Chapter 1

উদ্যমিতাঃ সূচনা / আৰম্ভণি 


অনুশীলনী


১নং থকা প্ৰশ্নাৱলী 

    (ক) স্কুমপিটাৰৰ মতে উদ্যমীসকল তলৰ কোনটো শ্ৰেণীত অন্তৰ্ভুক্ত-

    ১) আৱিষ্কাৰক   2) নতুনত্বৰ উদ্ভাৱক 

    ৩) বিপদাশংকাৰ বাহৰ   ৪) ওপৰৰ আটাইবোৰ 

    উত্তৰঃ 2) নতুনত্বৰ উদ্ভাৱক।


    (খ) ইট্ৰেপ্ৰেনিউৰ শব্দটো কোন ভাষাৰ কোনটো শব্দৰ পৰা লোৱা হৈছে - 

    ১) ইন্ট্ৰে প্ৰেনদাৰ   ২) ইনট্ৰেপ্ৰেনদাৰ  

    ৪) ওপৰৰ আটাইবোৰ ৩) এক্সট্রাপ্রেনদাৰ

    উত্তৰঃ ১) ইন্ট্ৰে প্ৰেনদাৰ


    গ ) তলৰ কোনটো বছৰত হংকং আৰু চেংঘাই বেংকিং কর্পোৰেচনে ভাৰতবৰ্ষত প্রথম এ টি এম সেৱাৰ সূচনা কৰে – 

    ১) ১৯৮৭   ২) ১৯৮৮ 

    ৩) ১৯৮৯ ৪) ১৯৮৬

    উত্তৰঃ ১) ১৯৮৭।


    ঘ ) তলত উল্লেখ কৰা কোনটো তাৰিখৰ পৰা মল এণ্ড মিডিয়াম এন্টাপ্রাইজেচ ডেভেলোপমেন্ট এক্ট ২০০৬ খন কার্যকৰী কৰা হয়- 

    ১) ১ লা অক্টোবৰ ২০০৬   ২) ২য় অক্টোবৰ ২০০৬ 

    ৩) ১ লা অক্টোবৰ ২০০৭   ৪) ২য় অক্টোবৰ ২০০৭ 

    উত্তৰঃ (২) ২য় অক্টোবৰ ২০০৬ 


    ঙ ) তলৰ কোনটো উদ্যমিতাৰ উপাদানৰ অন্তর্ভুক্ত হয়— 

    ১) নতুনত্বকৰণ    ২) বিপদাশংকা বহন 

    ৩) সংগঠন   ৪) ওপৰৰ আটাইকেইটা 

    উত্তৰঃ ৪ ) ওপৰৰ আটাইকেইটা 


চ ) আভ্যন্তৰীণ উদ্যমী গৰাকীজন হ'ল সংগঠনৰ এগৰাকী কৰ্মচাৰী। ( সঁচা নে মিছা ) 

উত্তৰঃ সঁচা।


ছ ) উদ্যমিতাই মূলধন গঠনত সহায় নকৰে ।    ( শুদ্ধ নে অশুদ্ধ ) 

উত্তৰঃ অশুদ্ধ।


জ ) সৃজনশীলতা হৈছে সফল উদ্যমীৰ এটা গুৰুত্বপূৰ্ণ গুণ । (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ শুদ্ধ।


ঝ) অধিক সৃজনশীল উদ্যমীয়ে সদায় বিপদাশংকা এৰাই চলে। (শুদ্ধ/অশুদ্ধ) 

উত্তৰঃ অশুদ্ধ।


ঞ) আভ্যন্তৰীণ উদ্যমী এগৰাকী ভাবে স্বতন্ত্র উদ্যমী।

উত্তৰঃ আংশিক।


ট) উদ্যমিতাৰ উন্নয়নৰ প্ৰাসংগিক স্তৰ নিৰ্ধাৰণত জনসংখ্যাকেন্দ্রিক ____________ৰো প্ৰাসংগিকতা আছে।

উত্তৰঃ বৈশিষ্ট্য।


ঠ ) আন্তঃৰাষ্ট্ৰীয় উদ্যমিতাই উৎপাদনৰ ব্যয়__________কৰে।

উত্তৰঃ নিম্ন।


ড) সামগ্রিক উদ্যমিতাই________বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

উত্তৰঃ সাংস্কৃতিক।

ঢ) পোনপ্ৰথমে ভাৰতবৰ্ষৰ______ত এ টি এম সেৱাৰ সংস্থাপিত হয়। 

উত্তৰঃ মুম্বাই।

ণ) পোন প্ৰথমবাৰৰ বাবে পৃথিৱীৰ_______ ত (নগদযন্ত্ৰ) এ টি এম সংস্থাপিত হয়।

উত্তৰঃ বৃটেইন।


২ নং থকা প্ৰশ্নাৱলী

অ) উদ্যমী আৰু উদ্যমিতা শব্দটোৰ ধাৰণা আৰু অৰ্থ লিখা।

উত্তৰঃ


আ) উদ্যমী আৰু উদ্যমিতাৰ দুটা পার্থক্য লিখা ।

উত্তৰঃ


 ই ) উদ্যমিতাৰ দুটা উপাদান কি কি ?

উত্তৰঃ


ঈ) উদ্যমীৰ দুটা বৈশিষ্ট্য লিখা 

উত্তৰঃ


উ) উদ্যমীৰ সৃজনশীলতাৰ অৰ্থ লিখা ৷ 

উত্তৰঃ


ঊ) উদ্যমীৰ দুটা নিৰ্ধাৰক লিখা। 

উত্তৰঃ


ঋ) উদ্যমীৰ থাকিবলগীয়া দুটা গুৰুত্বপূৰ্ণ গুণাৱালী উল্লেখ কৰা।

উত্তৰঃ


এ) উদ্যমীৰ দুটা প্ৰৱৰ্তন মূলক কাৰ্য লিখা ৷

উত্তৰঃ


ঐ) অভিনবত্ব / নতুনত্বকৰণ কি?

উত্তৰঃ


ও) উদ্যমিতাৰ সৃজনশীলতাৰ উন্নয়নৰ দুটা উপায় লিখা ৷

উত্তৰঃ


৫ নং থকা প্রশ্নাবালী

১ ) উদ্যমিতাৰ উৎপত্তিৰ ক্ৰমবিকাশৰ ওপৰত এটি টোকা যুগুত কৰা।

উত্তৰঃ


২ ) উদ্যমিতাৰ ক্ৰমবিকাশৰ ওপৰত ৰিচাৰ্ড কমিটীখনৰ ধাৰণা অংকিত কৰা। 

উত্তৰঃ


৩ ) ভাৰতবৰ্ষৰ উদ্যমিতাৰ অগ্ৰগতি সম্পৰ্কত তোমাৰ মতামত প্রকাশ কৰা।

উত্তৰঃ


৪) উদ্যমীতাৰ উপাদানসমূহ চমুকৈ লিখা।

উত্তৰঃ


৫) উদ্যমী আৰু উদ্যমিতাৰ ৫ টা পার্থক্য লিখা।

উত্তৰঃ


৬) উদ্যমিতাৰ সৃজনশীলতা উন্নয়নৰ ৫ টা উপায় লিখা।

উত্তৰঃ


৭) সামাজিক সমস্যা সমাধানৰ উদ্যমিতাৰ ৫ টা ভূমিকা লিখা ।

উত্তৰঃ


৮) উদ্যমী আৰু আভ্যন্তৰীণ উদ্যমীৰ মাজত থকা ৫ টা পার্থক্য লিখা।

উত্তৰঃ


৯ ) প্রযুক্তিকেন্দ্রিক উদ্যমীৰ ৫ টা বৈশিষ্ট্য লিখা ।

উত্তৰঃ


১০) সাংস্কৃতিক উদ্যোক্তাৰ সংজ্ঞা লিখা । ইয়াৰ ৫ টা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ 


১১) নেটকেন্দ্রিক উদ্যমীৰ বিষয়ে সংক্ষিপ্ত টোকা এটি যুগুত কৰা । 

উত্তৰঃ 


১২) সামাজিক উদ্যমী আৰু ব্যৱসায়িক উদ্যমীৰ মাজত থকা পাৰ্থক্যবোৰ লিখা।

উত্তৰঃ


১০ নং থকা প্রশ্নাৱলী 

১) উদ্যমিতা বুলিলে কি বুজা? উদ্যমিতাৰ উপাদান সমূহ বৰ্ণনা কৰা 

উত্তৰঃ


২) উদ্যমিতাৰ বিভিন্ন নিৰ্ধাৰকসমূহ চমুকৈ আলচ কৰা।

উত্তৰঃ


৩) উদ্যমিতা কি? সফল উদ্যমী এগৰাকীৰ থাকিবলগীয়া গুণাৱলীসমূহ বর্ণনা কৰা।

উত্তৰঃ


৪) উদ্যমীৰ প্ৰকৃতি আৰু বৈশিষ্ট্যসমূহ সংক্ষেপে বর্ণনা কৰা।

উত্তৰঃ


৫) আর্থিক উন্নয়নত উদ্যমীৰ ভূমিকা/গুৰুত্ব/তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ


৬) উদ্যমীৰ সংজ্ঞা দিয়া। উদ্যমীৰ নিৰ্ধাৰকবোৰ চমুকৈ আলচ কৰা।

উত্তৰঃ


৭) উদ্যমী এজনে হাতত লোৱা কাৰ্যাৱলীসমূহ আলোচনা কৰা। 

উত্তৰঃ


৮) উদ্যমীৰ সৃজনশীলতাৰ ধাৰণা দিয়া । সৃজনশীলতা ধাৰণাৰ বিকাশৰ স্তৰসমূহ আলোচনা কৰা।

উত্তৰঃ


৯) উদ্যমীৰ সৃজনশীলতা উন্নয়নৰ উপায়সমূহ চমুকৈ বৰ্ণনা কৰা ৷ 

উত্তৰঃ


১০) সমাজৰ সমস্যা আৰু কামত উদ্যমিতাৰ সৃজনাত্মক মানসিকতাৰ ভূমিকা পৰীক্ষা কৰা।

উত্তৰঃ


১১) আভ্যন্তৰীণ উদ্যমী বুলিলে কি বুজা আভ্যন্তৰীণ উদ্যমী আৰু উদ্যমীৰ পাৰ্থক্যসমূহ লিখা।

উত্তৰঃ


১২) প্রযুক্তিকেন্দ্রিক উদ্যমী কি? এনে উদ্যমীৰ অৰ্হতাসমূহ কি কি? 

উত্তৰঃ


১৩) সাংস্কৃতিক উদ্যোগী বুলিলে কি বুজা ? সাংস্কৃতিক উদ্যোক্তাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ


১৪ ) আন্তঃৰাষ্ট্ৰীয় উদ্যোক্তা কাক বোলে ? এনে উদ্যোক্তাৰ গুৰুত্ব পৰ্যালোচনা কৰা।

উত্তৰঃ



Type: Krishan Bora