লাভাংশ, হিচাপ, হিচাপ পৰীক্ষা
(Dividend, Accounts, Audit)
অনুশীলনী
১ নং প্ৰশ্নাৱলী-
(ক) তলৰ কোনটো ভাষাৰ শব্দৰ পৰা 'ডিভিডেণ্ট' শব্দটোৰ উৎপত্তি হৈছে-
১। ইংৰাজী
২। লেটিন
৩। ফ্ৰেন্স
৪। জাৰ্মানী
(খ) তলৰ কোনটো উৎসৰ পৰা লাভাংশ পৰিশোধ কৰা হয়-
১। লাভাংশৰ পৰিশোধ কৰিবলগীয়া বিত্তীয় বৰ্ষটোত হোৱা কোম্পানীৰ লাভৰ পৰা।
২। পূৰ্বৰ বিত্তীয় বৰ্ষটোৰ বিতৰণ নকৰা লাভৰ পৰা।
৩। চৰকাৰৰ প্ৰতিশ্ৰুতি হিচাপে লাভাংশ পৰিশোধ কৰিবলৈ ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা পুঁজিৰ পৰা।
৪। ওপৰৰ আটাইবোৰ।
(গ) লাভাংশ বা অন্তৰ্ৱতীকালীন লাভাংশ ঘোশণা কৰা তাৰিখৰ পৰা তলৰ কিমান দিনৰ ভিতৰত কোম্পানীয়ে ঘোষিত লাভাংশৰ পুঁজি পৃথক তালিকাভুক্ত বেংকৰ হিচাপত কোম্পানীয়েৌ জমা দিব লাগিব
১। পাঁচ দিন
২। ছয় দিন
৩। সাত দিন
৪। তিনি দিন
(ঘ) অপৰিশোধিত লাভাংশৰ পুঁজি তলৰ কিমান ভিতৰত অপৰিশোধিত লাভাংশ হিচাপলৈ স্থানান্তৰ কৰিব লাগিব-
১। ৩৭ দিন
২। ৩০ দিন
৩। ২৫ দিন
৪। ১৫ দিন।
(ঙ) অংশধাৰকৰ বাৰ্ষিক সাধাৰণ সভাত ঘোষণা কৰা লাভাংশৰ পুঁজিক ________ বুলি কোৱা হয়।
(চ) কোম্পানীৰ হিচাপৰ বহীপত্ৰ কোম্পানীৰ ________ সংৰক্ষিত হৈ থাকিব লাগিব।
(ছ) কোম্পানীৰ ________ দ্বাৰা ইয়াৰ প্ৰথম হিচাপ পৰীক্ষকজনৰ পাৰিশ্ৰমিক নিৰ্ধাৰণ কৰা হয়।
(জ) ________ বৰ্ষথ ছেবী (ইনচাইদাৰ ট্ৰেডিং প্ৰতিৰোধ) নিয়মাৱলীখন বলবৎ কৰা হয়।
(ঝ) লাভাংশ মূলধনৰ পৰাও পৰিশোধ কৰিব৬ পাৰি (শুদ্ধ নে অশুদ্ধ)
(ঞ) অতালিকাভুক্ত কোম্পানীবিলাকে আভ্যন্তৰীণ হিচাপ পৰীক্ষক নিযুক্তি দিয়াৰ পয়োজন নাথাকে। (শুদ্ধ নে অশুদ্ধ)
(ট) লাভাংশ মাত্ৰ পুঞ্জীভুক্ত অংশধাৰক বা তেওঁৰ প্ৰতিনিধিক পৰিশোধ কৰা হয়। (শুদ্ধ নে অশুদ্ধ)
(ঠ) ঘোষণা কৰা তাৰিখৰ পৰা ________ দিনৰ ভিতৰত লাভআংশ পৰিশোধ কৰিব লাগিব।
(ড) ৰাজহুৱা সীমিত কোম্পানীৰ বাৰ্ষিক প্রতিবেদনত তলৰ কোনজন বিষয়াই স্বাক্ষৰ কৰিব লাগে—
১। সঞ্চালক
২। সচিব
৩। হিচাপ পৰীক্ষক
৪। অংশধাৰক।
(ঢ) বিত্তীয় হিচাপ পৰীক্ষক নিযুক্তি দিয়াৰ কাৰ্যকাল হ’ল ________ বছৰ।
(ণ) হিচাপ পৰীক্ষক হিচাপে এজন ব্যক্তিয়ে তলৰ সৰ্বোচ্চ কিমানটা কোম্পনীত কাম কৰিব পাৰে—
১। ২০ কোম্পানীত
২। ১৫ কোম্পানীত
৩। ১০ কোম্পানীত
৪। ৫ কোম্পানীত।
(ত) হুইচেল বজোওতাৰ প্ৰতিৰক্ষা আইন তলৰ কোনটো বছৰৰ পৰা গৃহীত কৰা হয়—
১। ২০০২
২। ২০১৪
৩। ২০১৬
৪। ২০১৫
(থ) তলৰ কোনটো প্ৰতিষ্ঠানৰ দ্বাৰা ঘনিষ্ঠ ব্যক্তিৰ ব্যৱসায়ৰ কাৰ্যকলাপ পৰিচালনা কৰা হয়—
১। ছেবী (SEBI)
২। ভাৰত চৰকাৰ
৩। মিনিষ্ট্ৰি অৱ কৰপোৰেট এফেয়াৰচ
৪। ওপৰৰ এটাও নহয়।
(দ) হিচাপ পৰীক্ষাৰ চূড়ান্ত ফলাফল কোম্পানীৰ ________ প্রতিফলিত হ'ব লাগিব।
(ধ) অন্তবর্তীকালীন লাভাংশ পৰিশোধ মঞ্জুৰীৰ বাবে অংশধাৰকৰ সভা অনুষ্ঠিত কৰাটো আৱশ্যক। (সঁচা নে মিছা)
(ন) হিচাপ পৰীক্ষক এগৰাকীয়ে কাম কৰাৰ সন্মতি লিখিত বা মৌখিকভাবে দিব লাগে। (সঁচা নে মিছা)
২ নং থকা প্ৰশ্নাৱলীঃ
১। লাভাংশ শব্দটোৰ অৰ্থ দিয়া।
২। অন্তৰৱৰ্তীকালীন লাভাংশ বুলিলে কি বুজা।
৩। লাভাংশ পৰিশোধৰ প্ৰাথমিক নীতি দুটা লিখা।
৪। চূড়ান্ত লাভাংশ শব্দটোৰ ধাৰণা দিয়া।
৫। অপৰিশোধিত লাভাংশ হিচাপ কি?
৬। ‘হিচাপৰ বহীপত্ৰ’ শব্দটোৰ অৰ্থ দিয়া ।
৭। কোম্পানীৰ হিচাপৰ বহীপত্ৰ সংৰক্ষণৰ বাবে দায়বদ্ধ ব্যক্তিসকল কোন কোন?
৮। কোম্পানী আইন অনুসৰি সংৰক্ষণ কৰিব লগা বিধিবদ্ধ ৰেকৰ্ড দুটাৰ নাম লিখা।
৯। 'হিচাপ পৰীক্ষা’ শব্দটোৰ অৰ্থ লিখা।
১০। হিচাপ পৰীক্ষকৰ প্ৰতিবেদন কি ?
১১। সচিবীয় হিচাপ পৰীক্ষা বুলিলে কি বুজা ।
১২। কোম্পানীৰ অৱসায়ন/বিলুপ্তি মানে কি?
১৩। ঘনিষ্ঠ ব্যক্তিৰ ব্যৱসায় কি?
১৪। ঘনিষ্ঠ ব্যক্তিৰ অৰ্থ দিয়া।
১৫। কোম্পানীৰ ক্ষেত্ৰত ‘হুইচেল বজোৱা’ শব্দটোৰ অৰ্থ লিখা।
৪/৫ নং থকা প্ৰশ্নাৱলী—
(ক) লাভাংশ ঘোষণা কৰাৰ পূৰ্বে কোম্পানীয়ে বিবেচনা কৰিব লগা উপাদান বিলাক লিখা ।
(খ) 'হিচাপৰ বহীপত্ৰ’ শব্দাৱলীৰ অৰ্থ কোম্পানী আইন মতে উল্লেখ কৰা ।
(গ) অন্তৰবৰ্তী হিচাপে পৰীক্ষক নিযুক্তিৰ প্ৰয়োজন হোৱা কোম্পানীৰ শ্ৰেণীসমূহ উল্লেখ কৰা ।
(ঘ) হিচাপ পৰীক্ষকৰ পাৰিশ্ৰমিক নিৰ্ধাৰণৰ পদ্ধতিৰ বৰ্ণনা দিয়া ।
(ঙ) হিচাপ পৰীক্ষাৰ প্ৰতিবেদনৰ বৈশিষ্ট্যসমূহ কি কি?
(চ) সচিবীয় হিচাপ পৰীক্ষাৰ ক্ষেত্ৰসমূহ উল্লেখ কৰা।
(ছ) ন্যায়াধিকৰণৰ দ্বাৰা কোম্পানী এটা অবসায়ন ঘটাব পৰা পৰিস্থিতিসমূহ কি কি?
(জ) মূল্য সচেতন তথ্যৰ অৰ্থ কোম্পানীৰ আইন অনুসৰি বৰ্ণনা কৰা।
(ঝ) ঘনিষ্ঠ ব্যক্তিৰ দ্বাৰা কৰা লেনদেনৰ শাস্তি বিধানৰ ওপৰত এটি টোকা যুগুত কৰা ।
(ঞ) ‘হুইচেল বজোৱা’ প্ৰক্ৰিয়াত থকা সীমাবদ্ধতাসমূহ লিখা।
১০ নং থকা প্রশ্নাৱলী-
১। লাভাংশ শব্দটোৰ অৰ্থ লিখা। লাভাংশ ঘোষণা সম্পৰ্কীয় আইনী ব্যৱস্থাৱলীসমূহ কোম্পানী আইন ২০১৩ৰ অধীনত উল্লেখ কৰা।
২। অন্তর্বর্তীকালীন লাভাংশ কি? কোম্পানী আইন ২০১৩অত অন্তৰবৰ্তীকালীন লাভাংশ ঘোষণাৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা।
৩। চূড়ান্ত লাভাংশ ঘোষণাৰ পদ্ধতিসমূহ আলোচনা কৰা ।
৪। কোম্পানীৰ হিচাপৰ বহীপত্ৰ বুলিলে কি বুজা? কোম্পানীয়ে সংৰক্ষণ কৰিব লগা বিধিবদ্ধ হিচাপৰ বহীপত্ৰ আৰু ৰেকৰ্ডসমূহ চমুকৈ উল্লেখ কৰা।
৫৷ হিচাপ পৰীক্ষা শব্দটোৰ অৰ্থ লিখা। হিচাপ পৰীক্ষকৰ নিযুক্তি বিষয়ক ব্যৱস্থাৱলীসমূহ বৰ্ণনা কৰা ৷
৬৷ হিচাপ পৰীক্ষকৰ ৰোটেশ্বন সম্বন্ধীয় ব্যৱস্থাৱলীসমূহ আলচ কৰা।
৭। কোম্পানী আইন ২০১৩অত থকা হিচাপ পৰীক্ষাৰ প্ৰতিবেদনত সন্নিৱিষ্ট বিষয়বস্তুসমূহ ব্যাখ্যা কৰা।
৮৷ সচিবীয় হিচাপ পৰীক্ষা কি ? সচিবীয় হিচাপ পৰীক্ষা বাধ্যতামূলক হোৱা কোম্পানীসমূহ বৰ্ণনা কৰা ৷
৯৷ নিগমীয় হিচাপ পৰীক্ষকৰ বৃত্তিগত দায়বদ্ধতাসমূহ উল্লেখ কৰা। অশুদ্ধ হিচাপ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ শাস্তি বিধানসমূহ ব্যাখ্যা কৰা ।
১০। কোম্পানীৰ ‘অৱসায়ন’ বুলিলে কি বুজা? অৱসায়ন আৰু অৱলুপ্তিৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা।
১১। ন্যায়াধিকৰণৰ দ্বাৰা কোম্পানী অৱসায়ন ঘটোৱাৰ পৰিস্থিতিবোৰ বৰ্ণনা কৰা ৷
১২। ঘনিষ্ঠ ব্যক্তিৰ দ্বাৰা ব্যৱসায় আৰু যোগাযোগত থকা প্রতিবন্ধকতা বিষয়ক ছবীৰ নিয়মাৱলীৰ ব্যৱস্থাসমূহ আলোচনা কৰা ।
১৩। কোম্পানীৰ দ্বাৰা সতৰ্কৰ্তাৰ ক্ৰিয়া পদ্ধতি বিষয়ক কোম্পানী আইন ২০১৩ৰ ব্যৱস্থাৱলী বৰ্ণনা কৰা।
Type Himanku Bora
Post ID : DABP005390