Chapter 4 (ক)

দৰ স্থিৰকৰণ সিদ্ধান্ত 
Pricing Decision 
প্ৰশ্নাৱলী 



চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer Questions)
      
    ১।দৰৰ অৰ্থ লিখা। 
    (Give the meaning of price)
    উত্তৰঃ

    ২। দৰ ধ্যাৰ্যকৰণ বা দৰ স্থিৰকৰণ কি ?
    (What is pricing?)
    উত্তৰঃ
    
    ৩। দৰ আৰু দৰ স্থিৰকৰণ ব্যাখ্য়া কৰা। 
       (Explain price and pricing)
    উত্তৰঃ
    
    ৪। চান কঢ়া দৰ নীতি কি ?
    (What is skimming price policy?) 
    উত্তৰঃ
    
    ৫। অন্তভেৰ্দক/প্ৰৱেশসাধ্য দৰ নীতি কি ?
    (What is penetrative price policy?)
    উত্তৰঃ

    ৬। মুখ্য/বাটকটীয়া দৰ নীতি কি ?
    (What is Leader price policy?)
    উত্তৰঃ
    
    ৭। দৰ প্ৰভেদক দৰ নীতি কি ?
    (What is price differential price policy?)
    উত্তৰঃ

    ৮। দৰ ধাৰ্যকৰণ প্ৰভাৱান্বিত কৰা বাহ্যিক উপাদান কি কি ?
    (What are the external factors that influence pricing?)
    উত্তৰঃ

    ৯। দৰ ধাৰ্যকৰণ প্ৰভাৱান্বিত কৰা আভ্যন্তৰীণ উপাদানবোৰ কি কি ?
    (What are the internal factors that influence pricing?) 
    উত্তৰঃ

দীৰ্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Question)

    ১। দৰ ধাৰ্যকৰণ কি ? দৰ ধাৰ্যকৰণ উদ্দেশ্যাৱলী ব্যাখ্যা কৰা।
    (What is pricing? Explain the objectives of pricing?)
    উত্তৰঃ

    ২। উৎপন্ন দ্ৰব্য দৰ স্থিৰকৰণ সিদ্ধান্ত প্ৰভাৱান্বিত কৰা উপাদানসমূহ বৰ্ণনা কৰা।
    (Describe the factors influencing product pricing decisions)
    উত্তৰঃ

    ৩। দৰ স্থিৰকৰণৰ ভূমিকা আৰু গুৰুত্ব আলোচনা কৰা।
    (Discuss the role and importance of pricing)
    উত্তৰঃ

    ৪। দৰ স্থিৰকৰণৰ নীতিসমূহ বৰ্ণনা কৰা।
    (Describe the principles of pricing)
    উত্তৰঃ

    ৫। দৰ প্ৰভেদৰ দৰ নীতি কি ? এই দৰ নীতিৰ অধীনৰ বিভিন্ন ৰূপসমূহ ব্যাখ্যা কৰা।
    (What is price differential pricing policy? Explain various forms under this price policy.)
    উত্তৰঃ

    ৬। নতুন উৎপন্ন দ্ৰব্য দৰ ধাৰ্যকৰণ নীতি কি ? নতুন উৎপন্ন দ্ৰব্য দৰ নীতিৰ অধীনস্থ প্ৰধান দৰ নীতি দুটা বৰ্ণনা কৰা।
    (What is new product pricing policy? Describe the two main pricing policies under new product pricing policy.)
    উত্তৰঃ