Chapter:4

ব্যৱসায়িক ধাৰণাৰ উৎস আৰু সম্ভাব্যতাৰ পৰীক্ষাস 



অনুশীলনীঃ

১নং থকা প্ৰশ্নাৱলী 

১) প্ৰতিটো দ্ৰব্য বা সেৱাই হৈছে কিছুমান_________ ৰ পৰিণতি। 

খালী ঠাই পূৰণ কৰা 

উত্তৰঃ ধাৰণা ।


২। পৰিভ্ৰমণ কেতিয়াও এটা ব্যৱসায়িক ধাৰণাৰ উৎস হ'ব নোৱাৰে । ( সঁচা নে মিছা ) 

উত্তৰঃ মিছা । 


৩। ব্যৱসায়িক আঁচনি হৈছে নিয়ন্ত্ৰণৰ এপাত অস্ত্ৰ । ( শুদ্ধ/ অশুদ্ধ ) 

উত্তৰঃ শুদ্ধ । 


৪। তলৰ কোনটো ব্যৱসায়ৰ এটা ধাৰণাৰ উৎস- 

(ক) ব্যাপক ভ্ৰমণ   (খ) বিতৰণ মাধ্যম 

(গ) বিত্তীয় সাম্ভাব্যতা   (ঘ) ওপৰৰ আটাইবোৰ 

উত্তৰঃ ওপৰৰ আটাইবোৰ 


৫। তলৰ কোনটো সাম্ভাব্যতা পৰীক্ষাকৰণৰ এটা উপাদান নহয়__

(ক) দ্ৰব্য- সেৱাৰ   (খ) অৰ্থনৈতিক সাম্ভাব্যতা বিশ্লেষণ 

(গ) বিত্তীয় সাম্ভাব্যতা   (ঘ) চৰকাৰী সাসাম্ভাব্যতা বিশ্লেষণ 

উত্তৰঃ চৰকাৰী সাম্ভাব্যতা বিশ্লেষণ । 


৬। উদ্যমী এজনৰ দ্বাৰা বিনিয়োগৰ সিদ্ধান্ত চূড়ান্ত হোৱাৰ ________ হে প্ৰকল্প প্ৰতিবেদন এখন প্ৰস্তুত কৰা হয় । 

উত্তৰঃ পিছত । 


৭। প্ৰকল্প প্ৰতিবেদন এখন বিশেষজ্ঞৰ দলৰ দ্বাৰা প্ৰস্তুত কৰা হয়। ( হয়/ নহয় )

উত্তৰঃ হয় ।

 

৮। পৰিকল্পনাকৰণ হ'ল এটা_________ প্ৰক্ৰিয়া । 

উত্তৰঃ নমনীয় । 


৯। পৰিকল্পনাকৰণ আৰু নিয়ন্ত্ৰকৰণ হৈছে আন্তঃনিৰ্ভৰশীল পৰিচালনাৰ কাৰ্য । ( শুদ্ধ/ অশুদ্ধ ) 

উত্তৰঃ শুদ্ধ । 


১০। ব্যৱসায়ৰ কাৰ্যকলাপে দ্ৰব্যৰ বিতৰণৰ ওপৰতহে মাত্ৰ গুৰুত্ব আৰোপ কৰে । ( সত্য/ অসত্য ) 

উত্তৰঃ সত্য ।


২ নং থকা প্ৰশ্নাৱলী 

১। দুটা ভাল ব্যৱসায়িক ধাৰণাৰ বৈশিষ্ট লিখা ।

উত্তৰঃ


২। ব্যৱসায়ৰ ধাৰণাৰ দুটা উৎস উল্লেখ কৰা । 

উত্তৰঃ


৩। প্ৰকল্প প্ৰস্তাৱৰ দুটা বিষয়বস্তু লিখা । 

উত্তৰঃ


৪। উদ্যোগৰ অৱস্থাত প্ৰভাৱান্বিত দুটা উপাদান উল্লেখ কৰা ।

উত্তৰঃ 


৫। ব্যৱসায়িক কাৰ্য প্ৰণালীৰ উদ্দেশ্য দুটা লিখা । 

উত্তৰঃ


৬। পৰিকল্পনাৰ দুটা উদ্দেশ্য লিখা । 

উত্তৰঃ 


৭। পৰিকল্পনাৰ দুটা গুৰুত্ব লিখা । 

উত্তৰঃ


৮। প্ৰকল্প প্ৰতিবেদন এখনৰ দুটা উদ্দেশ্য উল্লেখ কৰা । 

উত্তৰঃ 


৯।   প্ৰকল্প প্ৰতিবেদনৰ দুটা প্ৰয়োজনীয়তা লিখা ।

উত্তৰঃ


১০।  প্ৰকল্প প্ৰতিবেদনৰ দুটাগুৰুত্বপূৰ্ণ বিষয়বস্তু লিখা । 

উত্তৰঃ 


৫ নং থকা প্ৰশ্নাৱলী 

১। ভাল ব্যৱসায়িক ধাৰণাৰ ৬ টা বৈশিষ্ট্য লিখা । 

উত্তৰঃ 


৩। তলৰ শব্দাৱলীৰে অৰ্থ লিখা__

(ক) আহিলা বিশ্লেষণ  (খ) প্ৰবাহৰ হাৰ বিশ্লেষণ ।

উত্তৰঃ 


৪। ব্যৱসায়িক ধাৰণা আৰু প্ৰকল্প আঁচনিৰ অৰ্থ আৰু ধাৰণা লিখা ।

উত্তৰঃ 


৫। প্ৰকল্প আঁচনি এখনৰ ৫টা বিষয়বস্তু লিখা । 

উত্তৰঃ 


৬। ব্যৱসায়িক প্ৰক্ৰিয়াৰ আৰ্হি প্ৰস্তুতকৰণৰ ৫ টা নীতি লিখা ।

উত্তৰঃ 


৭। ব্যৱসায়িক কাৰখানা বিন্যাসৰ গুৰুত্ব কি লিখা ।

উত্তৰঃ 


৮। ব্যৱসায়িক কাৰখানা বিন্যাসৰ ৫ টা উদ্দেশ্য লিখা ।

উত্তৰঃ 


৯। ব্যৱসায়িক কাৰ্যপ্ৰণালীৰ উদ্দেশ্যসমূহ লিখা ।

উত্তৰঃ 


১০। প্ৰকল্প প্ৰতিবেদন এখনৰ বিষয়বস্তুসমূহ উল্লেখ কৰা ।

উত্তৰঃ


১০নং থকা প্ৰশ্নাৱলী 

১। ব্যৱসায়িক ধাৰণা বুলিলে কি বুজা ? ব্যৱসায়িক ধাৰণাৰ প্ৰধান বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা ।

উত্তৰঃ 


২। ব্যৱসায়িক ধাৰণাৰ উৎসসমূহ বিশ্লেষণ কৰা । 

উত্তৰঃ 


৩। সাম্ভাব্যতাৰ পৰীক্ষা কি ? এটা সুষম সাম্ভাব্যতাৰ পৰীক্ষাকৰণৰ উপাদানসমূহ চমুকৈ আলোচনা কৰা ।

উত্তৰঃ


৪। ব্যৱসায়িক আঁচনি বা প্ৰকল্প প্ৰস্তাৱ কি ? ইয়াৰ তাৎপৰ্যবোৰ চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ 


৫। প্ৰকল্প আঁচনিৰ উপাদানসমূহ সংক্ষেপে আলচ কৰা ।

উত্তৰঃ


৬। ব্যৱসায়িক প্ৰকল্প আঁচনি এখনৰ বিষয়বস্তু বৰ্ণনা কৰা ।

উত্তৰঃ


৭। ব্যৱসায়িক প্ৰক্ৰিয়াৰ আৰ্হি প্ৰস্তুতকৰণৰ নীতিসমূহ সংক্ষেপে  লিখা ।

উত্তৰঃ


৮। কাৰখানাৰ অৱস্থানত প্ৰভাৱান্বিত উপাদানবোৰ বৰ্ণনা কৰা ।

উত্তৰঃ


৯। কাৰখানাৰ সাজসজ্জা/ বিন্যাস কি ? ইয়াৰ গুৰুত্ব ক'ত চমুকৈ লিখা। 

উত্তৰঃ


১০। ব্যৱসায়িক কাৰ্যপ্ৰণালীৰ ধাৰণা দি ইয়াৰ উদ্দেশ্যবোৰ উল্লেখ কৰা।

উত্তৰঃ 


১১। প্ৰকল্প প্ৰতিবেদন কি ? ইয়াৰ উদ্দেশ্যসমূহ বৰ্ণনা কৰা।

উত্তৰঃ 


১২। প্ৰকল্প প্ৰতিবেদন এখনৰ প্ৰয়োজনীয়তা / তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ


১৩। প্ৰকল্প প্ৰতিবেদনৰ সাধাৰণ সন্নিৱিষ্ট তথ্যসমূহ উল্লেখ কৰা।

উত্তৰঃ


১৪। প্ৰকল্প প্ৰতিবেদনৰ দাখিলৰ পদক্ষেপসমূহ বৰ্ণনা কৰা ।

উত্তৰঃ


১৫। প্ৰকল্প এটা মূল্যায়ন কৰাৰ বাহ্যিক প্ৰক্ৰিয়াসমূহ চমুকৈ ব্যাখ্যা কৰা ।

উত্তৰঃ


Type: Krishna Bora