Chapter 5

প্ৰৱৰ্তন সিদ্ধান্ত

Promotion Decision

প্ৰশ্নাৱলী 



চমু উত্তৰৰ প্ৰশ্নাৱলী [Short Answer Question (Marks 3 to 5)]

১। প্ৰৱৰ্তন কি ? প্ৰবৰ্তনৰ উদ্দেশ্যবোৰ কি কি ?

(What is promotions? What are the objectives of promotion?)

উত্তৰঃ

২। প্ৰবৰ্তনমিশ্ৰণ কি ? ইয়াৰ উপাদানবোৰ কি কি ?

(What is promotion mix? What are its elements?)

উত্তৰঃ

৩। প্ৰৱৰ্তনৰ সংজ্ঞা দিয়া। ইয়াৰ গুৰুত্ব চমু ব্যাখ্য়া দিয়া ?

(Define promotion. Explain the importance of promotion in brief.)

উত্তৰঃ

৪। ব্যক্তিগত বিক্ৰয়কৰণৰ অৰ্থ লিখা।

(Write the meaning of personal selling)

উত্তৰঃ

৫। বিজ্ঞাপিতকৰণ বুলিলে কি বুজা ?

(What do you mean by advertising?)

উত্তৰঃ

৬। বিজ্ঞাপিতকৰণ বাজেটৰ অৰ্থ লিখা।

(Write the meaning of advertising budget)

উত্তৰঃ

৭। বিজ্ঞাপিতকৰণ অভিকৰণ কি ?

(What is advertising agency?)

উত্তৰঃ

৮। বিক্ৰয় প্ৰৱৰ্তন কি ? ইয়াৰ উদ্দেশ্যাৱলী কি কি ?

(What is Sales promotion? What are its objectives?)

উত্তৰঃ

দীৰ্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Questions)

    ১। প্ৰৱৰ্তন কি ? প্ৰৱৰ্তনৰ গুৰুত্ব বৰ্ণনা কৰা।

    (What is promotion? Describe the importance of promotion.)

    উত্তৰঃ    

    ২। প্ৰৱৰ্তন মিশ্ৰণ কি ? প্ৰৱৰ্তন মিশ্ৰণ নিৰূপণকাৰী উপাদানবোৰ    ব্যাখ্যা কৰা।

  (What is promotion mix? Explain the factors determining the promotion mix.)

    উত্তৰঃ

    ৩। ব্যক্তিগত বিক্ৰয়কৰণ কি ? ব্যক্তিগত বিক্ৰয়কৰণ তাৎপৰ্য বৰ্ণনা কৰা।

        (What is personal selling? Describe the significance of personal selling.) 

    উত্তৰঃ

    ৪। ব্যক্তিগত বিক্ৰয়কৰণৰ সৈতে জড়িত পৰ্যায়বোৰ আলোচনা কৰা।

        (Discuss the steps involved in personal selling.)

    উত্তৰঃ

    ৫। ব্যক্তিগত বিক্ৰকৰণৰ সুবিধা আৰু সীমাবদ্ধতাবোৰ ব্যাখ্যা কৰা।

      (Explain the merits and limitations of personal selling.)

    উত্তৰঃ

 ৬। বিজ্ঞাপিতকৰণৰ সংজ্ঞা দিয়া। প্ৰস্তুৰকাৰীৰ প্ৰতি বিজ্ঞাপিতকৰণৰ সুবিধা/কাৰ্যাৱলী/ভূমিকা বৰ্ণনা কৰা।

        (Define advertising. Describe the advantages/Functionals/Role of advertising to manufactures.)

    উত্তৰঃ

    ৭। বিক্ৰেতা আৰু সমাজৰ প্ৰতি বিজ্ঞাপিতকৰণৰ কাৰ্যাৱলী ব্যাখ্যা কৰা।

    (Explain the functions of advertising to the salesmen and the society.)

    উত্তৰঃ

    ৮। বিজ্ঞাপিতকৰণ অভিকৰণ বাছনিত বিবেচ্য উপাদানবোৰ কি কি ? বিজ্ঞাপিতকৰণ অভিকৰনে কি কি সেৱা আগবঢ়ায়।

        (What are the factors considerable for selection of advertising agency? What services the advertising agency offer?)

    উত্তৰঃ 

    ৯। বিজ্ঞাপিতকৰণৰ ফলপ্ৰসূতা নিৰীক্ষণ পদ্ধতিবোৰ ব্যাখ্যা কৰা।

    (Explain the methods to measure advertising effectiveness.)  

    উত্তৰঃ

    ১০। বিক্ৰয় প্ৰৱৰ্তন বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰা।

    (Describe various methods/kinds of sales promotion.)

    উত্তৰঃ

    ১১। প্ৰস্তুতকাৰী আৰু উপভোক্তাৰ প্ৰতি বিক্ৰয় প্ৰবৰ্তন গুৰুত্ব উল্লেখ কৰা। 

       (State the importance of sales promotion to the manufacturrs and consumers.) 

    উত্তৰঃ


Question Type-Bhabesh Bora