Chapter-1

 পৰিচিতি 

 প্ৰশ্নাৱলী 

১। যোগাযোগ কাক বোলে? ই কেই প্ৰকাৰৰ লিখা।

উত্তৰঃ


২। যোগাযো আৰু ব্যৱসায় যোগাযোগ কি?

উত্তৰঃ 


৩। ব্যৱসায় যোগাযোগৰ পৰিধি আৰু উদ্দেশ্যবিলাক বৰ্ণনা কৰা।

উত্তৰঃ 


৪। ব্যৱসায় যোগাযোগৰ গুৰুত্বসমূহ বৰ্ণনা কৰা।

উত্তৰঃ


৫। যোগাযোৰ বাধাৰ কাৰকসমূহ লিখা।

উত্তৰঃ 


৬। যোগাযোগ ব্যৱস্থাত থকা বাধাসমূহ দূৰ কৰাৰ উপায়সমূহ আলোচনা কৰা।

উত্তৰঃ


৭। মানসিক বাধা কি?

উত্তৰঃ


৮। সংস্কৃতিগত বাধা কি? 

উত্তৰঃ


৯। দৈহিক বাধা কি? 

উত্তৰঃ 


১০। সাংগঠনিক বাধা কাক বোলে?

উত্তৰঃ


১১। ভাষাগত বাধা বুলি ক'লে কি বুজা?

উত্তৰঃ


১২। দৈহিক ভাষাৰ বিষয়ে লিখা।

উত্তৰঃ


১৩। ইলেকট্ৰনিক যোগাযোগ কাক বোলে?

উত্তৰঃ


১৪। যোগাযোগ মাধ্যমৰ দুটা ভাষিক প্ৰতিবন্ধকতা উল্লেখ কৰা।

উত্তৰঃ


১৫। মৌখিক যোগাযোগৰ ক্ষেত্ৰত দুটা প্ৰতিবন্ধকতা উল্লেখ কৰা।

উত্তৰঃ 


১৬। যোগাযোগ ব্যৱস্থাত আন্তঃ ব্যক্তি সম্বন্ধীয় বাধাসমূহে কেনেকুৱা প্ৰভাৱ পেলায় লিখা।

উত্তৰঃ 


১৭। সংগঠন বা প্ৰতিষ্ঠান এখনত নিয়মিত কৰ্মীসভা আয়োজন নকৰিলে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয়?

উত্তৰঃ 


১৮। যোগাযোগ ব্যৱস্থাত প্ৰেৰক আৰু গ্ৰাহকৰ মাজত থকা সম্পৰ্কৰ বিষয়ে লিখা।

উত্তৰঃ


১৯। মৌখিক যোগাযোগ বুলিলে কি বুজা? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ


২১। চমুটোকা লিখা____

(ক) যোগাযোগ ব্যৱস্থা।

উত্তৰঃ


(খ) মৌখিক আৰু অমৌখিক যোগাযোগ।

উত্তৰঃ 


(গ) যোগাযোগৰ বাধাৰ কাৰকসমূহ।

উত্তৰঃ 


(ঘ) ব্যৱসায় যোগাযোগ।

উত্তৰঃ


(ঙ) মানসিক বাধা।

উত্তৰঃ


(চ) সংস্কৃতিগত বাধা।

উত্তৰঃ


(ছ) ব্যৱসায় যোগাযোগৰ গুৰুত্ব।

উত্তৰঃ


(জ) যোগাযোগৰ বাধা দূৰ কৰাৰ উপায়।

উত্তৰঃ 


(ঋ) একমুখী আৰু দ্বিমুখী যোগাযোগ।

উত্তৰঃ


(ঞ) ইলেকট্ৰনিক যোগাযোগ।

উত্তৰঃ


২২। মৌখিক আৰু অমৌখিক যোগাযোগৰ মাজত থকা পাৰ্থক্যসমূহ লিখা?

উত্তৰঃ 


২৩। মৌখিক যোগাযোগৰ সুবিধাসমূহ লিখা।

উত্তৰঃ


২৪। অন্যান্য যোগাযোগৰ বিষয়ে চমু পৰিচয় দিয়া।

উত্তৰঃ


২৫। একমুখী আৰু দ্বিমুখী যোগাযোৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ


২৬। আভ্যন্তৰীণ যোগাযোগ কাক বোলে? আভ্যন্তৰীণ যোগাযোগৰ মাধ্যম বা পদ্ধতিসমূহ উল্লেখ কৰা।

উত্তৰঃ


২৭। বাহ্যিক যোগাযোগ কাক বোলে? বাহ্যিক যোগাযোগ পদ্ধতি বা মাধ্যমসমূহ উল্লেখ কৰা।

উত্তৰঃ


২৮। যোগাযোগ অন্যান্য প্ৰতিবন্ধকতাসমূহ উল্লেখ কৰা।

উত্তৰঃ


২৯। ব্যৱসায় যোগাযোগ বুলিলে কি বুজা? ব্যৱসায় যোগাযোগ সম্পৰ্কে বিভিন্ন পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাকেইটা উল্লেখ কৰা।

উত্তৰঃ


৩০। ভাষিক প্ৰতিবন্ধকতা কাক বোলে? যোগাযোগ ভাষিক প্ৰতিবন্ধকতাসমূহ উল্লেখ কৰা ।

উত্তৰঃ


৩১। যোগাযোগ ব্যৱস্থাত থকা বাধাসমূহ দূৰ কৰাৰ উপায়সমূহ উল্লেখ কৰা ।

উত্তৰঃ


৩২। মানসিক বাধা কি? মানসিক বাধাসমূহৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ 


৩৩। যোগাযোগ প্ৰক্ৰিয়াৰ আৱশ্যকীয় উপাদানসমূহ আলোচনা কৰা ।

উত্তৰঃ 


৩৪। সংগঠনকৰণৰ প্ৰক্ৰিয়া বা পদ্ধতি বা উপাদানসমূহ উল্লেখ কৰা ।

উত্তৰঃ 


৩৫। বিভিন্ন প্ৰকাৰৰ লিখিত যোগাযোগৰ শ্ৰেণীবিভাজন সমূহ উল্লেখ কৰা ।

উত্তৰঃ


৩৬। ব্যৱসায় যোগাযোগ কাক বোলে? ব্যৱসায় যোগাযোগৰ উদ্দেশ্যসমূহ আলোচনা কৰা ।

উত্তৰঃ


৩৭। ভাষাৰ ক্ষেত্ৰত শ্ৰেৱণ, কথন আৰু লেখনৰ ভূমিকা কি আলোচনা কৰা।

উত্তৰঃ


৩৮। সংগঠনকৰণ প্ৰক্ৰিয়াৰ গুৰুত্বসমূহ উল্লেখ কৰা ।

উত্তৰঃ


৩৯। লিখিত আৰু মৌখিক যোগাযোগৰ উপৰিও অন্যান্য কিছুমান যোগাযোগ ব্যৱস্থা ব্যৱস্থা আছে । অন্যান্য যোগাযোগৰ বিষয়ে চমু পৰিচয় দিয়া ।

উত্তৰঃ


৪০। শুদ্ধ নে অশুদ্ধ লিখা ।

(ক) যোগাযোগৰ ব্যৰ্থতা ব্যৱস্থাপনাৰ এক অন্যতম সমস্যা ।

উত্তৰঃ


(খ) ইণ্টাৰনেট আভ্যন্তৰীণ যোগাযোগৰ এক মাধ্যম।

উত্তৰঃ


(গ) যোগাযোগ হ'ল দুটা পক্ষৰ মাজত ঘটা প্ৰক্ৰিয়া ।

উত্তৰঃ


(ঘ) সাংস্কৃতিক বাধাই যোগাযোগ প্ৰক্ৰিয়াক বাধাগ্ৰতস্ত নকৰে।

উত্তৰঃ


(ঙ) সাংস্কৃতিক শব্দৰ প্ৰয়োগে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰে।

উত্তৰঃ


(চ) ভিন ভিন ধৰ্মীয় বিশ্বাস ব্যৱস্থাই মানুহৰ মাজত সফল হোৱা যোগাযোগ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে।

উত্তৰঃ


(ছ) বিজ্ঞাপন বাহ্যিক যোগাযোগৰ পদ্ধতি বা মাধ্যম নহয় ।

উত্তৰঃ 


(জ) মৌখিক যোগাযোগৰ ক্ষেত্ৰত শ্ৰোতা বিশেষভাৱে গুৰুত্বপূৰ্ণ বিষয় ।

উত্তৰঃ


(ঋ) কথোপকথনৰ ভাষা শুদ্ধ হোৱাটো মৌখিক যোগাযোগৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ বিষয়।

উত্তৰঃ


(ঞ) মৌখিক যোগাযোগৰ ক্ষেত্ৰত বক্তাই শ্ৰোতাক প্ৰভাৱিত কৰিব নালাগে।

উত্তৰঃ


Type: Krishna Bora  


Post ID :DABP003654