অধ্যায় ২

প্ৰত্নপ্ৰস্তৰ আৰু মধ্যপ্ৰস্তৰ যুগঃ শিলৰ সঁজুলি, প্ৰযুক্তি আৰু সংস্কৃতি (Palaeolithic and Mesolithic Age: Stone Tools, Technology and Culture)

আৰ্হি প্ৰশ্নাৱলী (Model Questions)

ৰচনাধৰ্মী প্রশ্নোত্তৰ (প্ৰতিটোত ১২ নম্বৰকৈ) ঃ  

১। প্ৰত্নপ্ৰস্তৰ যুগত শিলেৰে নিৰ্মিত সঁজুলিসমূহৰ বৰ্ণনা দিয়া।

উত্তৰঃ  

। প্ৰত্নপ্ৰস্তৰ যুগৰ সময়ত বিকাশ লাভ কৰা শিল নিৰ্মাণ প্ৰযুক্তিৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ  

৩। লেডাল্লোইচিয়ান সংস্কৃতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা ।

উত্তৰঃ 

৪। শেষ প্ৰত্নপ্ৰস্তৰ যুগৰ কেতিয়া সামৰণি পৰে? এই যুগৰ সমাজ জীৱনৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ 

৫। ইউৰোপৰ মধ্যপ্ৰস্তৰ যুগত বিকাশ লাভ কৰা শিলৰ সঁজুলি আৰু সংস্কৃতিসমূহৰ এটা চমু আভাস দিয়া।

উত্তৰঃ 

৬৷ মধ্যপ্ৰস্তৰ যুগৰ প্ৰধান পৰিৱৰ্তনসমূহ কি কি আছিল? 

উত্তৰঃ 

চমুটোকা লিখা (প্ৰতিটোত ৪ নম্বৰকৈ) ঃ  

১। ছেদক।

উত্তৰঃ  

২। হাত কুঠাৰ।

উত্তৰঃ  

৩। চাঁছনি।

উত্তৰঃ  

৪। আদি প্ৰত্নপ্ৰস্তৰ যুগ।

উত্তৰঃ  

৫। মোউষ্টেৰিয়ান সংস্কৃতি। 

উত্তৰঃ 

৬। মধ্য প্রত্নপ্রস্তৰ যুগ।

উত্তৰঃ  

৭। মেগডালেনিয়ান সংস্কৃতি।

উত্তৰঃ  

৮। চলুট্রেয়ান সংস্কৃতি।

উত্তৰঃ  

৯ । ছোভেটেৰিয়ান সংস্কৃতি। 

উত্তৰঃ 

১০। মেগ্‌লেমোচিয়ান সংস্কৃতি।

উত্তৰঃ  

১১। কিচ্চেন মিদেন (Kitchen Midden) সংস্কৃতি।

উত্তৰঃ  


Question Type-Bhabesh Bora




Post ID : DABP004420