কোম্পানীৰ অৱসায়ন বা অৱলুপ্তি

(Winding Up Of Company)

অনুশীলনী

১ নং থকা প্রশ্নাৱলী–  

(ক) অৱসায়ন হৈছে কোম্পানী ________ সমাপ্ত কৰাৰ এটি পদ্ধতি। (খালী ঠাই পূৰণ) 

উত্তৰঃ জীৱন।  

(খ) কোম্পানীৰ অৱসায়ন নিয়ন্ত্রিত হোৱা বিধিখনৰ নাম কি?

(গ) অৱসায়ন পূর্বে অহা ঘটনা প্রবাহ।  

উত্তৰঃ পৰিসমাপ্তিৰ।  

(ঘ) হুইচেল বজাওতাৰ প্ৰতিৰক্ষা আইন তলৰ কোনটো বছৰৰ পৰা গৃহীত কৰা হয়—  

১। ২০২০  

২। ২০১৪  

৩। ২০১৬  

৪। ২০১৫  

(ঙ) তলৰ কোনটো প্ৰতিষ্ঠানৰ দ্বাৰা ঘনিষ্ঠ ব্যক্তিৰ ব্যৱসায়ৰ কাৰ্যকলাপ পৰিচালনা কৰা হয়— 

১। ছেবী  

২। ভাৰত চৰকাৰ  

৩। মিনিষ্টি অৱ কৰ্প'ৰেট এফেয়াছ  

৪। ওপৰৰ এটাও নহয়  

(চ) হুইচেল বজোৱাৰ প্ৰতিৰক্ষা আইন প্রণয়ন কৰা হয় ২০১৪/২০১৫ চনত। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)  

২ নং থকা প্ৰশ্নাৱলী—  

১। কোম্পানীৰ অৱসায়ন/বিলুপ্তি মানে কি?  

২। ঘনিষ্ঠ ব্যক্তিৰ ব্যৱসায় বুলিলে কি বুজা?  

৩। ঘনিষ্ঠ ব্যক্তিৰ অৰ্থ দিয়া। 

৪। কোম্পানীৰ ক্ষেত্ৰত হুইচেল বজোৱা শব্দটোৰ অৰ্থ লিখা।  

৫। হুইচেল বজোৱাৰ প্ৰকাৰ দুটা লিখা।  

৬। হুইচেল বজোৱাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।  

৭। হুইচেল বজোৱাৰ দুটা প্রতিবন্ধকতা লিখা।  

৫ নং থকা প্রশ্নাৱলী 

১। কোম্পানীৰ অৱসায়ন বুলিলে কি বুজা? কোম্পানীৰ অৱসায়ন আৰু পৰিসমাপ্তি একেনে?  

২। কোম্পানীৰ অৱসায়ন আৰু পৰিসমাপ্তিৰ মাজৰ পাৰ্থক্যসমূহ লিখা। 

৩। কোম্পানী অৱসায়নৰ বাবে আবেদন কৰিব পৰা পাঁচটা পক্ষৰ নাম উল্লেখ কৰা।  

৪। কি কি অজুহাতত ন্যায়াধিকৰণে কোম্পানী এটাৰ অৱসায়ন ঘটাব পাৰে।  

৫। ঘনিষ্ঠ আৰু সংযোগী ব্যক্তিৰ অৰ্থ লিখা।  

৬। মূল্য সচেতন তথ্যৰ অৰ্থ কোম্পানী আইনমতে বর্ণনা কৰা।  

৭। ঘনিষ্ঠ ব্যক্তিৰ দ্বাৰা কৰা লেনদেনৰ শাস্তি বিধানৰ ওপৰত এটি টোকা লিখা।  

৮। হুইচেল বজোৱা প্ৰক্ৰিয়াত থকা সীমাবদ্ধতাসমূহ লিখা। 

১০ নং থকা প্ৰশ্নাৱলী  

১। কোম্পানীৰ অৱসায়ন বুলিলে কি বুজা? অৱসায়ন আৰু অৱলুপ্তিৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা।  

২। ন্যায়াধিকৰণৰ দ্বাৰা কোম্পানীৰ অৱসায়ন ঘটোৱাৰ পৰিস্থিতিবোৰ বৰ্ণনা কৰা ৷  

৩। কোম্পানীৰ অৱসায়ন ন্যায়সংগত বা নিৰপেক্ষ হোৱাৰ অজুহাতসমূহ বৰ্ণনা কৰা ৷  

৪। ঘনিষ্ঠ ব্যক্তিৰ ব্যৱসায় মানে কি? ঘনিষ্ঠ ব্যক্তিৰ ব্যৱসায় সংক্রান্তত কোম্পানী আইন আৰু ছেবীৰ নিয়মাৱলীসমূহ চমুকৈ বৰ্ণনা কৰা।  

৫। হুইচেল বজোৱা শব্দটোৰ ধাৰণা দিয়া। হুইচেল বজোৱাৰ উদ্দেশ্য আৰু প্ৰতিবন্ধকতাসমূহ উল্লেখ কৰা।  

৬। কোম্পানীৰ দ্বাৰা সতৰ্কতাৰ ক্ৰিয়া পদ্ধতি বিষয়ক কোম্পানী আইন ২০১৩ৰ ব্যৱস্থাৱলীসমূহ বৰ্ণনা কৰা।

Type Himanku Bora




Post ID : DABP005400