Chapter 1    

ভাৰতীয় চুক্তি আইন, ১৮৭২ 

INDIAN CONTRACT ACT, 1872 

প্ৰশ্নাৱলী 

খালী ঠাই পূৰণ— 

১। প্ৰতিশ্ৰুতি + পাৰস্পৰিক প্ৰতিশ্ৰুতি + প্ৰতিদান = ________

উত্তৰঃ 

২। এটা বন্দোবস্ত + আইনৰ দ্বাৰা বলবৎকৰণ =________

উত্তৰঃ 

৩। এজন ব্যক্তিৰ দ্বাৰা প্ৰস্তাব + অন্য ব্যক্তিৰ দ্বাৰা ইয়াক গ্ৰহণ = ________

উত্তৰঃ 

৪। আইন হৈছে _______ দ্বাৰা আৰোপিত আৰু প্ৰয়োগজনিত আচৰণৰ বিধান। 

উত্তৰঃ 

৫। ভাৰতীয় চুক্তি আইনগত ১৮৭২ চনৰ ৰ _________ ৰ পৰা বলবৎ কৰা হয় । 

উত্তৰঃ

৬। প্ৰতিদান হৈছে এটা ______ যাৰ জৰিয়তে অন্য ব্যক্তিৰ প্ৰতিশ্ৰুতি ক্ৰয় কৰিব পৰা যায়। 

উত্তৰঃ 

৭। চুক্তি এটা বৈধ হ'বলৈ চুক্তিবদ্ধ পক্ষসমূহ চুক্তি সম্পাদন কৰিবলৈ ________ থাকিব লাগিব ।

উত্তৰঃ 

৮। মদৰ নিচাত থকা সময়ত মদ্যপায়ী ব্যক্তিৰ লগত কোনো চুক্তি ______ নহয় । 

উত্তৰঃ 

৯। যুক্ত চুক্তি এটা ______ ৰ দ্বাৰা চুক্তি সম্পাদন অসম্বৱ হৈ পৰিব পাৰে । 

উত্তৰঃ 

১০। বিষয়বস্তু ______ দ্বাৰা চুক্তি সম্পাদন অসম্বৱ হৈ পৰিব পাৰে । 

উত্তৰঃ 

শুদ্ধ/ অশুদ্ধ বিচাৰ কৰা___

১। বন্দোবস্ত হ'বলৈ এটা দলে দিয়া প্ৰস্তাব অন্য এটা দলে গ্ৰহণ কৰাৰ আৱশ্যক নহয়। 

উত্তৰঃ 

২। এছ এম এছৰ দ্বাৰা দিয়া প্ৰস্তাব অন্তৰ্নিহিত প্ৰস্তাবৰ সমান।

উত্তৰঃ 

৩। গ্ৰহণ প্ৰকাশ্য বা অপ্ৰকাশ্য হ'ব পাৰে। 

উত্তৰঃ 

৪। কিছুমান আৱশ্যকীয় দ্ৰব্য ক্ৰয়ৰ বাবে নাবালক এজনে কৰা চুক্তিৰ বাবে নাবালকৰ সা- সম্পত্তি তাৰ ঋণ পৰিশোধৰ বাবে দায়ী নহয় । 

উত্তৰঃ 

৫। আত্মহত্যা কৰিম বুলি দিয়া ভীতি ভাৰতীয় দণ্ড বিধি আইনৰ অধীনৰ এটা অপৰাধ । 

উত্তৰঃ 

৬। শৰীৰ চৰ্চাৰ প্ৰতিযোগিতা এখন দক্ষতাৰ খেল হোৱা হেতুকে বৈধ । 

উত্তৰঃ 

৭। চুক্তিৰ পৰিচিত পক্ষক প্ৰতিশ্ৰুতিৰ সম্পাদন দাবী কৰিব পৰা যায় । 

উত্তৰঃ 

৮। যুটীয়া প্ৰতিশ্ৰুিতি দাতাৰ দায়বদ্ধতা যৌথ আৰু পৃথক । 

উত্তৰঃ 

৯। বাতিলকৰণ মানে হ'ল চুক্তিৰ নিৰ্বাহন । 

উত্তৰঃ 


১০। নবীনত্বকৰণৰ অৰ্থ হৈছে নতুন চুক্তিৰ বাদ দি পুৰণা চুক্তি এটাক স্থলাভিষিক্ত কৰা । 

উত্তৰঃ 

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া— 

১। আইনৰ সূত্ৰ দিয়া । বিভিন্ন আইনজ্ঞৰ দৃষ্টিত চুক্তি আইনৰ ধাৰণা উল্লেখ কৰা । ১৮৭২ ৰ ভাৰতীয় চুক্তি আইনৰ ইতিহাস চমুকৈ লিখা ৷ 

উত্তৰঃ 

২। ‘ চুক্তি’শব্দটোৰ অৰ্থ লিখা । বন্দোবস্ত = প্ৰস্তাৱ + স্বীকৃতি , কথা ফাকিত তুমি এক মতনে ? 81

উত্তৰঃ  

৩। এটা বৈধ চুক্তিৰ আৱশ্যকীয় উপাদান সমূহ আলোচনা কৰা।

উত্তৰঃ  

৪। A য়ে B ৰ লগত চুক্তি কৰে যে যদিহে তেওঁ B ৰ এখন হাত ভাঙি দিয়ে তেওঁক 5000 টকা প্ৰদান কৰিব ৷ এইটো এটা চুক্তিনে ? তোমাৰ উত্তৰৰ যুক্তি দিয়া ।

উত্তৰঃ  

৫৷ তলত দিয়াবোৰৰ ধাৰণা দিয়া—  

( ক ) বৈধ চুক্তি ( valid contract )

উত্তৰঃ  

( খ ) বাতিল চুক্তি ( void contract )

উত্তৰঃ 

( গ ) বাতিল বন্দোবস্ত ( void agreement )

উত্তৰঃ  

( ঘ ) বাতিলযোগ্য চুক্তি ( voidable contract ) 

উত্তৰঃ 

( ঙ ) অসম্পাদনযোগ্য চুক্তি ( unforceable contract )

উত্তৰঃ  

( চ ) অবৈধ বন্দোবস্ত ( Illegal agreement )

উত্তৰঃ  

( ছ ) অন্তর্নিহিত চুক্তি ( Implied contract )

উত্তৰঃ  

( জ ) সদৃশ বা অৰ্দ্ধ চুক্তি ( Quasi - contract )

উত্তৰঃ  

( ঝ ) দ্বিপক্ষীয় চুক্তি ( Bilateral contract )

উত্তৰঃ 

৬। পার্থক্য দেখুওৱা—  

 ( a ) বাতিল বন্দোবস্ত আৰু বাতিলযোগ্য চুক্তি ।

উত্তৰঃ  

( b ) বাতিল আৰু অবৈধ চুক্তি 

উত্তৰঃ

( C ) ক ) কাৰ্যকৰী আৰু কাৰ্যকৰণযোগ্য চুক্তি 

উত্তৰঃ

( d ) প্রকাশ্য আৰু অন্তর্নিহিত চুক্তি ।

উত্তৰঃ 

 ৭। সকলো বন্দোবস্তই চুক্তি নহয় কিন্তু সকলো চুক্তিয়েই বন্দোবস্তু । কথাফাকিৰ অন্তর্নিহিত তাৎপর্য বর্ণনা কৰা ।

উত্তৰঃ 

৮ । প্ৰস্তাৱ কি ? এটা বৈধ প্ৰস্তাৱৰ প্ৰয়োজনীয় নীতি - নিয়ম সমূহ আলোচনা কৰা ৷

উত্তৰঃ  

৯ । স্বীকৃতি বা গ্রহণ বুলিলে কি বুজা । বৈধ স্বীকৃতিৰ আইনগত উপাদানসমূহ উল্লেখ কৰা । 

উত্তৰঃ 

১০। এটা প্ৰস্তাৱ বাতিল কৰণৰ বিভিন্ন প্ৰকাৰৰ পদ্ধতি সমূহ বর্ণনা কৰা ৷

উত্তৰঃ  

১১। “ স্বীকৃতি / গ্রহণ এটা কাৰ্য্যকৰী হ’বলৈ প্ৰস্তাৱকৰ লগত সংযোগ স্থাপিত হবই লাগিব ৷ ” এই নিয়মৰ কিবা ব্যতিক্রম থকা বুলি তুমি ভবা নেকি ?

উত্তৰঃ 

 ১২। কেতিয়া প্ৰস্তাৱ এটাৰ যোগাযোগ সম্পূর্ণ হয় ? প্ৰস্তাৱ এটা কেতিয়া বাতিল হয় লিখা ৷

উত্তৰঃ 

 ১৩৷ স্বীকৃতিৰ যোগাযোগ কেতিয়া সম্পূর্ণ হোৱা বুলি ধৰি লোৱা হয় ? এই ক্ষেত্ৰত ভাৰতীয় আইনৰ দৃষ্টিভংগী কি উল্লেখ কৰা ৷

উত্তৰঃ 

 ১৪। প্ৰতিদান শব্দটোৰ অৰ্থ লিখা । বৈধ প্রতিদানৰ আৱশ্যকীয় উপাদানসমূহ আলচ কৰা ৷

উত্তৰঃ  

১৫৷ প্রতিদান অবিহনে চুক্তি এটা বৈধ হোৱা ব্যতিক্রমী পৰিস্থিতি সমূহ চমুকৈ বৰ্ণনা কৰা ৷

উত্তৰঃ  

১৬। প্রতিদান বিহীন বন্দোবস্ত বাতিল কৰা হয় ৷ মন্তব্য দাঙি ধৰা ৷ 

উত্তৰঃ 

১৭। নাবালকৰ লগত কৰা চুক্তিৰ প্ৰধান নীতি - নিয়ম সমূহ আলোচনা কৰা ।

উত্তৰঃ  

১৮। অসুস্থ মানসিকতাৰ ব্যক্তিৰ লগত কৰা চুক্তিৰ আইনগত নীতি নিয়মবোৰ লিখা ৷

উত্তৰঃ  

১৯৷ নাবালকৰ বাহিৰে অন্য যিবিলাক ব্যক্তিয়ে চুক্তি কৰাৰ বাবে সামৰ্থ নহয় , সেই শ্ৰেণীৰ ব্যক্তিৰ বিষয়ে চমুকৈ উল্লেখ কৰা ৷ 

উত্তৰঃ 

২০। মুক্ত সন্মতিৰ অৰ্থ লিখা । বল প্রয়োগ কি ? কোনবোৰ কাৰ্য্য বল প্রয়োগৰ সমপৰ্য্যায়ৰ হয় ?

উত্তৰঃ  

২১৷ অপ্ৰয়োজনীয় প্ৰভাৱ কি ? কোনবোৰ পৰিস্থিতিত অপ্ৰয়োজনীয় প্রভাব পৰা বুলি সন্দেহ কৰা হয় ৷ বল প্রয়োগ আৰু অপ্রয়োজনীয় প্রভাবৰ মাজত থকা প্রভেদ উল্লেখ কৰা ।

উত্তৰঃ 

 ২২। প্ৰতাৰণাৰ অৰ্থ লিখা ৷ প্ৰতাৰণাৰ উপাদান সমূহ কি কি লিখা ৷

উত্তৰঃ  

২৩। কোনবোৰ ক্ষেত্ৰত মৌনতা প্ৰতাৰণাৰ সমপৰ্যয়ৰ হয় লিখা ৷ প্ৰতাৰণাৰ পৰিণতি ৷ উল্লেখ কৰা ৷

উত্তৰঃ  

২৪৷ ভুল উপস্থাপন কি ? ভুল উপস্থাপন আৰু প্ৰতাৰণাৰ মাজত থকা পার্থক্য লিখা । 

উত্তৰঃ 

২৫৷ বিভ্রান্তি কি ? একপক্ষীয় আৰু দ্বিপাক্ষীক বিভ্রান্তি কিছুমানৰ উদাহৰণ দিয়া ৷

উত্তৰঃ  

২৬। কোনবোৰ ক্ষেত্ৰত এটা বন্দোবস্তৰ প্ৰতিদান আৰু উদ্দেশ্য বেআইনী বুলি পৰিগণিত হয় , চমুকৈ আলোচনা কৰা ৷

উত্তৰঃ 

 ২৭। জনসাধাৰণৰ নীতি বিৰুদ্ধ বন্দোবস্ত সমূহ বৰ্ণনা কৰা ৷

উত্তৰঃ 

 ২৮। বাতিল বন্দোবস্ত কি ? ভাৰতীয় চুক্তি আইনে প্রত্যক্ষভাৱে বাতিল ঘোষণা কৰা বন্দোবস্ত সমূহ উল্লেখ কৰা ।

উত্তৰঃ 

২৯। ‘ বাজি’ৰ সূত্ৰ দিয়া ৷ বাজি ধৰা চুক্তিৰ বৈধতা সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ

৩০। চুক্তিৰ সম্পাদন বুলিলে কি বুজা । টেনদাৰ বা প্ৰস্তাৱৰ সম্পাদন কি ? বৈধ টেনদাৰৰ আৱশ্যকীয় চৰ্তসমূহ উল্লেখ কৰা। 

উত্তৰঃ

৩১। চুক্তি সম্পাদনৰ সময় আৰু স্থান সংক্ৰান্তত থকা আইনগত নী কৰা ৷ নীতি সমূহ বর্ণনা কৰা । 

উত্তৰঃ 

৩২। ভাৰতীয় চুক্তি আইনত থকা যৌথ প্ৰস্তাৱক আৰু প্ৰস্তাৱ গ্রহীতাৰ দেনা - দায়িত্ব আৰু অধিকাৰসমূহ আলোচনা কৰা ৷

উত্তৰঃ 

৩৩। পাৰস্পৰিক প্ৰতিশ্ৰুতি সম্পাদনৰ পদ্ধতি সমূহ বৰ্ণনা কৰা। 

উত্তৰঃ 

৩৪। চুক্তিৰ হস্তান্তৰৰ নিয়মাৱলীসমূহ লিখা ৷

উত্তৰঃ  

৩৫। দেনাদাৰৰ দেনা উপযুক্ত ধৰণে পৰিশোধ কৰণৰ ক্ষেত্ৰত কি ধৰণৰ নীতি নিয়ম  আইনমতে গ্রহনীয় লিখা ৷  

উত্তৰঃ 

৩৬। চুক্তিৰ পৰা অব্যহতি বা নিবৃত্তিৰ বিভিন্ন পদ্ধতি সমূহ চমুকৈ আলোচনা কৰা । 

উত্তৰঃ 

৩৭। কোনবোৰ পৰিস্থিতি তাৰিখৰ পিছত চুক্তি এটাৰ সম্পাদন অসম্ভৱ হৈ পৰে লিখা ৷

উত্তৰঃ  

৩৮। হস্তক্ষেপ জনিত অসম্ভাৱনীয়তাৰ নীতিৰ ব্যতিক্রম সমূহ উল্লেখ কৰা ।

উত্তৰঃ  

৩৯। চুক্তিভংগৰ ক্ষেত্ৰত ক্ষতিগ্রস্ত পক্ষই লাভ কৰা আইনসংগত প্ৰতিকাৰ সমূহ  বৰ্ণনা কৰা

উত্তৰঃ  

৪০। চুক্তি আইনত থকা বিভিন্ন প্ৰকাৰৰ ক্ষতি পূৰণ সমূহ কি কি ? এই ক্ষেত্ৰত ক্ষতিপূৰণ জোখ মাখৰ নীতি সমূহ উল্লেখ কৰা ৷

উত্তৰঃ  

৪১। আকস্মিক চুক্তি কি ? আকস্মিক চুক্তিৰ সন্দৰ্ভত থকা নিয়মাৱলী সমূহ কি জীৱ ৷ উল্লেখ কৰা ৷ 

উত্তৰঃ 

৪২। আকস্মিক চুক্তিৰ ধৰ্ম কি ? আকস্মিক আৰু বাজি ধৰা চুক্তিৰ পাৰ্থক্য লিখা ।

উত্তৰঃ  

৪৩। অৰ্দ্ধ বা সদৃশ চুক্তি কি ? ভাৰতীয় চুক্তি আইনত অৰ্দ্ধ চুক্তি হিচাপে বিবেচ্য । প্ৰকাৰ সমূহ উল্লেখ কৰা ।

উত্তৰঃ


Type: Krishna Bora 




Post ID : DABP005364