ষষ্ঠ অধ্যায়ঃ 

উৎপাদন

১। সৰ্বাধিক লাভত উৎপাদনৰ লক্ষ্য স্থাপন কৰা প্ৰধান উৎপাদন প্রতিষ্ঠান লক্ষ্য কি ? সর্বাধিক লাভ উপাৰ্জনৰ লক্ষ্য পূৰণৰ অৰ্থে উৎপাদকে কেনেকৈ আচৰণ কৰিব লাগে? 

What is the basic objective of a profit maximising firm? How the producer of a profit maximising firm behaves? 

২। উৎপাদক আৰু উৎপাদনৰ সম্পৰ্ক উৎপাদন ফলন প্রত্যয়টোৰ মাধ্যমত ব্যাখ্যা কৰা। 

Explain the relation between input and output with the help of prodiction function . 

৩। চিত্ৰৰ সহায়ত পৰিৱৰ্তনীয় অনুপাত বিধিটো ব্যাখ্যা কৰা । এজন বিবেচক উৎপাদকে উৎপাদনৰ কোনটো স্তৰত উৎপাদন কৰাটো উচিত? 

Explain the law of variable proportions with the help of diagram. In which stage a rational producer should operate?


৪। সমউৎপাদন ৰেখা কাক কয় ? ইয়াৰ বৈশিষ্ট্য কি কি ? 

What is Iso-quants or production Indifference Curve? 

৫ । সমউৎপাদন ৰেখাৰ সহায়ত এজন উৎপাদকে কেনেকৈ এক নির্দিষ্ট উৎপাদক নিম্নতম ব্যয়ত সম্ভৱপৰ কৰিব পাৰে ব্যাখ্যা কৰা । 

Explain with the help of Isoquant how a producer can produce a given output at minimum cost. 

৬। বাজেট প্রতিবন্ধক বুলিলে কি বুজা ? বাজেট প্রতিবন্ধক থকাৰ অৱস্থাত এজন উৎপাদকে এক নির্দিষ্ট উৎপাদন কেনেকৈ নিম্নতম ব্যয়ত কৰিব পাৰে তাক উৎপাদন নিৰপেক্ষ ৰেখাৰ সহায়ত ব্যাখ্যা কৰা । 

What is budget constraint? How a producer can produce a given output with minimum cost and budget constraint explain with the help of production indifference curve.

৭। উৎপাদনী ব্যয়ৰ ওপৰত প্রযুক্তি কৌশলৰ নিৰ্বাচনত কিবা প্ৰভাৱৰ বিষয়ে উদাহৰণসহ ব্যাখ্যা কৰা । 

Explain with the help of diagram the effect of choice of technology on cost . 

৮। চমুটোকা লিখা (Write Short notes on): 

(ক) উৎপাদন নিৰপেক্ষ ৰেখা (Production Indiferrence curve or Isoquants.) 

(খ) সমব্যয় ৰেখা (Iso - cost line) 

(গ) ক্রমহ্রাসমান প্রতিদান বিধি (Law of diminishing of return) 

৯। সম উৎপাদন ৰেখা আৰু নিৰপেক্ষ ৰেখাৰ পাৰ্থক্য কি ? 

What is the difference between Iso-product curve and Indifference curve . 

১০। তলৰ প্রশ্নকেইটাৰ উত্তৰ দিয়া: 

Give answer of the following questions: 

(ক) দুডাল সম - উৎপাদন ৰেখাই কিয় পৰস্পৰে পৰস্পৰ্ক ছেদ নকৰে? 

Why two Isoquants do not intersect each other ? 

(খ) এক নিৰ্দিষ্ট পৰিমাণৰ উৎপাদন নিম্নতম উৎপাদক ব্যয়ত উৎপাদনৰ চৰ্ত কি?

 What is the condition of not intersect each other?

(গ) সৰ্বাধিক লাভ উপাৰ্জনৰ লক্ষ্যৰে পৰিচালিত এজন উৎপাদকৰ আচৰণ কেনে হ'ব লাগে?

How a producer aim at earning maximum profit should behave?





Post ID : DABP005193