Chapter 3

সহসম্বন্ধ 

Correlation 

প্ৰশ্নাৱলী

1. সহসম্বন্ধ গুণাংক বুলিলে কি বুজা? 

 (What do you mean by co-efficient of correlation?) 

উত্তৰঃ

2. সহসম্বন্ধ কি? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি?

 (What is correlation? What are its different types? Describe.)  

উত্তৰঃ

3. প্রডাক্ট মোমেণ্ট সহসম্বন্ধ বুলিলে কি বুজা? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহৰ বিষয়ে লিখা। 

(What do you mean by product moment correlation? What are its merits and demerits.)  

উত্তৰঃ

4. স্থান তাৰতম্য পদ্ধতি বুলিলে কি বুজা? স্থান তাৰতম্য পদ্ধতি আৰু প্ৰডাক্ট মোমেণ্ট সহসম্বন্ধৰ মাজত পার্থক্য লিখা।  

(What do you mean by Rank difference method? Distinguish between Rank difference method and product moment moethod.)

উত্তৰঃ 

চমুটোকা লিখা (Short note) :  

    a. ধনাত্মক আৰু ঋণাত্মক সহসম্বন্ধ

    (Positive and Negative correlation)  

    উত্তৰঃ

    b. স্থান তাৰতম্য পদ্ধতিৰ ব্যৱহাৰ 

    (Uses of Rank difference method)

    উত্তৰঃ 

    C.  শতাংশ বিন্দু আৰু শততমক স্থান   

    (Percentile point and Percentile rank)  

    উত্তৰঃ

6. অসমূহিত ৰাশিৰ পৰা শততমক স্থান নির্ণয় কৰা সূত্ৰটো লিখা।

 (Write the formula for calculating Percentile Rank from ungrouped data.)

উত্তৰঃ

7.  তলত দিয়া সামগ্ৰীসমূহৰ পৰা স্থান তাৰতম্য পদ্ধতি প্রয়োগ কৰি সহসম্বন্ধ গুণাংক নির্ণয় কৰা। 

(From the data given below compute the co-efficient of correlation by the Rank dif - ference method.)

উত্তৰঃ

a.

X

40

42

22

46

43

49

53

64

45

40

41

y

30

40

32

36

33

35

45

75

77

12

72

b.

A

50

54

56

59

60

62

61

65

67

71

71

41

B

22

25

34

22

26

30

22

30

28

34

36

40

8. তলত দিয়া সামগ্ৰীসমূহৰ পৰা পিয়েৰচনৰ সূত্ৰ ব্যৱহাৰ কৰি সহসম্বন্ধ গুণাংক নিৰ্ণয় কৰা আৰু ব্যাখ্যা কৰা । 

(Compute co-efficient correlation from the following data using pearson's formula and interpret.) 

Set X

Set Y

52

47

31

33

22

46

44

37

31

41

51

40

187

166

172

189

147

150

150

143

133

153

149

163

 

Set A

Set B

10

12

17

30

18

15

19

21

16

28

9

11

18

29

31

19

18

25

18

26

9. তলত দিয়া বিতৰণৰ পৰা p (22), p (54), p (30), p (10), p (70), p (85) নিৰ্ণয় কৰা । 

(Find p (22), p (54), p (30), p (10), p (70), p (85) from the following distribution.)

শ্ৰেণী অন্তৰাল

বাৰংবাৰতা

95-99

90-94

85-89

80-84

75-79

70-74

65-69

60-64

55-59

50-54

45-49

40-44

1

2

4

5

8

10

6

4

4

2

3

1

 

Type : Krishna Bora 





Post ID : DABP005269