Chapter 4


 শব্দ সম্ভাৰ 

প্ৰশ্নাৱলী 

১। শব্দ সম্ভাৰ কাক বোলে ? 

উত্তৰঃ

২। ভাষাৰ মূল কি ? 

উত্তৰঃ

৩। অসমীয়া ভাষাৰ শব্দসম্ভাৰ বুলিলে কি বুজা বৰ্ণনা কৰা ।

উত্তৰঃ 

৪। অসমীয়া শব্দৰ শ্ৰেণীবিভাজন সম্পৰ্কে বৰ্ণনা কৰা । 

উত্তৰঃ 

৫। 'অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত' নামৰ গ্ৰন্থৰ ৰচক কোন ?

উত্তৰঃ

৬। আৰ্য্য সংস্কৃতমূলীয় শব্দ আৰু অনা-আৰ্য্যমূলীয় শব্দৰ মাজত থকা পাৰ্থক্যসমূহ লিখা । 

উত্তৰঃ 

৭। অষ্ট্ৰিক ভাষাৰ শব্দ কি ? 

উত্তৰঃ 

৮। ধাৰে লোৱা শব্দ বুলিলে কি বুজা ? উদাহৰণ দিয়া ।

উত্তৰঃ 

৯। ধ্বন্যাত্মক শব্দ কি ?

উত্তৰঃ 

১০। অসমীয়া ভাষাত বিভ্ৰান্ত কৰা শব্দ আৰু বানান পদ্ধতি সম্পৰ্কে লিখা । 

উত্তৰঃ 

১১। ভাষা শুদ্ধ ৰূপত প্ৰকাশ কৰিবলৈ হ'লে কিছুমান সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন । সাৱধানতা কেইটা কি কি?

উত্তৰঃ 

১২। বৰ্ণাশুদ্ধিৰ বিষয়ে লিখা । 

উত্তৰঃ

১৩। আখৰ-জোঁটনিৰ ভুলৰ কাৰণসমূহ কি কি ? 

উত্তৰঃ 

১৪। ইংৰাজীৰ সাধাৰণতে হোৱা ভুল- ক্ৰটিবোৰৰ বিষয়ে লিখা ।

উত্তৰঃ

১৫। ব্যাকৰণৰ ভুল ব্যৱহাৰৰ লগত সম্পৰ্কিত ক্ৰটি আৰু শব্দৰ ব্যৱহাৰৰ বিভ্ৰান্তিৰ লগত সম্পৰ্কিত ক্ৰটিৰ মাজত থকা পাৰ্থক্যসমূহ লিখা ।

উত্তৰঃ 

১৬। চমুটোকা লিখা____

(ক) শব্দ সম্ভাৰ 

উত্তৰঃ

(খ) অসমীয়া ভাষাৰ শব্দসম্ভাৰ 

উত্তৰঃ 

(গ) অসমীয়া শব্দৰ শ্ৰেণীবিভাজন 

উত্তৰঃ

(ঘ) আৰ্য্যসংস্কৃতমূলীয় শব্দ 

উত্তৰঃ

(ঙ) অসমীয়া ভাষাত বিভ্ৰান্ত কৰা শব্দ আৰু বানান পদ্ধতি 

উত্তৰঃ

(চ) ব্যাকৰণৰ ভুল ব্যৱহাৰৰ লগত সম্পৰ্কিত ক্ৰটি।

উত্তৰঃ

১৭।ইংৰাজী ভাষাৰ পৰা অসমীয়া ভাষাত প্ৰবেশ কৰি সততে প্ৰয়োগ হৈ থকা যিকোনো পাঁচটা শব্দ লিকা ।

উত্তৰঃ 

১৮। তলত দিয়া বাক্যসমূহ শুদ্ধকৈ লিখা ।

(ক) তোমাৰ দেউতা ঘৰত আছেনে ? 

উত্তৰঃ 

(খ) মই কলেজ যাওঁ ।

উত্তৰঃ 

(গ) এইটো তোমাৰ কিতাপ ।

উত্তৰঃ

(ঘ) আকাশৰ মাৰ অসুখ ।

উত্তৰঃ 

(ঙ) সি ক'ৰ ল'ৰা হয় ।

উত্তৰঃ 

(চ) আমটো কটাৰীদি কাটিব পাৰিবা ।

উত্তৰঃ 

(ছ) মানুহ মৰণশীল ।

উত্তৰঃ

১৯। শুদ্ধ নে অশুদ্ধ লিখা ।

(ক) স্বতন্ত্ৰভাৱে ব্যৱহাৰ কৰিব পৰা ভাষাৰ ক্ষুদ্ৰতম গোটেই হৈছে শব্দ ।

উত্তৰঃ 

(খ) অসমীয়া শব্দসমূহক ছয়ভাগত ভাগ কৰা হৈছে ।

উত্তৰঃ 

(গ) চাওতালীৰ পৰা অহা শব্দঃ লাটুম, এৰা, উবুৰিয়া ।

উত্তৰঃ 

(ঘ) আখৰ- জোঁটনিৰ ধাৰা প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে ।  

উত্তৰঃ 

(ঙ) ভুল শব্দৰ প্ৰয়োগৰ বাবে অৰ্থৰ বিকৃতি ঘটে । 

উত্তৰঃ

২০। তলত দিয়া বাক্যসমূহৰ ভূল ক্ৰিয়াপদবোৰ শুধৰাই বাক্যবোৰ পুনৰ লিখা ।

(ক) ল'ৰাটোৰ জ্বৰ আহিছে ।

উত্তৰঃ 

(খ) নাৱৰীয়াজন নাও এৰিছে । 

উত্তৰঃ

(গ) মাই ভাত বনাই আছে ।

উত্তৰঃ

(ঘ) তেওঁ ঘৰ বনাই আছে ।

উত্তৰঃ 

(ঙ) পৰীক্ষা শেষ হ'ল মোক লগ কৰিবা ।

উত্তৰঃ

(চ) শীতকালত ফুলা ফুলবোৰ ফুটিবলৈ আৰম্ভ কৰিছে।

উত্তৰঃ 

 

21. For each of the following sentences , circle the correct word choice : 

(i) We discussed the multiple literary ( illusions / allusions ) within the text .

Ans: 

(ii)( Among / Between ) me and you , I think Kallie won the contest .

Ans: 

(iii) She had too ( many / much ) sweaters in her closet .

Ans:

(iv) Alex was ( to / too ) excited to sleep . 

Ans:

(v) ( Their / They're / There ) going to the amusement park tomorrow . 

Ans:

(vi) The sugar had a negative ( effect / affect ) on the science experiment . 

Ans: 

(vii) Nicole has ( fewer / less ) shoes than Sara .

Ans:  

(viii) The gas prices continue to ( raise / rise ) . 

Ans:

(ix) Michael ( hanged / hung ) the picture for his mother .

Ans: 

(x) Cindy , ( lay / lie ) the book on the table .

Ans: 

(xi) John scored higher on the exam ( then / than ) I did .

Ans: 

(xii) ( Who / Whom ) wants to go to the mall tonight ? 

Ans:

(xiii) Haley did not mean to ( infer / imply ) that Jenny was to blame .

Ans: 

xiv . John had ( less / fewer ) travel time because he lives closer to the airport . 

Ans:

(xv) ( Whose / Who's ) watch is this on the counter ?

Ans:

(xvi) I am going to ( lie / lay ) down for an hour . 

Ans:

(xvii) The disappearing penny was simply an optical ( allusion / illusion ) .

Ans: 

(xviii) The book is on the table over ( their / there / they're ) . 

Ans:

(xix) ( Whose / Who's ) responsible for the advertising of the event .

Ans: 

(xx) From your words , I can ( infer / imply ) that you think he is guilty .

Ans:


Type: Krishna Bora