Chapter: 2
উদ্যমিতা আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যম প্ৰতিষ্ঠান
অনুশীলনী
১ নং থকা প্রশ্নাৱালী
ক ) তলৰ কোনটো চনত ভাৰতবৰ্ষত অতি ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ আনুষ্ঠানিক সূত্র প্রণয়ন কৰা হয়—
১) ২০০৬ ২) ২০০৭
৩) ২০০৮ ৪) 2009
(খ)অতি ক্ষুদ্র প্রতিষ্ঠান বিলাক আমাৰ দেশৰ তলৰ কোনটো প্ৰকৃতিৰ ব্যৱসায়িক খণ্ডঃ—
১) বৃহৎ প্ৰকৃতিৰ ২) মজলিয়া প্ৰকৃতিৰ
৩) আটাইতকৈ ক্ষুদ্ৰ প্ৰকৃতিৰ ৪) কিছু সময় প্ৰকৃতিৰ
গ) তলৰ কোনটো দৃষ্টিকোণৰ পৰা ভাৰতত অতি ক্ষুদ্র প্রতিষ্ঠান সমূহক সুত্রায়িত কৰা হয়ঃ
২) বিনিয়োক ১) বিনিয়োগ আৰু প্ৰত্যাৰ্পন
৩) কেৰল প্ৰত্যাৰ্পন ৪) ওপৰৰ এটাও নহয়
ঘ) ভাৰতবৰ্ষত অতি ক্ষুদ্র প্রতিষ্ঠানত যন্ত্রপাতি আৰু আচবাবপত্ৰত সৰ্বোচ্চ বিনিয়োগৰ সীমা তলৰ কিমন পৰিমাণৰ পুজিক ধৰা হয়—
১) ২ কোটি ২) ১ কোটি
৩) ১.৫ কোটি ৪) ১.৬ কোটি
ঙ) ভাৰতবৰ্ষৰ কিমান শতাংশ ব্যৱসায়িক প্রতিষ্ঠান পৰিয়ালৰ দ্বাৰা অধিকৃত বুলি কোৱা হয়।
১) 90% 2 ) ৮০%
৩)৭০% 8) ৭৫%
চ) তলত দিয়া কোনটো তাৰিখত এম এচ এম ই এক্ট ২০০৬ খন কাৰ্যকৰী কৰা হয়।
১) ১ লা অক্টোবৰ ২০০৬ ২) ২ য় অক্টোবৰ ২০০৬
৩) ৩ য় অক্টোবৰ ২০০৬ ৪) ৪ র্থ অক্টোবৰ ২০০৬
(ছ) অতি ক্ষুদ্র প্রতিষ্ঠানত উচ্চ হাৰৰ বিনিয়োগ কৰাৰ আৱশ্যক। ( সঁচা/মিছা )
উত্তৰঃ
জ ) তলৰ কোনটো কাৰক পৰিয়ালকেন্দ্ৰীক ব্যৱসায়ৰ মাজত হোৱা বিবাদৰ হেতুঃ
১) লিংগ বিবাদ ২ ) প্রজন্ম কেন্দ্রীক বিবাদ
৩) অযুক্তিকৰ ক্ষতি পুৰণৰ গাঁথনি ৪ ) ওপৰৰ আটাইবোৰ
ঋ) তলৰ কোনটো ব্যৱসায়িক প্ৰতিষ্ঠানৰ ২০১৯ ৰ তথ্য মতে আটাইতকৈ বেছি কৰ্ম সংস্থানৰ ব্যৱস্থা আছেঃ
১) টাটা গ্রুপ ২) এচকোর্ট গ্রুপ
৩) বিৰলা গ্রুপ ৪) আদানি গ্রুপ
ঞ) তলৰ কোন গৰাকী ভাৰতৰ দলিত উদ্যমীঃ
১) কলগ মৰোজ ২) হৰ্ষ ভাস্কাৰ
৩) বালু ৪) ওপৰৰ আটাইবোৰ
২ নং থকা প্রশ্নাৱালী
১) অতি ক্ষুদ্র প্রতিষ্ঠানৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ
২) অতি ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ যৌক্তিকতা বিচাৰ কৰা ২ টা হেতু লিখা।
উত্তৰঃ
৩) সমষ্টি/দলৰ ধাৰণা দিয়া ৷
উত্তৰঃ
৪) ক্ষুদ্ৰ উদ্যোগ ক্ষেত্ৰৰ ২টা বৈশিষ্ট্য লিখা।
উত্তৰঃ
৫) ক্ষুদ্র উদ্যোগ ক্ষেত্ৰৰ ২ টা বৈশিষ্ট্য লিখা।
উত্তৰঃ
৬)ভাৰতবৰ্ষৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ দুটা সমস্যা উল্লেখ কৰা।
উত্তৰঃ
৬)ক্ষুদ্ৰ উদ্যোগৰ সমস্যা সমাধানৰ ২ টা পৰামৰ্শ দিয়া।
উত্তৰঃ
৭) ভাৰতীয় অর্থনীতিত ব্যৱসায়িক গোষ্ঠীৰ ২ টা ভূমিকা লিখা।
উত্তৰঃ
৮) ব্যৱসায়িক দল/গোষ্ঠীৰ ২ টা কাৰ্য্য উল্লেখ কৰা।
উত্তৰঃ
৯) ভাৰতৰ শীৰ্ষ ২ টা ব্যৱসায়িক গোষ্ঠীৰ নাম লিখা।
উত্তৰঃ
১০) ব্যৱসায়িক গোষ্ঠীৰ দুটা ভূমিকা উল্লেখ কৰা।
উত্তৰঃ
১১) পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ সংজ্ঞা লিখা।
উত্তৰঃ
১২) পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ
১৩) ভাৰতৰ দুজন দলিত সম্প্ৰদায়ৰ নাম উল্লেখ কৰা ৷
উত্তৰঃ
১৪) পৰিয়ালকেন্দ্ৰিক বিবাদৰ দুটা হেতু লিখা।
উত্তৰঃ
১৫) পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ বিবাদ মীমাংসাৰ দুটা মাধ্যম উল্লেখ কৰা।
উত্তৰঃ
৫ নং থকা প্রশ্নাৱালী
১) অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যম (মজলীয়া) প্ৰতিষ্ঠানৰ ধাৰণা লিখা।
উত্তৰঃ
২) এম এচ এম ই আইন ২০০৬ ৰ অধীনত ক্ষুদ্র প্রতিষ্ঠানৰ শ্রেণী বিভাজন প্ৰদৰ্শন কৰা।
উত্তৰঃ
৩) ক্ষুদ্র উদ্যোগত ক্ষেত্ৰৰ ৫ টা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ
8) ভাৰতবৰ্ষৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ৫ টা সমস্যা লিখা।
উত্তৰঃ
৫) ব্যৱসায়িক দল/গোষ্ঠীৰ কাৰ্য্যাৱলী ৫ টা লিখা।
উত্তৰঃ
৬) পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ অৰ্থ লিখা। এই ব্যৱসায়ৰ ৪ টা বৈশিষ্ট্য লিখা।
উত্তৰঃ
৭) পৰিয়াল কেন্দ্ৰীক বিবাদৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা।
উত্তৰঃ
৮) পৰিয়াল কেন্দ্ৰীক বিবাদৰ ৫ টা হেতু লিখা।
উত্তৰঃ
৯) পৰিয়ালকেন্দ্ৰীক বিবাদ বুলিলে কি বুজা? এই বিবাদ মীমাংসাৰ ৪ টা পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ
১০) অতি ক্ষুদ্ৰ , ক্ষুদ্ৰ আৰু মধ্যম ব্যৱসায়ৰ আৰম্ভণি পৰ্যায়ৰ তলৰ অনুষ্ঠানীয় ব্যক্তিৰ বিষয়ে কি জনা লিখা—
খ) হৰ্ষ ভাস্কৰ ক) কীশোৰ বিয়নি
উত্তৰঃ
১০ নং থকা প্ৰশ্নাৱালী
১) ভাৰতীয় দৃষ্টিকোণৰ পৰা অতি ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ ধাৰণা দিয়া। উক্ত প্রতিষ্ঠানৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা।
উত্তৰঃ
২) ক্ষুদ্ৰ ব্যৱসায়ৰ শ্ৰেণী বিভাজন দেখুওৱা। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ভূমিকা সমূহ চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ
৩) ভাৰতবৰ্ষত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডই সন্মুখীন হোৱা ভূমিকা সমূহ আলোচনা কৰা।
উত্তৰঃ
8) আমাৰ দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পাঁচটা সমস্যা উল্লেখ কৰি তাৰ সমাধানাৰ্থে গাটো পৰামৰ্শ লিখা।
উত্তৰঃ
৫) সমষ্টি/দলৰ সূত্ৰ লিখা। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দলৰ শ্রেণী বিভাজন দেখুওৱা।
উত্তৰঃ
৬)ব্যৱসায়িক দল/গোষ্ঠীৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা।
উত্তৰঃ
৭) ভাৰতবৰ্ষৰ যিকোনো ১০ টা শীৰ্ষ ব্যৱসায়িক গোষ্ঠীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ
৮) ভাৰতবৰ্ষৰ ব্যৱসায়িক গোষ্ঠীসমূহৰ ভূমিক বৰ্ণনা কৰা।
উত্তৰঃ
৯) ভাৰতৰ পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ ধাৰণা আৰু সূত্ৰ লিখা। পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ প্ৰধান বৈশিষ্ট্য সমূহ উল্লেখ কৰা ৷
উত্তৰঃ
১০) পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ অন্তর্নিহিত কাৰণবোৰ উল্লেখ কৰা । পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ বিবাদ মীমাংসাৰ পদ্ধতিসমূহ উল্লেখ কৰা।
উত্তৰঃ
Type: Krishna Bora