Chapter 5 




মৌখিক উপস্থাপন

 (ORAL PRESENTATION )

প্ৰশ্নাৱলী 


১। উপস্থাপন কাক বোলে ?

উত্তৰঃ

২। উপস্থাপনৰ কেইপ্ৰকাৰৰ কি কি ? উদাহৰণ সহ বুজাই লিখা?

উত্তৰঃ

৩। মৌখিক উপস্থাপন কাক বোলে ?

উত্তৰঃ

৪। উপস্থাপনৰ প্ৰয়োজনীয়তাসমূহ লিখা ।

উত্তৰঃ 

৫। উপস্থাপনৰ বৈশসমূহ কি কি ?

উত্তৰঃ

৬। মৌখিক উপস্থাপনৰ কৌশলসমূহ কি কি উল্লেখ কৰা । 

উত্তৰঃ 

৭। একক উপস্থাপন কাক বোলে? উদাহৰণ দিয়া । 

উত্তৰঃ

৮। উপস্থাপনক প্ৰভাৱিত কৰা কাৰণসমূহ কি কি ?

উত্তৰঃ 

৯। কাৰ্যকৰী উপস্থাপন প্ৰদান কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'ব লাগে ?

উত্তৰঃ

১০। উপস্থাপনৰ গঠন সম্পৰ্কে লিখা ।

উত্তৰঃ 

১১। পাৱাৰ পইণ্টত কেনেকৈ উপস্থাপন বনাব পাৰি বুজাই লিখা ।

উত্তৰঃ 

১২। উপস্থাপনৰ পৰিকল্পনাসমূহৰ বিষয়ে লিখা ।

উত্তৰঃ

 ১৩। দৃশ্য মাধ্যম কাক বোলে ? উদাহৰণ দিয়া ৷ 

উত্তৰঃ

১৪। দৃশ্য মাধ্যমৰ উপাদানসমূহ কি কি ?

উত্তৰঃ 

১৫। দৃশ্য মাধ্যম আৰু মৌখিক মাধ্যমৰ উদাহৰণ দি বুজাই লিখা ।

উত্তৰঃ 

১৬। পাৱাৰপইণ্টৰ উপস্থাপন কেনেকৈ তৈয়াৰ কৰিব পাৰি ? পাৱাৰপইণ্ট উপস্থাপনৰ বিশেষত্বসমূহ বর্ণনা কৰা ।

উত্তৰঃ 

১৭। পাৱাৰ পইন্ট কি ? কি কি কামত ব্যৱহাৰ কৰা হয় বুজাই লিখা ।

উত্তৰঃ 

১৮। উপস্থাপন কাক বোলে ? উপস্থাপনৰ শ্ৰেণীবিভাগ সম্পর্কে উল্লেখ কৰা । উপস্থাপনৰ প্ৰয়োজনীয়তাসমূহ লিখা ।

উত্তৰঃ 


১৯। চমুটোকা লিখা— 

ক ) পাৱাৰ পইন্ট

উত্তৰঃ  

খ ) দৃশ্য মাধ্যম 

উত্তৰঃ

গ ) মৌখিক উপস্থাপন

উত্তৰঃ 

ঘ ) উপস্থাপন

উত্তৰঃ 

ঙ ) একক উপস্থাপন

উত্তৰঃ  

চ ) দৃশ্য মাধ্যমৰ উপাদান 

উত্তৰঃ 

ছ ) উপস্থাপনৰ বৈশিষ্ট্য

উত্তৰঃ 

জ ) কাৰ্যকৰী উপস্থাপন

উত্তৰঃ

 ঝ ) উপস্থাপনৰ কৌশল

উত্তৰঃ 

ঞ ) উপস্থাপনৰ পৰিকল্পনা

উত্তৰঃ 

ট ) উপস্থাপনৰ প্ৰয়োজনীয়তা 

উত্তৰঃ

২০। শুদ্ধ নে অশুদ্ধ লিখা— 

( ক ) যিকোনো অনুষ্ঠান আয়োজন কৰাৰ আগতে উপস্থাপনৰ পূর্ব প্রস্তুতি ল’ব লাগে ৷

উত্তৰঃ  

( খ ) মৌখিক উপস্থাপনৰ ক্ষেত্ৰত কোনোধৰণৰ কৌশল ব্যৱহাৰ কৰা নহয় ।

উত্তৰঃ 

( গ ) পূর্ব ঘোষিত উদ্দেশ্য বা বিষয়লৈ যি কথোপকথন অনুষ্ঠিত কৰা হয় , তাকে সাক্ষাতকাৰ বোলে। 

উত্তৰঃ 

 ( ঘ ) উপস্থাপনৰ মূল উদ্দেশ্যই হ’ল নতুন পৰিকল্পনা , নতুন প্রস্তাৱনা বা নতুন পণ্য সম্পর্কিত ত বা বাৰ্তাবোৰ শ্ৰোতাসকলক অৱগত কৰা ।

উত্তৰঃ 

( ঙ ) উপস্থাপনত অডিঅ ’ - ভিডিঅ বা ভিজুৱেল মাধ্যমৰ ব্যৱস্থা কৰিব নালাগে ।

উত্তৰঃ 

( চ ) শ্ৰোতাৰ সংখ্যা বেছি হ'লে উপস্থাপনটো আৰু বেছিকৈ আনুষ্ঠানিক হোৱা উচিত ।

উত্তৰঃ 

( ছ ) বক্তা আৰু শ্ৰোতাৰ মাজত কোনোধৰণৰ পাৰ্থক্য নাই। 

উত্তৰঃ

জ ) উপস্থাপনৰ গুণগত মান বঢ়োৱাৰ বাবে বিভিন্ন ৰঙৰ Schemes আৰু Wide variety of forts ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ

 ( ঝ ) পাৱাৰ পইন্ট আৰম্ভ কৰিবৰ বাবে টাস্কবাৰ ( Task Bar ) ৰ Start বুটামত ক্লিক কৰিব লাগিব ।

উত্তৰঃ


Type: Krishna Bora 





Post ID : DABP005354