Chapter 2 


 

ব্যৱসায়িক সংযোগ

প্ৰশ্নাৱলী

১। ব্যৱসায়িক বা বাণিজ্যিক সংযোগৰ অৰ্থ কি ?

উত্তৰঃ

২ । ব্যৱসায়িক পত্ৰ কাক বোলে ?

উত্তৰঃ     

৩ । আনুষ্ঠানিক যোগাযোগ বুলিলে কি বুজা ?

উত্তৰঃ 

৪ । আন্তঃকাৰ্যালয় আৰু বহিঃকাৰ্যালয় সম্বন্ধীয় পত্ৰ কাক বোলে ?

উত্তৰঃ

৫ । উন্নত যোগাযোগ ব্যৱস্থা বুলিলে কি বুজা ?

উত্তৰঃ 

৬ ৷ সভাৰ কাৰ্যসূচী কাক বোলে ?

উত্তৰঃ 

৭। নিবিদা বুলিলে কি বুজা ? ইয়াৰ অৰ্থ কি ?

উত্তৰঃ 

৮। ব্যৱসায়িক নিবিদা কাক বোলে ?

উত্তৰঃ 

৯। পত্র বা আৱেদন কাক বোলে ?

উত্তৰঃ 

১০। নিবিদা এখন পাবৰ বাবে থাকিব লগা দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ

১১। বিক্ৰীৰ পৰিপত্ৰ বুলিলে কি বুজা ? 

উত্তৰঃ

১২। উপস্থাপন কি ?

উত্তৰঃ

 ১৩। অনুৰোধমূলক পত্র কাক বোলে ? 

উত্তৰঃ

১৪। অনুসন্ধানমূলক পত্র কাক বোলে ? 

উত্তৰঃ

১৫। বিক্ৰি পত্ৰ আৰু মূল্য জ্ঞাপন পত্ৰ কাক বোলে ? 

উত্তৰঃ

১৬। বিজ্ঞাপন আৰু প্ৰচাৰ সম্বন্ধীয় পত্ৰ কাক বোলে ?

উত্তৰঃ

 ১৭। কাৰ্য বিৱৰণি কি ? 

উত্তৰঃ

১৮। যোগদান পত্র কাক বোলে ?

উত্তৰঃ

১৯। শুভেচ্ছা পত্র কাক বোলে ?

উত্তৰঃ

 ২০। প্রশংসা পত্র ? 

উত্তৰঃ 

২১। কার্যক্রমণিকা কি ?

উত্তৰঃ 

২২। কোম্পানীৰ স্মারকলিপি কি ?

উত্তৰঃ 

২৩। স্মৰকলিপিৰ বিষয়বস্তুসমূহ কি কি ? বুজাই লিখা । 

উত্তৰঃ

২৪। আন্তঃকাৰ্যালয় স্মাৰকলিপি বুলিলে কি বুজা ?

উত্তৰঃ 

২৫। কোম্পানী বা ব্যৱসায়িক প্রতিষ্ঠানৰ সভা কি ?

উত্তৰঃ 

২৬। সভাৰ জাননীৰ চৰ্তাৱলীসমূহ কি কি লিখা ? 

উত্তৰঃ

২৭। উপস্থাপন কাক বোলে ? নিৰ্দেশনাৰ উপস্থাপন কি ? 

উত্তৰঃ

২৮। দাবী আৰু উপযোজন , অভিযোগমূলক পত্র কাক বোলে ? উদাহৰণ দি বুজাই লিখা ।

উত্তৰঃ 

২৯। চাকৰি বিচৰা পত্ৰ কাক বোলে ? উদাহৰণ দিয়া । 

উত্তৰঃ

৩০। আৱেদন পত্র কাক বোলে ? আৱেদন লিখাৰ নিয়মসমূহ উল্লেখ কৰা । 

উত্তৰঃ

৩১। মুল্য জ্ঞাপন পত্ৰৰ আহ্বান , মূল্য জ্ঞাপন পত্ৰৰ প্ৰেৰণ কি বুজাই লিখা ।

উত্তৰঃ 

৩২। বিক্ৰি পত্ৰৰ তিনিটা অংশ কি কি ?

উত্তৰঃ

 ৩৩। কাৰ্য বিৱৰণিৰ বিষয়বস্তু আৰু চৰ্তাৱলীসমূহ কি কি উল্লেখ কৰা । 

উত্তৰঃ

৩৪। সভাৰ কাৰ্যক্ৰমণিকাখন তৈয়াৰ কৰোঁতে কোনবোৰ কথা উল্লেখ কৰিব লাগিব ? কথাসমূহ কি কি লিখা ।

উত্তৰঃ 

৩৫। এখন সভাৰ আয়োজনৰ লগত প্ৰধানকৈ চাৰিটা কথা জড়িত হৈ থাকে । কথা চাৰিটা কি কি ? 

উত্তৰঃ

৩৬। দাবী আৰু উপযোজন , অভিযোগমূলক পত্র কাক বোলে ? উদাহৰণ দিয়া ।

উত্তৰঃ 

৩৭। কোম্পানী সভাৰ শ্ৰেণীবিভাজন বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

 ৩৮। ব্যৱসায়িক বা বাণিজ্যিক পত্ৰৰ বিভিন্ন প্ৰকাৰসমূহ কি কি উল্লেখ কৰা ? 

উত্তগঃ

৩৯। অভিযোগমুলক পত্র লিখোতে কিছুমান বিষয় বিবেচনা কৰি লিখিব লাগে । বিষয়বোৰ উল্লেখ কৰি আলোচনা দাঙি ধৰা ।

উত্তৰঃ

৪০। এখন বায় ডাটাত থাকিবলগীয়া বিষয়সমূহ উল্লেখ কৰা ।

উত্তৰঃ

 ৪১। ব্যৱসায়িক বা বাণিজ্যিক সংযোগৰ প্ৰয়োজনীয়তাসমূহ উল্লেখ কৰা । 

উত্তৰঃ

৪২। আন্তঃকার্যালয় সম্বন্ধীয় পত্ৰৰ বৈশিষ্ট্যসমূহ কি কি ? 

উত্তৰঃ

৪৩। ব্যৱসায়িক বা বাণিজ্যিক পত্ৰৰ বিভিন্ন অংশসমূহ উল্লেখ কৰা । 

উত্তৰঃ

৪৪। ব্যৱসায়িক বা বাণিজ্যিক পত্র লিখন কাক বোলে বুজাই লিখা । 

উত্তৰঃ

৪৫। ব্যৱসায়িক বা বাণিজ্যিক পত্ৰৰ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ

 ৪৬। ব্যৱসায়িক বা বাণিজ্যিক পত্ৰৰ গুৰুত্ব বা প্রয়োজনীয়তাসমূহ লিখা ৷

উত্তৰঃ

 ৪৭। অনুসন্ধানমূলক পত্র লিখোতে কিছুমান বিষয় বিবেচনা কৰি লিখিব লাগে । বিষয়সমূহ উল্লেখ কৰা ।

উত্তৰঃ

 ৪৮। বিজ্ঞাপন আৰু প্ৰচাৰ সম্বন্ধীয় পত্ৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ 

৪৯। কোনো পদত নিযুক্তি লাভৰ বাবে নিজকে প্রস্তুত কৰোতে প্ৰাৰ্থীয়ে কিছুমান বিশেষ কথালৈ মন দিয়া উচিত । সেইবোৰ কি কি ? 

উত্তৰঃ

৫০। বায়'ডাটা বা অৰ্হতা আৰু যোগ্যতা সম্বন্ধীয় বিবৃত্তি এটাৰ উদাহৰণ দিয়া ।

উত্তৰঃ

 ৫১। প্রতিদিন বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপন মৰ্মে খালী হৈ থকা টাইপিষ্ট বা কেৰাণীৰ পদৰ বাবে আবেদন পত্র লিখা ।

উত্তৰঃ 

৫২। তুমি বাস কৰা অঞ্চলত বিজুলীৰ অনিয়মীয়া যোগানৰ প্ৰতিবাদ জনাই আৰু তাৰ প্ৰতিবিধান বিচাৰি বাতৰিকাকতৰ সম্পাদকলৈ এখন চিঠি লিখা ।

উত্তৰঃ 

৫৩। তুমি বৰ্তমান কৰি থকা হিচাপ ৰক্ষকৰ চাকৰিটো পদত্যাগ কৰিব বিচাৰিছোঁ । অফিচৰ কৰ্তৃপক্ষলৈ এখন পদত্যাগ পত্র লিখা । 

উত্তৰঃ

৫৪। চাকৰি বিচাৰি আবেদন পত্র লিখা । 

উত্তৰঃ

৫৫। এক বৃহৎ সংখ্যক মানুহক কোনো এটা বিষয়ৰ লগত অতি কম সময়তে জড়িত কৰিবলৈ সভা হ’ল আটাইতকৈ ফলপ্রসূ মাধ্যম । সভায়ে সাধাৰণতে কি কি উদ্দেশ্য সাধন কৰে ?

উত্তৰঃ

৫৬। গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত বাণিজ্য বিষয়ৰ অধ্যাপকৰ এটি পদত নিযুক্তিৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষলৈ এখন আবেদন পত্র লিখা । 

উত্তৰঃ

৫৭। তুমি তোমাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণ বিচাৰিছা । ইয়াৰ বাবে অতিৰিক্ত প্রয়োজনীয় মূলধন ঋণ হিচাপে বিচাৰি কোনো এটি বেংকৰ শাখা প্ৰৱন্ধকলৈ এখন আৱেদন পত্র লিখা।

উত্তৰঃ 

৫৮। বাতৰি কাকতত দিয়া বিজ্ঞাপন অনুসৰি গুৱাহাটী পৌৰ নিগমৰ হিচাপ ৰক্ষকৰ কেইটিমান পদ খালি হৈছে । সেই পদৰ বাবে প্ৰ - পত্ৰৰ আৰ্হিত এখন আৱেদন পত্র লিখা । 

উত্তৰঃ

৫৯। গুৱাহাটী পাণবজাৰত থকা গ্ৰন্থ দোকানলৈ অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত কেইখনমান মূল্যৱান গ্ৰন্থবিচাৰি এখন নিৰ্দেশ পত্র লিখা ।

উত্তৰঃ 

৬০। বাতৰি কাকতত দিয়া বিজ্ঞাপন অনুসৰি গুৱাহাটী পৌৰ নিগমৰ হিচাপ ৰক্ষকৰ কেইটিমান পদ খালি । হৈছে । সেই পদৰ বাবে প্ৰ - পত্ৰৰ আৰ্হিত এখন আৱেদন পত্র লিখা ৷ 

উত্তৰঃ

৬১। তুমি বাস কৰা অঞ্চলত কৰ'না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে । এই ক্ষেত্ৰত ৰোগ নিৰাময়ৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ ৰাজ্যৰ চিকিৎসা বিভাগলৈ অনুৰোধ জনাই বাতৰিকাকতৰ সম্পাদকলৈ চিঠি লিখা ।

উত্তৰঃ 

৬২। বৰপেটাত তুমি বাঁহ , বেতৰ এটি উদ্যোগ স্থাপন কৰিছা । এই উদ্যোগত উৎপাদিত সামগ্রী তোমাৰ পৰা কিনি আনি নিজৰ প্ৰতিষ্ঠানৰ যোগেদি বিক্ৰী কৰিবলৈ অনুৰোধ জনাই গুৱাহাটীৰ এটা ব্যৱসায়িক প্রতিষ্ঠানলৈ এখন পত্র লিখা । 

উত্তৰঃ

৬৩। কুটিৰ উদ্যোগৰ বাবে ঋণ বিচাৰি খণ্ড উন্নয়ন বিষয়ালৈ এখন আৱেদন লিখা ৷ 

উত্তৰঃ

৬৪। তোমাৰ অঞ্চলৰ বাট - পথসমূহৰ মেৰামতিৰ ব্যৱস্থা কৰিবলৈ স্থানীয় বিধায়কলৈ এখন আৱেদন লিখা ।

উত্তৰঃ

 ৬৫। বায়’ডাটা , ৰিজিউম বা কাৰিকুলাম ভেইট কেনেদৰে প্ৰস্তুত কৰা হয় ? 

উত্তৰঃ

৬৬। চি ভি এখন প্রস্তুত কৰোঁতে গুৰুত্ব লবলগীয়া বিষয়বস্তুসমূহ বর্ণনা কৰা ৷ 

উত্তৰঃ

৬৭। মূল্যজ্ঞাপন পত্র বা নিবিদা কেনেকৈ লিখি লাগে ? নিবিদা লিখাৰ নিয়মসমূহ কি কি ? 

উত্তৰঃ

৬৮। ভাৰতীয় বীমা নিগমৰ ওচৰত বীমা পত্ৰ বন্ধক ৰাখি তুমি ঋণ লবলৈ বিচাৰিছা । কি চৰ্তত , কিমান দিনৰ ভিতৰত , কিমান ঋণ ল’ব পাৰা , এই সকলো কথা জানিব বিচাৰি কাৰ্য্যধ্যক্ষলৈ এখন পত্ৰ লিখা ৷

উত্তৰঃ

৬৯। বিভিন্ন প্ৰকাৰৰ স্মাৰকলিপিৰ পৰিৱৰ্তনসমূহ ব্যাখ্যা কৰা । 

৭০। চমুটোকা লিখা— 

( ক ) ব্যৱসায়িক সংযোগ

উত্তৰঃ

( খ ) উপস্থাপন

উত্তৰঃ

( গ ) মূল্য জ্ঞাপন পত্র

উত্তৰঃ 

( ঘ ) নিবিদা

উত্তৰঃ 

( ঙ ) বিক্ৰিপত্ৰ , দাবী আৰু উপযোজন পত্ৰ

উত্তৰঃ 

( চ ) স্মাৰকলিপি 

উত্তৰঃ

( ছ ) আন্তঃকার্যালয় সম্বন্ধীয় পত্র 

উত্তৰঃ

( জ ) জাননী

উত্তৰঃ

 ( ঝ ) কার্যক্রমণিকা

উত্তৰঃ 

( ঞ ) কাৰ্য বিৱৰণি

উত্তৰঃ 

( ট ) চাকৰি বিচৰা পত্র 

উত্তৰঃ

( ঠ ) সামাজিক যোগাযোগ

উত্তৰঃ 

৭১। শুদ্ধ নে অশুদ্ধ লিখা । 

( ক ) নিবিদা ’ শব্দৰ অৰ্থ হ’ল মূল্যজ্ঞাপক পত্ৰ । 

উত্তৰঃ

( খ ) এক বৃহৎ সংখ্যক মানুহক কোনো এটা বিষয়ৰ লগত অতি কম সময়তে জড়িত কৰিবলৈ সভা হ’ল আটাইতকৈ ফলপ্রসূ মাধ্যম ৷ 

উত্তৰঃ

( গ ) কাৰ্য বিৱৰণিসমূহ কম তথ্য তথা দীঘল বৰ্ণনামূলক হ’ব লাগে ।

উত্তৰ

( ঘ ) কার্যক্রমণিকা হ’ল ক্রম অনুসৰি কৰিবলগীয়া কামৰ তালিকা , সভাৰ নিৰ্দিষ্ট হ’বলগীয়া বিষয়ৰ সূচী । 

উত্তৰঃ

( ঙ ) বিজ্ঞাপন শব্দৰ অৰ্থ হৈছে বিশেষভাৱে জ্ঞাপন ।

উত্তৰঃ 

( চ ) সাক্ষাৎকাৰ প্ৰক্ৰিয়াত গ্ৰহণ কৰোতাই প্ৰাৰ্থীক কিছুমান প্রশ্ন নকৰে ।

উত্তৰঃ 

( ছ ) এখন বায়’ডাটাত আবেদনকাৰীৰ অৰ্হতা , আবেদনকাৰীৰ সবিশেষ আৰু কাম কৰাৰ অভিজ্ঞতাৰ বিৱৰণ আদি দিব লাগে।

উত্তৰঃ 

( জ ) সম্ভাষণত মহাশয় , মহোদয় আদি সম্ভোধন কৰিব নালাগে ৷

উত্তৰঃ 

( ঝ ) ব্যক্তিগত আৱেদনৰ প্ৰধান বিষয় হ’ল ব্যক্তিগত বা পৰিয়ালৰ লগত বিষয় নিষ্পত্তিৰ বাবে কোনো অনুষ্ঠান বা চৰকাৰী বিষয়াক জনোৱা । 

উত্তৰঃ

( ঞ ) জাননী হ’ল বৃহৎ জনসমষ্টিক কোনো সভা , সিদ্ধান্ত , বন্ধ আদি সম্পর্কে জনোৱা লিখিত বা মৌখিক বার্তা বা নির্দেশ ।

উত্তৰঃ


Type: Krishna Bora 



Post ID : DABP003655