Chapter 8 

বিশুদ্ধ বা পূৰ্ণ-প্ৰতিযোগিতা 

[Pure and Perfect-Competition] 

প্ৰশ্নাৱলী 

১। পূৰ্ণ-প্ৰতিযোগিতাৰ বজাৰ বুলিলে কি বুজায়? এনে বজাৰত কেনেদৰে দৰ নিৰ্ধাৰণ কৰা হয় ।

What do you mean by perfect Competition? How price is determine in the market? 

উত্তৰঃ 

২। পূৰ্ণ-প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্যসমূ কি কি ? পূৰ্ণ-প্ৰতিযোগিতাসমূহত বজাৰ দৰ কেনেদৰে নিৰ্ধাৰণ কৰা হয় উপযুক্ত চিত্ৰসহ ব্যাখ্যা কৰা । 

What are the characteristices of Perfect Competition? How the market price is this market determined? Explain with the help of diagram. 

উত্তৰঃ

৩ । পূর্ণ প্রতিযোগিতা বুলিলে কি বুজায় ? এনে বজাৰত হ্র স্বকালত কেনেদৰে মূল্য নিৰ্ধাৰণ কৰা হয় ? 

What do you mean a Perfect Competition ? How the short period price is determined in this market ? 

উত্তৰঃ 

৪ । পূর্ণ প্রতিযোগিতামূলক বজাৰৰ চৰ্ত কি কি ? অগণন কিনোতা আৰু বেচোতাসকলৰ মাজত বাধাহীন প্রতিযোগিতাই কেনেকৈ বজাৰত মাত্ৰ এটা মূল্য প্রবাহিত কৰে দেখুওৱা ৷ 

What are the conditions of perfect competition ? How in the presence of innumerable buyers and sellers the price in this type of market is determined ?

উত্তৰঃ  

৫ । বজাৰ দৰ আৰু স্বাভাৱিক দৰৰ মাজত পার্থক্য দেখুওৱা ।  Distinguish between market price and normal price . 

উত্তৰঃ 

৬ । বজাৰ দাম আৰু স্বাভাৱিক দামৰ মাজত পার্থক্য দেখুওৱা । স্বাভাৱিক দাম কেনেকৈ নিৰ্ধাৰণ কৰা হয় । 

Distinguish betwee market price and normal price . How the normal price is determined . ?

উত্তৰঃ 

৭। পূর্ণ_ প্রতিযোগিতামূলক বজাৰত উদ্যোগ প্ৰতিষ্ঠানৰ গড় বিক্ৰী আয় কিয় প্রান্তিক বিক্ৰী আয়ৰ সমান হয় ? 

Why in AR = MR of a firm under perfect competition ?

উত্তৰঃ  

8। বজাৰ দৰ আৰু স্বাভাৱিক দৰৰ পাৰ্থক্য দেখুওৱা । বজাৰ দৰ কিদৰে নিৰ্দ্ধাৰণ কৰা হয় ? 

Distinguish between Market Price and Normal Price . How the market price is determind ?

উত্তৰঃ  

১০। শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ 

Choose the correct Answer : 

( ক ) বিশুদ্ধ প্রতিযোগিতাৰ বজাৰত বস্তুৰ দৰ প্ৰান্তীয় আয়ৰ_____ ( বেছি / সমান / কম ) 

In the perfect competition price of product is _____MR . 

( higher than / equal to / less than )

উত্তৰঃ  

( খ ) বজাৰ দৰ এটা – দৰ । ( অতি হ্রস্বকালীন / হ্রস্বকালীন / দীর্ঘকালীন ) - 

Market price is a_____ price . ( Very short period / short period / very long period )

উত্তৰঃ  

( গ ) ক্রমহ্রাসমান ব্যয়ৰ অৱস্থাত উদ্যোগৰ যোগান ৰেখা — হয় । ( আনুভূমিক / নিম্নগামী / উর্ধগামী ) 

Under condition of decreasing cost the supply curve of the industry is_______ ( horizontal / downwards sloping / upward rising )

উত্তৰঃ

১১। সম্পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কি ? সম্পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত ভাৰসাম্য অৱস্থাত কেনেদৰে বস্তু এবিধৰ দাম ইয়াৰ প্ৰান্তিক আৰু গড় উৎপাদন ব্যয়ৰ সমান হয়। 

What is perfect competition? How under perfect competition on the market price=MR=A R? 

উত্তৰঃ

১২। ভাৰসমতা বুলিলে কি বুজা? পূৰ্ণ প্ৰতিযোগিতা বজাৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন উভয় অৱস্থাতে পূৰ্ণ-প্ৰতিযোগিতামূলক বজাৰত কোনো ঔদ্যোগিক পামে কি কি অৱস্থাত ভাৰসমতা পায় আলোচনা কৰা । 

উত্তৰঃ 

১৩। উৎপাদন প্ৰতিষ্ঠান আৰু উদ্যোগৰ পাৰ্থক্য আঙুলিয়াই দিয়া । 

Distinguish between firm and Industry?

উত্তৰঃ 

১৪। দীৰ্ঘকালীন যোগান ৰেখাৰ আকৃতি ব্যাখ্যা কৰা । 

Explain the shape of long-run supply curve. 

উত্তৰঃ 


Type: Krishna Bora      




Post ID : DABP005179