Lesson- 2

ষ্টকৰ বিশ্লেষণ আৰু মূল্যায়ন

অনুশীলনী


 ১ নং থকা প্ৰশ্নাৱলী-

ক) অনলাইন ষ্টক লেনদেম মানে কি ?

খ) ষ্টকৰ মূল্যসূচী কি ?

গ) অনুপাত বিশ্লেষণ বুলিলে কি বুজা ?

ঘ) ষ্টকৰ অনলাইন লেনদেনৰ এটা অসুবিধা উল্লেখ কৰা ।

ঙ) ষ্টকৰ বজাৰ আদেশ কি ?

চ) সীমিত আদেশ বুলিলে কি বুজা ?

ছ) ষ্টক বজাৰৰ বিপদাংশংকা মানে কি 

জ) ষ্টকৰ মল্যূায়ন শব্দটোৰ অৰ্থ লিখা।

ঝ) ষ্টকৰ বজাৰ মূলধলীকৰণৰ দৃষ্টিকোণৰ পৰা শীৰ্ষদোশ সমূহৰ ভিতৰত  ভাৰতৰ স্থান কিমান ?

ঞ) ঐতিহাসিক মূল্য কি ?

ট) উদ্বত্ত পত্ৰ বুলিলে কি বুজা ?

ঠ) মূল্য ৰাজহৰ অনুপাতৰ সূত্ৰটো উল্লেখ কৰা। 

ড) ষ্টকৰ ফৰ্মাচ প্ৰদান মানে কি বুজা ?

ঢ) ইণ্টাৰ একটিভ চাৰ্ট কি ?

ণ) সৰল চলমান গড় বুলিলে কি বুজা ?

৫ নং থকা প্ৰশ্নাৱলী-

ক) অনলাইন ষ্টক ট্ৰেডিঙৰ প্ৰক্ৰিয়া চমুকৈ উল্লেখ কৰা।

খ) অনলাইন ষ্টকৰ লেনদেনৰবাবে প্ৰয়োজন নথিসমূহ কি কি ?

গ) উদাহৰণেৰে ষ্টক মূল্যসূচী কি চমুকৈ লিখা।

ঘ) তলৰ অৰ্দাৰ সমূহৰ বিষয়ে চমুকৈ লিখা-

         ১) দৈনিক নিৰ্দেশ ২) সাপ্তাহিক নিৰ্দেশ ৩) মুকলি নিৰ্দেশ ।

ঙ) শৃংখলাবদ্ধ বিপদাশংকা বুলিলে কি বুজা।

চ) ষ্টক বিনিয়োগৰ বিপদাশংকা জোখ মাখৰ সূত্ৰ তিনিটা উল্লেখ কৰা।

ছ) বিনিয়োগৰ বিপদাশংকা লঘুকৰণৰ পাঁচটা উপায় লিখা।

জ) কোম্পানীৰ বিশ্লেষণৰ উদ্দেশ্য সমূহ কি কি ?

ঝ) কোম্পানীৰ বিশ্লেষণত অনুপাতৰ  ভূমিকা লিখা।

ঞ) উদ্বত্ত পত্ৰ বিশ্লেষণৰ  প্ৰক্ৰিয়াবোৰ চমুকৈ লিখা।

ট) নগদ প্ৰবাহৰ বিশ্লেষণৰ ওপৰত এটি প্ৰস্তত কৰা।

ঠ) ষ্টকৰ মূল্যায়নত মূখ্য আৰ্জন অনুপাতৰ গুৰুত্বৰ বিষয়ে কি জানা লিখা।

ড) ইণ্টাৰ একটিভ তালিকাৰ ওপৰত চমুকৈ লিখা।

ঢ) উদাহৰণৰ  সহায়ত সৰল চলমান গড় কি লিখা।

ণ) কোম্পানীৰ অংশধাৰণ প্ৰক্ৰিয়া বিশ্লেষণৰ সময়ত লক্ষ্য কৰিবলগীয়া উপাদানবোৰ লিখা।

১০ নং থকা প্ৰশ্নৱলী-

১) অনলাইন ষ্টক লেনদেন বুলিলে কি বুজা ? এনে লেনদেনৰ সুবিধাবোৰ কি কি উল্লেখ কৰা।

২) ষ্টকৰ অনলাইন লেনদেনৰ প্ৰাসংগিক সুবিধাবোৰ বৰ্ণনা কৰা।

৩) ষ্টক বজাৰত 'অৰ্দাৰ ' শব্দটোৰ অৰ্থ লিখা। ষ্টক বজাৰত ব্যৱহৃত বিশেষ প্ৰকৃতিৰ  অৰ্দাৰ সমূহ সংক্ষেপে উল্লেখ কৰা ।

৪) বিনিয়োগৰ বিপদাংশকা কি ? বিনিয়োগৰ বিপদাংশকা সমূহৰ শ্ৰেণী বিভাজন কৰি তাৰ ওপৰত এটি টোকা যুগুত কৰা।

৫) ষ্টক বজাৰৰ বিপদাংশকাৰ জোখমাখৰ পদ্ধতি বৰ্ণনা কৰা।

৬) বিনিয়োগৰ বিপদাশংকা মানে কি ? এনে বিপদাশংকা নিয়ন্ত্ৰণৰ বাস্তৱধৰ্মী  পদক্ষেপ সমূহ  উল্লেখ কৰা।

৭) কোম্পানীৰ বিশ্লেণৰ ধাৰণা দিয়া।কোম্পানী বিশ্লেষণত তলৰ অনুপাত সমূহৰ ব্যৱহাৰ লিখা।

       ক) তাৰল্যতাৰ অনুপাত 

       খ)  লিভাৰেজ বা মূলধন গাথনিৰ অনুপাত 

       গ)  লাভাংশ অনুপাত

       ঘ)  প্ৰত্যাৰ্পন / দক্ষতাৰ অনুপাত।

৮) কোম্পানী এটাৰ গুণগত মানদণ্ড বিশ্লেষণৰ উপাদান সমূহ বৰ্ণনা কৰা।

৯) ষ্টকৰ মূল্যায়ন বুলিলে কি বুজা ? কোম্পানীৰ এটাৰ ষ্টকৰ মূল্যায়নৰ গুৰুত্ব কি ? বহলাই লিখা।

১০) কোম্পানীৰ অংশ ধাৰণৰ প্ৰক্ৰিয়া কি ? অংশধাৰণ প্ৰক্ৰিয়া বিশ্লেষণৰ প্ৰধান কাৰকসমূহ ব্যাখ্যা কৰা।

১১) বিনিয়োগৰ  সময়ত বিনিয়োগকাৰী সকলে এৰাই চলিবলগীয়া বিপদ সমূহৰ বিষয়ে চমুকৈ  বৰ্ণনা কৰা।             




Post ID : DABP005159