Chapter 1

 শৈক্ষিক পৰিসংখ্যা বিজ্ঞান

Basics of Educational Statistics


1. পৰিসংখ্যা বিজ্ঞানৰ ইংৰাজী প্রতিশব্দ ' Statistics ' শব্দটো মূল কোন ভাষাৰ পৰা লোৱা হৈছে । 

( In which language the word ' Statistics ' in come ? )

উত্তৰঃ 

2. শিক্ষা মনোবিজ্ঞানত পৰিসংখ্যা বিজ্ঞান বুলিলে কি বুজা ? শিক্ষা আৰু মনোবিজ্ঞানত পৰিসংখ বিজ্ঞানৰ ব্যৱহাৰ সম্পৰ্কে লিখা ।

 ( What do you mean by statistics in educational psychology ? Explain the uses of sta tistics in Education and psychology . )

উত্তৰঃ

3. কেন্দ্ৰীয় প্ৰৱণতা বুলিলে কি বুজা ? কেন্দ্ৰীয় প্ৰৱণতা জোখৰ প্ৰক্ৰিয়াকেইটা কি কি ? ( What do you mean by measures of central tendency ? Mention the different types of the measures of central tendency ? )

উত্তৰঃ

4. গড় , মধ্যমা আৰু বহুলকৰ তাৎপৰ্য লিখা ।

 ( Write the significance of mean , median and mode . )

5. তলত দিয়া অসমূহিত ৰাশিসমূহৰ পৰা গড় আৰু মধ্যমা নিৰ্ণয় কৰা ।

 6 , 8 , 7 , 10 , 11 , 7 , 9 , 12 , 13 

( Find the mean and median from ungrouped dara . ) 

উত্তৰঃ

6. বিচ্যুতি বুলিলে কি বুজা ? 

( What do you mean by measures of variability ? )

উত্তৰঃ

7.  বিচ্যুতিৰ কেই প্ৰকাৰৰ আৰু কি কি বহলাই লিখা । 

( What are the differement types of measures of variability . Describe . ) 

8. চমুটোকা লিখা 

( Write short notes ) 

a. মানক বিচ্যুতি ( Standard deviation )

উত্তৰঃ 

b. গড় বিচ্যুতি আৰু ইয়াৰ সুবিধা - অসুবিধাসমূহ ( Average deviation and its merits & demerits ) 

উত্তৰঃ

c. চতুৰ্থক বিচ্যুতি আৰু ইয়াৰ ব্যৱহাৰ ( Quartile deviation and its uses ) 

উত্তৰঃ

9. অসমূহিত ৰাশিৰ পৰা গড় বিচ্যুতি নিৰ্ণয় কৰা সূত্ৰটো লিখা । 

(Write the main formula to out the average deviation from ungrouped data.)


10. কোনো এখন বাৰংবাৰতা বিতৰণ তালিকা  

(If in a frequency distridution table 
উত্তৰঃ 

11. প্ৰসাৰ বুলিলে কি বুজা ? প্ৰসাৰ কেনেকৈ নিৰ্ণয় কৰা?

(What do you mean by Range? How Range is determined?) 

উত্তৰঃ 

12. তলত দিয়া ৰাশিসমূহৰ পৰা মানক বিচ্যুতি নিৰ্ণয় কৰা?

(Find out the standard deviation from the following scores.)

    42,       40,    46,    58,    55,    57,    60

উত্তৰঃ

13. সংযুক্ত মানক বিচ্যুতি নিৰ্ণয়ৰ সূত্ৰটো লিখা । 

(Write the formula of finding out standard deviation from combined distribution.)

উত্তৰঃ

14. বহুলকৰ যিকোনো তিনিটা ব্যৱহাৰৰ বিষয়ে লিখা ।

(Write about any three uses of the mode.) 

উত্তৰঃ 

15 .কোনো এটা অভীক্ষাৰ ৰাশি হৈছে 70 , 45 , 40 , 42 , 58 , 71 , 38 , 55 , 67 , 78। ৰাশিসমূহৰ গড় নির্ণয় কৰা ।

( The scores of a special test are 70 , 45 , 40 , 42 , 58 , 71 , 38 , 55 , 
67 and 78. find out the mean of the scores . )

উত্তৰঃ

 16. তলত দিয়া বিতৰণৰ পৰা গড় , মধ্যমা আৰু বহুলক নির্ণয় কৰা । 
( Find out the mean , median and mode from the distributions . )

(A) 

শ্ৰেণী অন্তৰাল

(C.L )

বাৰংবাৰতা

( F )

90-94

85-89

80-84

75-79

70-74

65-69

60-64

55-59

50-54

45-49

40-44

2

2

4

8

6

11

7

7

5

0

2

 

N = 56

 
(B)

শ্ৰেণী অন্তৰাল

বাৰংবাৰতা

(C.L)

(F)

145-149

140-144

135-139

130-134

125-129

120-124

115-119

110-114

105-109

100-104

9

10

8

9

13

16

7

12

8

8

 

N = 100


17.তলত দিয়া বিতৰণৰ পৰা গড় বিচ্যুতি চতুৰ্থক বিচ্যুতি আৰু মানক নিৰ্ণয় কৰা ।

(Calculate SD, AD and QD from the following scores.) 

(A)

শ্ৰেণী অন্তৰাল

বাৰংবাৰতা

(C. L)

(F)

55-59

50-54

45-49

40-44

35-39

30-34

25-29

20-24

1

1

3

4

12

6

7

2

 

N = 36


(B)

শ্ৰেণী অন্তৰাল

(C. L )

বাৰংবাৰতা

(F)

10-14

15-19

20-24

25-29

3

5

7

11

30-34

35-39

40-44

45-49

50-54

14

9

6

3

2

 

N = 60


(C)

শ্ৰেণী অন্তৰাল

(C. L)

বাৰংবাৰতা

(F)

90-94

85-89

80-84

75-79

70-74

65-69

60-64

55-59

50-54

45-49

40-44

2

2

5

6

8

10

9

7

5

4

2

 

N = 60


(D)

শ্ৰেণী অন্তৰাল

(C. L)

বাৰংবাৰতা

(F)

95-99

90-94

85-89

80-84

75-79

70-74

65-69

60-64

55-59

50-54

45-49

40-44

1

2

4

5

8

10

6

4

4

2

3

1

 

N = 50



Type : Krishna Bora





Post ID : DABP005267