অধ্য়ায় ৬
প্ৰাচীন আৰু ধ্ৰুপদী গ্ৰীচ (Ancient and Classical Greece)
আৰ্হি প্ৰশ্নাৱলী (Model Questions )
ৰচনাধৰ্মী প্রশ্নোত্তৰ (প্ৰতিটোত ১২ নম্বৰকৈ) ঃ
১। প্রাচীন গ্ৰীচত কৃষক আৰু অভিজাত শ্ৰেণীৰ মাজত নাগৰিককেন্দ্ৰিক অধিকাৰৰ কাৰণে হোৱা সংঘৰ্ষৰ বিষয়ে লিখা ।
উত্তৰঃ
২। চলন কোন আছিল? তেখেতৰ সংস্কাৰসমূহ গ্ৰীচৰ গণতান্ত্রিক ব্যৱস্থাটোক কেনেদৰে প্ৰভাৱিত কৰিছিল ?
উত্তৰঃ
৩ ৷ গ্ৰীচৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ে বহলাই লিখা ৷
উত্তৰঃ
৪। গ্ৰীচৰ নাগৰিকত্বৰ ধাৰণা আৰু অধিকাৰসমূহৰ বিষয়ে লিখা।
উত্তৰঃ
৫। খ্ৰীষ্টপূর্ব চতুর্থ শতিকাত এথেন্সকে ধৰি ধ্রুপদী গ্ৰীচৰ প’লিছ বা নগৰ ৰাষ্ট্ৰসমূহৰ ভূমিকাৰ বিৱৰণ দিয়া।
উত্তৰঃ
৬৷ প্ৰাচীন গ্ৰীচত সাধাৰণ নাগৰিক আৰু সেনাবাহিনীৰ মাজৰ সম্পৰ্ক কেনে আছিল বৰ্ণনা কৰা ।
উত্তৰঃ
৭। ক্রীতদাস ব্যৱস্থা কি? গ্ৰীচৰ অৰ্থনীতিত ইয়াৰ প্ৰভাৱৰ বিষয়ে লিখা।
উত্তৰঃ
৮। হোমাৰৰ মহাকাব্য দুখন কি কি? মহাকাব্য দুখনত উল্লেখ থকা প্ৰাচীন গ্ৰীচৰ ৰাজনৈতিক বুৰঞ্জীৰ বিষয়ে কি জানা লিখা।
উত্তৰঃ
৯। প্রাচীন গ্ৰীচৰ ধৰ্মীয় পৰিৱেশৰ বিষয়ে বর্ণনা কৰা ।
উত্তৰঃ
১০। সুপ্রাচীন আৰু ধ্ৰুপদী যুগত গ্ৰীচত দার্শনিক তত্ত্বৰ অগ্ৰগতিৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ
১১। পশ্চিমীয়া সভ্যতাৰ উত্থানত ছক্ৰেটিছ, প্লেটো আৰু এৰিষ্ট টলৰ অৱদান কি পর্যালোচনা কৰা ।
উত্তৰঃ
চমুটোকা লিখা (প্ৰতিটোত ৪ নম্বৰকৈ) :
১। অইকচ।
উত্তৰঃ
২। ফাইলাই।
উত্তৰঃ
৩। এগ’ৰা।
উত্তৰঃ
৪। হেলট্রি।
উত্তৰঃ
৫। ছক্ৰেটিছ।
উত্তৰঃ
৬। হিৰ'ডটাছ।
উত্তৰঃ
৭। পাইথাগোৰাছ।
উত্তৰঃ
৮। প্রাচীন গ্ৰীচৰ কৃষি অর্থনীতি আৰু বাণিজ্য।
উত্তৰঃ
Post ID : DABP004426