UNIT - 4 

Chapter 2 

[2] সীমিত দেনাৰ অংশীদাৰী আইন, ২০০৮ 

LIMITED LIABILITIES PARTNESHIP ACT, 2008 



প্ৰশ্নাৱলী  


খালী ঠাই পূৰণ কৰা___

১। খালী ঠাই পূৰণ কৰা— 

১ ।  সীমিত দেনাৰ অংশীদাৰী আইন ২০০৮ খন ________চনৰ _______ ৰ পৰাকাৰ্যাকৰী হয় । ( ২০০৯ ৰ ১ এপ্ৰিলৰ )

উত্তৰঃ  

২ । সীমিত দেনাৰ অংশীদাৰী ব্যৱসায় এখনৰ অস্তিত্ব________ । ( চিৰন্তন )

উত্তৰঃ  

৩। সীমিত দেনাৰ অংশীদাৰী ব্যৱসায়ৰ সৰ্বোচ্চ সদস্যৰ সংখ্য _______ | ( অসীমাবদ্ধ )

উত্তৰঃ  

 ৪। সীমিত দেনাৰ অংশীদাৰী ব্যৱসায় _______দ্বাৰা সৃষ্ট । ( আইনৰ )

উত্তৰঃ 

৫ । সীমিত অংশীদাৰী ব্যৱসায়ৰ অৱলুপ্তিৰ বাবে _______ ৰ নিৰ্দেশনাৰ প্ৰয়োজন ৷ ( নেচনেল কোঃ ল’টিবুনেল ) 

উত্তৰঃ 


 শুদ্ধ নে অশুদ্ধ লিখা— 

১। সীমিত দেনাৰ অংশীদাৰীৰ ক্ষেত্ৰত পঞ্জীয়ন ইচ্ছাধীন ।    (অশুদ্ধ )

উত্তৰঃ 

২। 

২। সীমিত দেনাৰ অংশীদাৰী ব্যৱসায় কোম্পানীৰ পঞ্জীয়নৰ কাৰ্যালয়ত পঞ্জীয়ন হ’ব লাগিব । ( শুদ্ধ )

উত্তৰঃ  

৩। এটা কোম্পানীৰ সীমিত দেনাৰ অংশীদাৰী ব্যৱসায়লৈ ৰূপান্তৰ কৰিব নোৱাৰি । ( শুদ্ধ ) 

উত্তৰঃ

৪। মাত্র ব্যক্তিগত কোম্পানী এটাকহে সীমিত দেনাৰ অংশীদাৰী ব্যৱসায়লৈ ৰূপান্তৰ কৰিব পাৰি । ( অশুদ্ধ ) । 

উত্তৰঃ

৫ । সীমিত দেনাৰ অংশীদাৰী ব্যৱসায় এখন আইনৰ দ্বাৰা সৃষ্টি নহয় ( অশুদ্ধ ) । 

উত্তৰঃ 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া— 

১। সীমিত দেনাৰ অংশীদাৰীৰ সূত্ৰ আৰু ধাৰণা দিয়া । 

উত্তৰঃ

২ । সীমিত দেনাৰ অংশীদাৰীৰ প্রধান বৈশিষ্ট্যসমূহ আলচ কৰা।

উত্তৰঃ  

৩ । সীমিত দেনাৰ অংশীদাৰী আইনৰ ঐতিহাসিক পটভূমি বৰ্ণনা কৰা । 

উত্তৰঃ 

 ৪ । সীমিত দেনাৰ অংশীদাৰী ব্যৱসায়ৰ অংশীদাৰ কোন হ’ব পাৰে ?  এনে অংশীদাৰীৰ গঠনৰ বিষয়ে সম্যক আভাস দিয়া ।

উত্তৰঃ

 ৫ । সীমিত দেনাৰ অংশীদাৰীৰ নিগমবদ্ধকৰণৰ দলিল আৰু ইয়াৰ বিষয়বস্তুসমূহ উল্লেখ কৰা ৷ 

উত্তৰঃ

৬ । পার্থক্য লিখা— 

( ক ) সীমিত দেনাৰ অংশীদাৰী আৰু অংশীদাৰী ব্যৱসায় ৷

উত্তৰঃ

( খ ) সীমিত দেনাৰ অংশীদাৰী আৰু কোম্পানী ।

উত্তৰঃ  

৭ । সীমিত দেনাৰ অংশীদাৰী এখনৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা ৷ 

উত্তৰঃ

৮। সীমিত দেনাৰ অংশীদাৰী প্ৰতিস্থানৰ চুক্তিপত্ৰৰ বিষয়বস্তুসমূহ আলোচনা কৰা ৷ 

উত্তৰঃ

৯। সীমিত দেনাৰ অংশীদাৰী ব্যৱসায়ৰ অংশীদাৰ আৰু তেওঁলোকৰ মাজত সম্পৰ্কৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা ৷

উত্তৰঃ 

 ১০৷ মনোনীত অংশীদাৰ বুলি ক'লে কি বুজা ? এনে অংশীদাৰৰ দায়বদ্ধতা কি ?

উত্তৰঃ


Type: Krishna Bora 





Post ID :DABP005368