Chapter 4 (খ)

বিতৰণ পৰিচালনাকৰণ

Managing Distribution

প্ৰশ্নাৱলী 


চমু উত্তৰৰ প্ৰশ্নাৱলী [Short Answer Question (Marks 3 to 5)]

১। বিতৰণ প্ৰণালী কি ? (What is a Channel of distribution?)

উত্তৰঃ

২। প্ৰত্যক্ষ বিতৰণ প্ৰণালী কি ? কেতিয়া এই প্ৰণালী অৱলম্বন কৰা হয় ?

(What is direct channel of distribution? When this channel is adopted?)

উত্তৰঃ

৩। বিতৰণ প্ৰণালী বাছনি প্ৰভাৱান্বিত কৰা উৎপন্ন দ্ৰব্য সম্বন্ধীয় উপাদানবোৰ কি কি ?

(What are the product factors affecting the selection of channel of  distribution?)

উত্তৰঃ

৪। বিতৰণ প্ৰণালী বাছনি প্ৰভাৱান্বিত কৰা প্ৰস্তুতকাৰীৰ উপাদানবোৰ কি কি ?

(What are the manufacturer factors that affect the selection of channel of distribution?)

উত্তৰঃ

৫। বিতৰণ প্ৰণালী বাছনি প্ৰভাৱান্বিত কৰা বজাৰ উপাদানবোৰ কি কি ?

 (What are the market factors affecting the selection of channel of distribution?)

উত্তৰঃ

৬। বিতৰণ প্ৰণালী বাছনি প্ৰভাৱান্বিত কৰা পৰিৱেশিক উপাদানবোৰ কি কি ?

(What are the environment factors that affect the selection of channel of distribution?

উত্তৰঃ

৭। বিতৰণ প্ৰণালী কাৰ্যাৱলী চমুকৈ ব্যাখ্যা কৰা। (Explain the functions of distribution channel in brief.)

উত্তৰঃ

৮। পণ্যৰ প্ৰকৃত/বাস্তৱিক/কায়িক বিতৰণৰ উদ্দেশ্যাৱলীৰ চমু ব্যাখ্যা কৰা।

(Explain in brief the objectives of physical distribution.)

উত্তৰঃ

৯। চমুটোকা লিখা (Write Short notes on:)

    (ক) ফৰামাছ পদ্ধতিকৰণ (Order processing)

    উত্তৰঃ

    (খ) পণ্যাগাৰকৰণ (Warehousing)

    উত্তৰঃ

    (গ) মজুত তালিকা নিয়ন্ত্ৰণ (Inventory controlling)

    উত্তৰঃ

    (ঘ) উপাংশ/আহিলা পৰিচালনা (Material handling)

    উত্তৰঃ

    (ঙ) নলপথ (Pipeline)

    উত্তৰঃ

দীৰ্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Question)

১। বজাৰকৰণত বিতৰণ প্ৰণালীৰ ভূমিকা আৰু গুৰুত্ব বৰ্ণনা কৰা।

(Describe the role and importance of channels of distribution in marketing.)

উত্তৰঃ

২। বজাৰকৰণত পৰম্পৰাগত আৰু অপৰাম্পৰাগত অথবা আন সংহত আৰু সংহত বিতৰণ প্ৰণালীৰ এক বৰ্ণনা দিয়া।

(Give a description on conventional and non-conventional or non-integrated and integrated channels of marketing.)

উত্তৰঃ

৩। বিতৰণ প্ৰণালীৰ প্ৰকাৰবোৰৰ বৰ্ণনা কৰা। (Describe the types of channels of distribution.)

উত্তৰঃ

৪। বিতৰণ প্ৰণালী বাছনি প্ৰভাৱান্বিত কৰা উপাদানবোৰ বৰ্ণনা কৰা।

(Describe the  factors influencing choice/selection of channels of distribution.)

উত্তৰঃ

৫। পণ্যৰ প্ৰকৃত বিতৰণ কি ? প্ৰকৃত বিতৰণৰ ভূমিকা আৰু তাপৰ্য আলোচনা কৰা।

(What is physical distribution? Discuss the role and significance of physical distribution.)

উত্তৰঃ

৬। পণ্যৰ প্ৰকৃত বিতৰণ কি ? প্ৰকৃত বিতৰণৰ ভূমিকা আৰু তাপৰ্য আলোচনা কৰা।

(Describe the components of physical distribution.)

উত্তৰঃ

৭। বিভিন্ন বিতৰণ নীতিবোৰ বৰ্ণনা কৰা। (Describe different distribution policies.)

উত্তৰঃ

৮। বিতৰণ কৌশল হিচাপে উপাংশ/পৰিচালনা পদ্ধতি প্ৰভাৱান্বিত কৰা উপাদানবোৰ ব্যাখ্যা কৰা।

(Explain the factors influencing the material handing method as a technique of physical distribution.)

উত্তৰঃ


Question Type-Bhabesh Bora