Chapter 2 

তথ্যৰ ৰেখাচিত্ৰত উপস্থাপন

Graphical Representation of Data

প্ৰশ্নাৱলী 

 1. ৰেখাচিত্ৰীয় উপস্থাপন কাক বোলে ?

(What do you mean graphical representation.) 

উত্তৰঃ

2. লেখচিত্ৰ অংকণৰ মৌলিক নীতিসমূহ কি কি ?

(Write the basic principles of constucting a graph.) 

উত্তৰঃ 

3. লেখচিত্ৰ অংকণৰ বিভিন্ন পদ্ধতিসমূহ উল্লেখ কৰা। 

(Write the different types of graph.)

উত্তৰঃ

4. আয়ত চিত্ৰ কাক বোলে ?

(What do you mean by histogram.) 

উত্তৰঃ

5. বাৰংবাৰতা বহুভূবুলিলে কি বুজা ?

(What do you mean by frequency polygon.)

6. সঞ্চয়ী শতাংশ বাৰংবাৰতা বক্ৰ বা অগিভ বুলিলে কি বুজা ? 

(What do you mean by cumulative frequency percentage curve or ogive.)

উত্তৰঃ 

7. মসৃণ বাৰংবাৰতা বহুভূজ কাক বোলে ?

(What do you mean smoothed frequency polygon.)

উত্তৰঃ

8. তলত দিয়া বিতৰণৰ পৰা আয়তক্ষেত্ৰ আৰু বহুভূজ অংকণ কৰা।

(Draw histogram & polygon from the following table.)

(A)

শ্ৰেণী অন্তৰাল

বাৰংবাৰতা

84-86

81-83

78-80

75-77

72-74

69-71

66-68

63-65

60-62

2

3

1

5

5

2

3

3

1

 

N = 25

(B)

শ্ৰেণী অন্তৰাল

বাৰংবাৰতা

70-74

65-69

60-64

55-59

50-54

45-49

40-44

35-39

30-34

1

2

4

5

8

10

6

4

4

 

N = 45

9. তলত দিয়া বাৰংবাৰতা তালিকাৰ পৰা অগিভ অংকণ কৰা । 

(Draw an ogive from the following distribution.) 

a.

শ্ৰেণী অন্তৰাল

বাৰংবাৰতা

55-59

50-54

45-49

40-44

35-39

30-34

25-29

20-24

1

1

3

4

12

6

7

2

 

N = 36

b.

শ্ৰেণী অন্তগৰাল

বাৰংবাৰতা

90-94

85-89

80-84

75-79

70-74

65-69

60-64

55-59

50-54

2

2

5

3

8

4

2

3

1

 

N = 30

10. তলত দিয়া বাৰংবাৰতা বিতৰণৰ পৰা মসৃণ বাৰংবাৰতা বহুভূজ অংকণ কৰা । 

(Draw a smooth frequency polygon from the following distribution.)

a. 

শ্ৰেণী অন্তৰাল

বাৰংবাৰতা

90-94

85-89

80-84

75-79

70-74

65-69

60-64

55-59

50-59

45-49

40-44

2

2

5

6

8

10

9

7

5

4

2

 

N = 60

 B.

শ্ৰেণী অন্তৰাল

বাৰংবাৰতা

45-49

40-44

35-39

30-34

25-29

20-24

15-19

10-14

5 – 9

0 – 4

4

5

8

9

15

16

7

3

2

1

 

N = 70


Type : Krishna Bora 





Post ID : DABP005268