অধ্যায় ৪
ব্ৰঞ্জ যুগ (The Bronze Age)
আৰ্হি প্ৰশ্নাৱলী (Model Questions )
ৰচনাধৰ্মী প্ৰশ্ন (প্ৰতিটোত ১২ নম্বৰকৈ) ঃ
১। ব্ৰঞ্জ যুগ বুলিলে কি বুজা? মেপেটেমিয়াৰ ব্ৰঞ্জ যুগৰ সভ্যতাৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ
২। মেছপটেমিয়াৰ পূৰ্বসূৰী সভ্যতাসমূহৰ বিষয়ে লিখা।
উত্তৰঃ
৩। চুমেৰীয় অর্থনীতিত টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ গুৰুত্বৰ বিষয়ে লিখা।
উত্তৰঃ
৪৷ মেছপটেমিয়াৰ সভ্যতাত মন্দিৰসমূহৰ গুৰুত্বৰ বিষয়ে লিখা ৷
উত্তৰঃ
চমুটোকা লিখা (প্ৰতিটোত ৪ নম্বৰকৈ) ঃ
১। পঞ্চ ৰাজবংশ,
উত্তৰঃ
২। ওজন আৰু পৰিমাণ ব্যৱস্থা।
উত্তৰঃ
Question Type-Bhabesh Bora
Post ID : DABP004424