চতুৰ্থ অধ্যায়

দ্বিতীয় পৰিচ্ছেদ :  নগৰপালিকা

১। নগৰাঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন মানে কি? ভাৰতত নগৰপালিকাৰ সংক্ষিপ্ত ইতিহাসৰ বিষয়ে এক পর্যালোচনা কৰা।

উত্তৰঃ


২। ৭৪ তম্ সংবিধান সংশোধনীৰ বিষয়ে এখন ৰচনা লিখা।

উত্তৰঃ


৩। কি পৰিস্থিতিত ৭৪ তম্ সংবিধান সংশোধনী গ্ৰহণ কৰা হৈছিল? ইয়াৰ উদ্দেশ্য কি কি? এই সংশোধনীৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ


৪। ১২নং অনুসূচীৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ


৫। চমুটোকা লিখা :

(ক) জিলা পৰিকল্পনা সমিতি।                (খ) প্ৰধান মহানগৰী পৰিকল্পনা সমিতি।

(গ) নগৰপালিকাৰ ক্ষমতা আৰু কাৰ্য।    (ঘ) পৌৰনিগম (GU 2019 (M)]

                                    GAUHATI UNIVERSITY QUESTION PAPER

                                                                                                               3 (Sem-1 / CBCS) POL HC 2

                                                                                2019 

POLITICAL SCIENCE (HONOURS)

Paper: POL-HC-1026

                    Time : 3 hours

Full Marks : 80

The figures in the margin indicate full marks for the questions [Answer Answer either in English or in Assamese]

1. তলত দিয়াবোৰৰ নিৰ্দেশ অনুসৰি উত্তৰ লিখা (Answer the following as directed) 


(a) ভাৰতীয় সংবিধানত ১১টা মৌলিক কৰ্তব্য সন্নিবিষ্ট কৰা হৈছে। (শুদ্ধ নে অশুদ্ধ লিখা) There are eleven Fundamental Duties incorporated in the Indian Constitution.                          1-10-10

উত্তৰঃ


(b) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সম্পত্তিৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। In which Article of the Indian Constitution the Right to Property is included?

উত্তৰঃ


(c) Politics and Ethics of the Indian Constitution' নামৰ গ্ৰন্থখন কোনে সম্পাদনা কৰিছিল?

Who edited the book, Politics and Ethics of the Indian Constitution? 

উত্তৰঃ


(d) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰপতির পদটো সুনিশ্চিত কৰা হৈছে?

 According to which Article of the Indian Constitution there shall be a President of India?

উত্তৰঃ


(e) তলত দিয়া কোনখন প্ৰদেশৰ দ্বি-সদনযুক্ত বিধানসভা নাই? Which of the following States does not have a bicameral legislature?

উত্তৰঃ


(i) মধ্যপ্রদেশ (Madhya Pradesh)     (ii) মহাৰাষ্ট্ৰ (Maharashtra)


(iii) তেলাংগানা (Telangana) (শুদ্ধ উত্তৰটো বাছি উলিওৱা) (Choose the correct answer)


(f) "ভাৰত এখন অৰ্ধ-যুক্তৰাষ্ট্ৰ।” কোনে কৈছিল? "India is a Quasi-Federal State." Who said this?

উত্তৰঃ


(g) তলত উল্লিখিত কোনটো বিচাৰে 'মৌলিক গাঁথনি নীতি'ৰ উদ্ভাৱন কৰিছিল? Which of the following Cases formally introduced the 'Basic Structure Doctrine"?


(i) গোলোকনাথ বিচাৰ (Goloknath Case)

উত্তৰঃ


(ii) কেশৱানন্দ ভাৰতী বিচাৰ (Kesavananda Bharati Case)

উত্তৰঃ


(iii) মিনার্ভা মিলচ্ বিচাৰ (Minerva Mills Case)

উত্তৰঃ


(শুদ্ধ উত্তৰটো বাছি উলিওৱা) (Choose the correct answer)

 (h) ভাৰতত পঞ্চায়তীৰাজ প্রতিষ্ঠানবোৰক সংবিধানৰ ৭৩তম সংশোধনী আইনৰ জৰিয়তে সাংবিধানিক মর্যাদা দিয়া হৈছিল। (The 73rd Constitutional Amendment Act, 1993 provided constitutional status to the Panchayati Raj institutions in India.

উত্তৰঃ


(i) তলত উল্লিখিত প্রস্তাৱনা (Preamble)ৰ কোনটো ক্ৰম শুদ্ধ?

 Sovereign, Secular, Secular, Democratic, Rupublic?

উত্তৰঃ


(ii) সাৰ্বভৌমি, ধৰ্মনিৰপেক্ষ, গণৰাজ্য, গণৰাজ্য 

 Sovereign, secular, Socialist, Democratic, Rapublic

উত্তৰঃ


(iii) সাৰ্বভৌমি, সামাজিক, ধৰ্মনিৰপেক্ষ, গণৰাজ্য, গণতান্ত্ৰিক 

  Sovereign, Socialist, Secular, Republic, Democratic 

উত্তৰঃ


                                            (শুদ্ধ উত্তৰটো বাছি উলিওৱা)(Choose the Correct answer)

  (1) ভাৰতীয় সংবিধানৰ কোনটো সূচীয়ে (Schedule) কেন্দ্ৰ আৰু ৰাজ্যৰ কাৰ্যাৱলীক সন্নিৱিষ্ট কৰে? Which Schedule to the Constitution of India contains the details of the functions of the Union and the States?

উত্তৰঃ


2. তলত দিয়াবোৰৰ ওপৰত চমু টোকা লিখা (Write short notes on the following)


(a) বন্দী প্রত্যক্ষীকৰণ (Habeas Corpus)

উত্তৰঃ


(b) সমান নাগৰিক সংহিতা (Uniform Civil Code)

উত্তৰঃ


(c) গণতান্ত্রিক বিকেন্দ্ৰীকৰণ (Democratic Decentralization)

উত্তৰঃ


(d) ধৰ্মনিৰপেক্ষতাবাদ (Secularism)

উত্তৰঃ


(e) দ্বি-সদনীয় বিধানসভা (Bicameral Legislature)

উত্তৰঃ


3. তলৰ যিকোনো চাৰিটাৰ ওপৰত টোকা লিখা। :

Write notes on any four of the following:


(a) জনহিত গোচৰ (Public Interest Litigation [PIL])

উত্তৰঃ


(b) ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ Non-federal features of Indian federalism

উত্তৰঃ


(c) ভাৰতত ন্যায়িক সক্রিয়তা (Judicial Activism in India)

উত্তৰঃ


(d) লোকসভাৰ অধ্যক্ষ (The Speaker of the Lok Sabha)

উত্তৰঃ


(e) পৌৰনিগম (Municipal Corporation)

উত্তৰঃ


(f) ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্যসমূহ (Basic features of the Indian Constitution) 

উত্তৰঃ


4. তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া 

(Answer the following questions ) :


 (a) যুক্তিসংগত সীমাবদ্ধতাৰ লগত সংগতি ৰাখি স্বাধীনতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা।

Discuss the Right to Freedom highlighting the reasonable restrictions attached to it. Or/অথবা, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ বাস্তবায়ন কৰিবলৈ লোৱা ভাৰতীয় ৰাষ্ট্ৰ (State)ৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা। (Discuss the initiatives of the State in implementing the Directive Principles of State Policy.)

উত্তৰঃ


(b) ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে চৰকাৰপ্ৰধান হিচাপে পালন কৰা ভূমিকাৰ বিষয়ে আলোচনা কৰা। 

Discuss the role of the Indian 

Prime Minister as the head of the Government. Or/ অথবা, 

ভাৰতীয় সংসদীয় ব্যৱস্থাত ৰাজ্যসভাৰ তাৎপর্য কি, আলোচনা 

কৰা। (Discuss the significance of the Rajya Sabha in the 

Indian parliamentary system.)

(c) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলীৰ 

বিষয়ে আলোচনা কৰা। Discuss the composition, powers and 

functions of the Supreme Court of India. Or/অথবা, ভাৰতীয় 

সংবিধানৰ অভিভাৱকৰূপে উচ্চতম ন্যায়ালয় ভূমিকাৰ পৰীক্ষা 

কৰা।

(d) ভাৰতৰ তৃণমূল পৰ্যায়ত গণতান্ত্ৰিক সবলীকৰণৰ বাবে  

পঞ্চায়তীয়ৰাজ প্ৰতিষ্ঠানবোৰে পালন কৰা ভূমিকাৰ পৰীক্ষণ কৰা।(Examine the role of the Panchayat Raj institutions in India 

in strengthening demecracy at the grassroot Level.)

Or/ অথবা, কাৰ্বি আংলং জিলা বা ডিমা হাচাও জিলাক বিশেষভাৱে 

উল্লেখ কৰি অসমৰ জনজাতীয় অঞ্চলসমূহৰ উন্নয়নৰ বাবে 

সংবিধানৰ ষষ্ঠ সূচীৰ শফলতাৰ এক পৰীক্ষণমূলক আলোচনা 

কৰা।

Examine the success of the Sixth Schedule in developing in 

developing the tribal areas of Assam with special refere ether to the Karbi Anglong dstrict or Dima Hasao district. 

Type-Bharat Kalita