Chapter 3


 

প্ৰতিবেদন লিখন

প্ৰশ্নাৱলী 

১। প্ৰতিবেনৰ অৰ্থ কি ?

উত্তৰঃ

২। প্ৰতিবেন কাক বোলে ?

উত্তৰঃ

৩। প্ৰতিবেদক বুলিলে কি বুজা ?

উত্তৰঃ

৪। প্ৰতিবেদনৰ উদ্দেশ্যসমূহ কি কি ?

উত্তৰঃ

৫। প্ৰতিবেদনৰ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ 

৬। এজন প্ৰতিবেদকৰ সাধাৰণ গুণাৱলী কি কি ? 

উত্তৰঃ

৭। চূড়ান্ত খচৰা বুলিলে কি বুজা ?

উত্তৰঃ

৮। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক প্ৰতিবেদন কাক বোলে ?

উত্তৰঃ

৯। আৰোহন আৰু অৱৰোহন পদ্ধতি কাক বোলে? 

উত্তৰঃ

১০। তথ্যমূলক আৰু বিশ্লেষণাত্মক প্ৰতিবেদন কাক বোলে ? 

উত্তৰঃ 

১১। প্ৰতিবেদন লিখন কি ?

উত্তৰঃ 

১২। ব্যৱসায়িক প্ৰতিবেদন কাক বোলে ? 

উত্তৰঃ 

১৩। প্ৰতিবেদন লিখাৰ দুটা গুৰুত্বপূৰ্ণ নিয়ম উল্লেখ কৰা ?

উত্তৰঃ 

১৪। প্ৰতিবেদনৰ অৰ্থ কি? প্ৰতিবেদন কেইভাগত ভাগ কৰা হৈছে লিখা ?

উত্তৰঃ

১৫। প্ৰতিবেদন এখন প্ৰস্তুত কৰোঁতে কোনবোৰ দিশত গুৰুত্ব দিব লাগে, চমুকৈ আলোচনা কৰা ।

উত্তৰঃ

১৬। আকাৰ-আকৃতিৰ ভিত্তিত প্ৰতিবেদন সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ 

১৭। প্ৰতিবেদনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা।

উত্তৰঃ

১৮। তোমাৰ মহাবিদ্যালয়ত ইতিমধ্যে উদযাপিত হৈ যোৱা মহাবিদ্যালয় সপ্তাহ সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰা। 

উত্তৰঃ 

১৯। প্ৰতিবেদনৰ অপৰিহাৰ্য গুণাৱলীসমূহ কি কি উল্লেখ কৰা।

উত্তৰঃ

২০। প্ৰতিবেদন এখনত কৰিবলগীয়া গুৰুত্বপূৰ্ণ কামসমূহ উল্লেখ কৰা । 

উত্তৰঃ 

২১। প্ৰতিবেদন লিখাৰ গুৰুত্বপূৰ্ণ নিয়মসমূহ উল্লেখ কৰা ।

উত্তৰঃ

২২। ব্যৱসায়িক প্ৰতিবেদনৰ বৈশিষ্ট্যসমূহ কি কি? আলোচনা কৰা। 

উত্তৰঃ 

২৩ এজন আদৰ্শ প্ৰতিবেদকৰ গুণাৱলীসমূহ কি কি আলোচনা কৰা । 

উত্তৰঃ 

২৪। প্ৰতিবেদন লিখন প্ৰক্ৰিয়াসমূহ কি কি আলোচনা কৰা । 

উত্তৰঃ

২৫। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক প্ৰতিবেদন সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ

২৬। আৰোহন আৰু অৱৰোহন পদ্ধতিৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ 

২৭। তথ্যমূলক আৰু বিশ্লেষণাত্মক প্ৰতিবেদনৰ বিষয়ে আলোচনা কৰা । 

২৮। চমুটোকা লিখা ____

(ক) ব্যৱসায়িক প্ৰতিবেদন 

উত্তৰঃ 

(খ) প্ৰতিবেদনৰ উদ্দেশ্য 

উত্তৰঃ

(গ) প্ৰতিবেদন লিখন পদ্ধতি 

উত্তৰঃ 

(ঘ) প্ৰতিবেদক আৰু প্ৰতিবেদন 

উত্তৰঃ 

(ঙ) তথ্যমূলক আৰু বিশ্লেষণাত্মক প্ৰতিবেদন 

উত্তৰঃ

(চ) প্ৰতিবেদনৰ বৈশিষ্ট্য 

উত্তৰঃ

(ছ) চূড়ান্ত খচৰা 

উত্তৰঃ

(জ) আনুষ্ঠানিক  আৰু অনানুষ্ঠানিক প্ৰতিবেদন 

উত্তৰঃ 

(ঋ) আৰোহ আৰু অৱৰোহন পদ্ধতি 

উত্তৰঃ 

(ঞ) তথ্যমূলক আৰু বিশ্লেষণাত্মক প্ৰতিবেদন 

উত্তৰঃ

(ট) প্ৰতিবেদনৰ প্ৰয়োজনীয়তা 

উত্তৰঃ

২৯। শুদ্ধ নে অশুদ্ধ লিখা____

(ক) যি ব্যক্তিয়ে প্ৰতিবেদন প্ৰস্তুত কৰে তাকে প্ৰতিবেদক বোলে।

উত্তৰঃ

(খ) প্ৰতিবেদন হ'ল নিজৰ মতে বনাই লিখা লিখিত বিৱৰণ ।

উত্তৰঃ

(গ) প্ৰতিবেদনত অৱশ্যই প্ৰতিবেদন প্ৰস্তুতকাৰীৰ স্বাক্ষৰ থাকিব লাগে ।

উত্তৰঃ 

(ঘ) অৱৰোহন শব্দৰ অৰ্থ হ'ল তলফালৰ পৰা উপৰফালে উঠি যোৱা ।

উত্তৰঃ

(ঙ) এজন  প্ৰতিবেদকে নিজৰ ইচ্ছানুসৰি প্ৰতিবেদন এখন লিখিব নোৱাৰে।

উত্তৰঃ


Type: Krishna Bora                                                                    


Post ID : DABP003656