Chapter 3

উদ্যমিতাত ৰাজহুৱা আৰু ব্যক্তিগত উদ্দীপনা, উৎসাহ, সমৰ্থন আৰু স্থায়িত্ব


অনুশীলনী

১ নং থকা প্ৰশ্নাৱলী 

১) উদ্দীপনাৰ ব্যক্তিগত পদ্ধতিৰ তলৰ কোনটো পদ্ধতি অন্তর্ভুক্ত নহয়— 

ক ) উদ্যমিতাৰ শিক্ষা 

খ ) উদ্যমিতাৰ বিকাশ আঁচনি 

গ ) উদ্যমিতা আৰু বৃত্তি বিকাশ কোষ 

ঘ ) ওপৰৰ এটিও নহয়

উত্তৰঃ ঘ ) ওপৰৰ এটিও নহয়


২) তলৰ কোনটো উদ্দীপনাৰ পদ্ধতি ব্যক্তিগত উদ্দীপনা পদ্ধতিৰ অন্তৰ্ভুক্ত— 

ক) ব্যক্তিগত টি ভি চেনেলৰ প্ৰচেষ্টা

খ) উদ্যমিতাৰ শিক্ষা 

গ) উদ্যমিতাৰ বিকাশ আঁচনি

ঘ) ওপৰৰ এটিও নহয়

উত্তৰঃ ক) ব্যক্তিগত টি ভি চেনেলৰ প্ৰচেষ্টা


৩) তলৰ কোনটো প্ৰক্ৰিয়া উদ্যমীৰ ব্যক্তিগত সমৰ্থনৰ অন্তৰ্ভুক্ত—

ক) উদ্যমীৰ পৰিমাণ

খ) উদ্যমীৰ বন্ধুবৰ্গ

ঘ) ওপৰৰ আটাইকেইটা

গ) দেৱদূতসদৃশ বিনিয়োগগৰাকী

উত্তৰঃ ঘ) ওপৰৰ আটাইকেইটা


8) তলৰ কোনখন আঁচনি উদ্যমীৰ সমৰ্থনৰ ৰাজহুৱা আঁচনিৰ অন্তৰ্ভুক্ত—

ক) প্রধানমন্ত্ৰীৰ নিয়োগ সৃষ্টিৰ আঁচনি

খ) দীনদয়াল অস্তোদয় যোজনা

গ) মহিলা উদ্যমনিধি

ঘ) ওপৰৰ আটাইবোৰ 

উত্তৰঃ ঘ) ওপৰৰ আটাইবোৰ


৫)তলৰ কোনটো পদ্ধতি উদ্যমীৰ বহন ক্ষমতা উন্নয়নৰ এটা পদ্ধতি নহয়—

ক) ছেবীৰ বিত্তায়ন

খ) বাণিজ্যিক ঋণ

গ) ধাৰ/ঋণ

ঘ) কে ভি আই চিৰ বজাৰ সমৰ্থন আঁচনি 

উত্তৰঃ ক) ছেবীৰ বিত্তায়ন


৬) তলৰ কোনটো প্ৰতিষ্ঠানক ভেন্সাৰ পুঁজিপতিৰ প্ৰতিষ্ঠান হিচাপে ক’ব পৰা যায়—

ক) বেলিয়ান ভেন্সাৰ পাৰ্টনাৰা

খ) এচেল পার্টনাৰ 

গ) আই ডি জি ভেন্সাৰ

ঘ) ওপৰৰ আটাইবোৰ

উত্তৰঃ ঘ) ওপৰৰ আটাইবোৰ


৭) তলৰ কোনটো চনত ৰাষ্ট্ৰীয় ক্ষুদ্র উদ্যোগ নিগম প্রতিষ্ঠা কৰা হয়।

ক) ১৯৫৫ চনত

খ) ১৯৫৬ চনত 

গ) ১৯৫৭ চনত

ঘ) ১৯৫৮ চনত

উত্তৰঃ ক) ১৯৫৫ চনত


৮) ব্যৱসায়িক উন্মেষক / উৎঘাটক হৈছে উদ্যমিতাৰ সমৰ্থনৰ অৰ্থে থকা এটা_______প্ৰক্ৰিয়া।

উত্তৰ : ব্যক্তিগত।


৯) কান্দলামুক্ত বাণিজ্যিক মণ্ডল হৈছে ভাৰতৰ প্ৰথম ৰপ্তানি ক্রমোন্নয়ন মণ্ডল। (হয় নে নহয়) 

উত্তৰঃ হয়।


১০) ২০১৯ তাৰিখৰ পৰা বৰ্তমান অসম চৰকাৰৰ উদ্যোগিক আৰু বিনিয়োগ নীতি কাৰ্যকৰী হয়। 

উত্তৰঃ ১ চেপ্তেম্বৰ।


২ নং থকা প্রশ্নাৱলী

১) উদ্যমিতা উদ্দীপনাৰ ২ টা ব্যক্তিগত প্ৰক্ৰিয়া উল্লেখ কৰা।

উত্তৰঃ


২) উদ্যমিতা উদ্দীপনাৰ ২ টা চৰকাৰী প্ৰক্ৰিয়া উল্লেখ কৰা।

উত্তৰঃ


৩) উদ্যমিতা সমৰ্থনৰ ২ টা ব্যক্তিগত প্ৰক্ৰিয়া উল্লেখ কৰা।

উত্তৰঃ


8) উদ্যমিতা সমৰ্থনৰ ২ টা ব্যক্তিগত চৰকাৰী প্ৰক্ৰিয়া উল্লেখ কৰা।

উত্তৰঃ


৫) এটা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্থায়ী মূলধনৰ নিৰ্ণয়কাৰী ২ টা উপাদান উল্লেখ কৰা। 

উত্তৰঃ


৬) ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ ২ টা কাৰ্যকৰী মূলধনৰ উৎস লিখা।

উত্তৰঃ


৭) উদ্যোগিক সংঘ/সংস্থাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ


৮) আত্মসহায়ক গোটৰ দুটা সমস্যা উল্লেখ কৰা।

উত্তৰঃ


৯) উদ্যোগিক পামৰ ধাৰণা আৰু অৰ্থ লিখা।

উত্তৰঃ


১০) দেৱদূত বিনিয়োগকাৰীৰ দুটা কাৰ্য লিখা।

উত্তৰঃ


৫ নং থকা প্ৰশ্নাৱালী 

১) উদ্দীপনা কি? ব্যক্তিগত উদ্দীপনাৰ পদ্ধতিকেইটা উল্লেখ কৰা।

উত্তৰঃ


২) চৰকাৰীক ৰাজহুৱা উদ্দীপনাৰ পদ্ধতিৰ ওপৰত এটি টোকা যুগুত কৰা।

উত্তৰঃ


 ৩ ) উদ্দীপনাৰ সমৰ্থনৰ ব্যক্তিগত প্ৰক্ৰিয়াৰ গুৰুত্ব কি ?

উত্তৰঃ


৪) উদ্যমিতাৰ বহনক্ষমতা কি? বহনক্ষমতাৰ যিকোনো ৪ টা পদ্ধতি চমুকৈ লিখা।

উত্তৰঃ


৫)নেডফিৰ কাৰ্যকৰী মূলধন ম্যাদী ঋণ আঁচনিৰ সুবিধা লাভৰ চৰ্তকেইটা উল্লেখ কৰা।

উত্তৰঃ


৬) এম এচ এম ইৰ স্থায়ী মূলধনৰ উৎস সমূহ লিখা।

উত্তৰঃ


৭) কাৰ্যকৰী মূলধন নিৰ্ণয়কাৰী উপাদান ৫ টা লিখা।

উত্তৰঃ


৮) এম এচ এম ইৰ বাবে উপলব্ধ বজাৰকৰণত সহায় হোৱা যিকোনো দুখন আঁচনি চমুকৈ উল্লেখ কৰা।

উত্তৰঃ


৯) এম এচ এম ইলৈ প্ৰযুক্তি আৰু গুণ উন্নয়ন সমৰ্থন আঁচনিৰ ৪ টা সুবিধা উল্লেখ কৰা।

উত্তৰঃ


১০) উদ্যোগিক পাম আঁচনিৰ উদ্দেশ্যবোৰ লিখা।

উত্তৰঃ


১০ নং থকা প্রশ্নাৱলী 

১) উদ্যমীৰ উদ্দীপনাৰ পদ্ধতিসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


২) উদ্যমীৰ সমৰ্থনৰ চৰকাৰী প্ৰক্ৰিয়াসমূহ চমুকৈ আলচ কৰা।

উত্তৰঃ


৩) উদ্যমীৰ বহনক্ষমতাৰ বিভিন্ন প্ৰকাৰসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


৪) এম এচ এম ইৰ স্থায়ী মূলধন পৰিচালনাৰ বিভিন্ন পদক্ষেপসমূহ সংক্ষেপে আলোচ কৰা।

উত্তৰঃ


৫) কাৰ্যকৰী মূলধন কি? কাৰ্যকৰী মূলধনৰ গুৰুত্ব চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


৭ ) অতি ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ স্থায়ী মূলধনৰ প্ৰধান উৎসসমূহ বিশ্লেষণ কৰা।

উত্তৰঃ


৮) অতি ক্ষুদ্র, ক্ষুদ্র প্রতিষ্ঠান এটাৰ কাৰ্যকৰী মূলধনৰ উৎসসমূহ বহলাই লিখা।

উত্তৰঃ


৯) ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ উন্নয়নৰ অৰ্থে প্রযুক্তি বিষয়ক কেইখনমান আঁচনি বৰ্ণনা কৰা।

উত্তৰঃ


১০) উদ্যোগিক পাম কি? উদ্যোগিক পাম আঁচনিৰ সুবিধাসমূহ আলচ কৰা।

উত্তৰঃ


১১) উদ্যোগিক সংহতি/সমষ্টি কি? ইয়াৰ প্ৰকাৰবোৰ উল্লেখ কৰি গুৰুত্বসমূহ চমুকৈ লিখা।

উত্তৰঃ


১২) উদ্যমিতাৰ সংস্থা কি? এনে সংস্থাৰ বৈশিষ্ট্যসমূহ লিখা। উদ্যমিতাৰ উন্নয়নত উদ্যমী সংঘৰ ভূমিকা বৰ্ণনা কৰা।

উত্তৰঃ


১৩) আত্মসহায়ক গোট কি? আত্মসহায়ক গোটৰ বৈশিষ্ট্য সমূহ লিখা।

উত্তৰঃ


১৪) উদ্যমিতাৰ উন্নয়নত আত্মসহায়ক গোটৰ ভূমিকা বৰ্ণনা কৰা।

উত্তৰঃ


১৫) ভাৰতবৰ্ষত আত্মসহায়ক গোট আন্দোলনৰ সমস্যাসমূহ লিখি তাৰ সমাধানাৰ্থে কেইটামান পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ


১৬) ব্যৱসায়িক উন্নয়ন বুলিলে কি বুজা? উন্মেষকৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

উত্তৰঃ


১৭) দেৱদূত বিনিয়োগকাৰী কি? দেৱদূত বিনিয়োগকাৰীৰ ভূমিকাসমূহ আলোচনা কৰা।

উত্তৰঃ


১৮) ব্যক্তিগত সমাংশ পুঁজিৰ ধাৰণা দিয়া। এনে পুঁজিৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ


১৯) ব্যক্তিগত সমাংশ পুঁজিৰ ভূমিকা সমূহ উল্লেখ কৰি এনে পুঁজিৰ দ্বাৰা সম্পাদিত কাৰ্যাৱলীসমূহ লিখা।

উত্তৰঃ


Type: Krishna Bora