূৰণ কৰা)

উত্তৰঃ


(ছ) _____ এ প্ৰাথমিক চুক্তিক ভাৰতবৰ্ষত বৈধতা প্ৰদান কৰে। 

উত্তৰঃ 


(জ) তলৰ কোনটো প্ৰতিষ্ঠানে মুদ্ৰা ঋণ আঁচনি প্ৰদান কৰে ____

১। নেদফি ২। নাবাৰ্ড ৩। বাণিজ্যিক বেংক ৪। এক্সিচ বেংক ।

উত্তৰঃ 


(ঝ) তলৰ কোনটো চনত প্ৰধান মন্ত্ৰী মুদ্ৰা যোজনা মুকলি কৰা হয় __

১। ৮ এপ্ৰিল ২০১৫ ২। ৮ এপ্ৰিল ২০১৬ ৩। ৮ এপ্ৰিল ২০১৭  

৪। ৮ এপ্ৰিল ২০১৮ 

উত্তৰঃ 


(ঞ) তলৰ কোনবিধ সম্পদ কায়িক সম্পদৰ অন্তৰ্ভুক্ত নহয়___

১। ভূমি আৰু অট্টালিকা ২। পণ্যাগাৰ ৩। যানবাহন ৪। পণ্যচিহ্ন ।


২ নং থকা প্ৰশ্নাৱলী 

১। সম্পদ সৰবৰাহৰ সূত্ৰ আৰু ধাৰণা দিয়া ।

উত্তৰঃ 


২। দুটা বিত্তীয় সম্পদৰ উৎস উল্লেখ কৰা । 

উত্তৰঃ


৩। মানৱ বৌদ্ধিক সম্পদৰ উদাহৰণ দিয়া ।

উত্তৰঃ


৪। দুটা বৌদ্ধিক সম্পদৰ উদাহৰণ দিয়া ।

উত্তৰঃ


৫। নতুনকৈ উঠি অহা ব্যৱসায়ৰ দুটা প্ৰকাৰৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ 


৬। ব্যৱসায়ৰ উদঘাটক সম্বন্ধে এটি টোকা যুগুত কৰা ।

উত্তৰঃ 


৭। উপযোজন আৰু ব্যৱহাৰযোগ্যতা কি ? 

উত্তৰঃ 


৮। প্ৰাৰম্ভিক চুক্তিৰ মৌলিক আৱশ্যকীয় দুটা উল্লেখ কৰা ।

উত্তৰঃ 


৯। চুক্তিৰ মৌলিক আৱশ্যকীয় দুটা উল্লেখ কৰা । 

উত্তৰঃ 


১০। বেংকৰ লগত হোৱা প্ৰাথমিক চুক্তিৰ দুটা গুৰুত্বপূৰ্ণ দফা উল্লেখ কৰা । 

উত্তৰঃ 


৫ নং থকা প্ৰশ্নাৱলী 

১। সম্পদৰ গতিশীলতা কি ? প্ৰাৰম্ভিক পৰ্যায়ৰ ব্যৱসায়ৰ প্ৰকাৰবোৰ কি চমুকৈ লিখা। 

উত্তৰঃ 


২। উঠি অহা প্ৰতিষ্ঠানৰ বিত্তীয় সম্পদ মূল্যায়নৰ দিশসমূহ উল্লেখ কৰা । 

উত্তৰঃ 


৩। মানৱশক্তি সম্পদৰ মূল্যায়নৰ নীতিসমূহ কি কি ?

উত্তৰঃ 


৪। বৌদ্ধিক সম্পদ কি ? বৌদ্ধিক সম্পদৰ কেইটামান উদাহৰণ 

দিয়া ।

উত্তৰঃ


৫। কায়িক সম্পদ কি উদাহৰণ দি ইয়াৰ পৰিকল্পনাৰ সময়ত গুৰুত্ব প্ৰদান কৰিবলগা দিশসমূহ লিখা । 

উত্তৰঃ 


৬। বিত্তীয় সম্পদৰ যিকোনো ৫টা উৎস উল্লেখ কৰা ।

উত্তৰঃ 


৭। সম্পদ প্ৰবাহৰ গুৰুত্ব চমুকৈ বৰ্ণনা কৰা । 

উত্তৰঃ


৮। সম্পদ প্ৰবাহৰ ক্ষেত্ৰত উপযোগিতা বুলিলে কি বুজা । কেইটামান গুৰুত্বপূৰ্ণ উপযোগিতাৰ উদাহৰণ দিয়া ।

উত্তৰঃ


৯। প্ৰাৰম্ভিক চুক্তি কি ? প্ৰাৰম্ভিক চুক্তিৰ মৌলিক আৱশ্যকীয় ৫টা লিখা ।

উত্তৰঃ


১০। বিক্ৰেতাৰ সৈতে হোৱা প্ৰাথমিক চুক্তিৰ প্ৰধান বিষয়সমূহ কি কি?

উত্তৰঃ


১০ নং থকা প্ৰশ্নাৱলী 

১। সম্পদৰ গতিশীলতা বুলিলে কি বুজা ? এখন উঠি অহা প্ৰতিষ্ঠানৰ দ্বাৰা আৱশ্যক হোৱা বিভিন্ন প্ৰকাৰৰ সম্পদৰ গতিশীলতাসমূহ সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ 


২। সম্পদৰ গতিশীলতা কি ? ব্যৱসায় প্ৰতিষ্ঠান এখনৰ বাবে সম্পদৰ গতিশীলতাৰ গুৰুত্ব বৰ্ণনা কৰা ।

উত্তৰঃ


৩। বিত্তীয় সম্পদৰ উৎসমূহ চমুকৈ আলোচনা কৰা ।

উত্তৰঃ 


৪। উপযোজন আৰু উপযোগিতা শব্দ দুটাৰ অৰ্থ লিখা । ব্যৱসায়িক উপযোজনৰ অৱস্থান নিৰ্ধাৰণৰ বিবেচ্য উপাদান বা বিষয়সমূহ আলোচনা কৰা ।

উত্তৰঃ


৫। ব্যৱসায়ৰ বাবে উপযোগিতা শব্দটোৰ অৰ্থ লিখা । প্ৰথম বাৰৰ বাবে আৰম্ভ কৰা প্ৰতিষ্ঠান এখনৰ উপযোগিতাৰ উপাদানসমূহ উল্লেখ কৰা । 

উত্তৰঃ


৬। প্ৰাৰম্ভিক চুক্তি কি ? চুক্তিৰ বিভিন্ন মৌলিক আৱশ্যকতাসমূহ আলচ কৰা । 

উত্তৰঃ


৭।প্ৰাৰম্ভিক চুক্তি বুলিলে কি বুজা ? যেতিয়া নতুনকৈ উঠি অহা প্ৰতিষ্ঠান এখনে বিক্ৰেতাৰ লগত প্ৰাথমিক চুক্তিত অন্তৰ্ভুক্ত হয়, তেতিয়া গুৰুত্ব দিব লগীয়া দিশসমূহ বৰ্ণনা কৰা ।

উত্তৰঃ 


৮। যোগানদাতাৰ সৈতে প্ৰাথমিক চুক্তি স্বাক্ষৰ কৰাৰ সময়ত নতুন উদ্যাগ প্ৰতিষ্ঠান এখনে বিবেচনা কৰিবলগীয়া দিশসমূহ কি কি লিখা ।

উত্তৰঃ 


৯। বেংকৰ লগত প্ৰাথমিক চুক্তি কৰাৰ সময়ত উঠি অহা প্ৰতিষ্ঠান এখনে বিবেচনা কৰিব লগা দিশসমূহ বৰ্ণনা কৰা।

উত্তৰঃ 


১০। মুখ্য গ্ৰাহক বুলিলে কি বুজা ? মুখ্য গ্ৰাহকৰ লগত প্ৰাথমিক চুক্তি স্বাক্ষৰ কৰাৰ সময়ত নতুনকৈ উঠি অহা প্ৰতিষ্ঠান এখনে বিবেচনা কৰিবলগীয়া উপাদানসমূহ উল্লেখ কৰা । 

উত্তৰঃ


১১। চুক্তিৰ পৰিচালনা কি? চুক্তি পৰিচালনা প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰসমূহ আলোচনা কৰা ।

উত্তৰঃ


১২। উদ্যমী এগৰাকীয়ে সমুখীন হোৱা প্ৰাথমিক আৰম্ভণি পৰ্যায়ৰ সমস্যাসমূহ চমুকৈ বৰ্ণনা কৰা ।

উত্তৰঃ 


১৩। উদ্যমী এগৰাকীয়ে মুখামুখী হোৱা প্ৰাথমিক আৰম্ভণিৰ সমস্যা সমাধাৰ্থে কেইটামান পৰামৰ্শ আগবঢ়োৱা ।

উত্তৰঃ


Type: Krishna Bora




Post ID :DABP005335