Lesson-1    

          ষ্টক বজাৰত বিনিয়োগ

                                                    অনুশীলনী                                                                       

১ নং থকা  প্ৰশ্নাৱলী-

ক) বিনিয়োগ মানে কি ?(What is investment)

খ) বিনিয়োগৰ দুটা উদাহৰণ দিয়া।

গ) বিনিয়োগৰ এটা বৈশিষ্ট্য লিখা।

ঘ) প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাব কি ?

ঙ) ঋণপত্ৰ কি ?

চ) প্ৰতিভূতিৰ বজাৰ বুলিলে কি বুজা ?

ছ) গৌণ বজাৰ কি ?

জ) ষ্টক বিনিময় বজাৰৰ এটা বৈশিষ্ট্য লিখা।

ঝ) ষ্টক বজাৰৰ অংশগ্ৰহণকাৰী বুলিলে কি বুজা ?

ঞ) নিষ্কাষণ গৃহ কি ?

ট) অংশ বজাৰৰ এটা তথ্য সঞ্চয়াগাৰৰ নাম লিখা।

ঠ) কিমান চনত বোম্বে ষ্টক বিনিময় কেন্দ্ৰ স্থাপন হয় ?

ড) বহুমুখী দ্ৰব্য বিনিময় কেন্দ্ৰটোৰ সুচাংকটোৰ নাম কি ? 

ঢ) ডিমেট হিচাপ কি ?

ণ) বজাৰ নিৰ্দেশ আৰু সীমিত নিৰ্দেশ কি ?

৫ নং থকা প্ৰশ্নাৱলী-

ক) প্ৰতিভূতি  বজাৰৰ ওপৰত এটি টোকা যুগুত কৰা।

খ) গৌণ বজাৰৰ বৈশিষ্ট্যসমূহ লিখা।

গ) ষ্টক বজাৰৰ পাঁচটা কাৰ্য লিখা।

ঘ) প্ৰাৰম্ভিক অংশ বিলিৰ প্ৰস্তাৱৰ বিষয়ে চমুকৈ লিখা।

ঙ) ষ্টক বজাৰ অংশ গ্ৰহণকাৰীবোৰৰ বিষয়ে উল্লেখ কৰা।

চ) বিনিয়োগ শব্দটোৰ অৰ্থ আৰু ধাৰণা লিখা।

ছ) বিনিয়োগ কাৰ্যৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা।

জ) সাধাৰণ অংশৰ পাঁচটা সুবিধা।

ঝ) প্ৰাথমিক অংশ বিক্ৰীৰ প্ৰস্তাবৰ সুবিধাসমূহ কি ?

ঞ) প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাব আৰু  পৰৱৰ্তী ৰাজহুৱা প্ৰস্তাবৰ পাৰ্থক্য লিখা ?

ট) নতুন বিলি বজাৰৰ বৈশিষ্ট্যবোৰৰ লিখা।

ঠ) প্ৰতিভূতি বজাৰৰ সুচাংকৰ ওপৰত এটি টোকা লিখা।

জ) চমুটোকা লিখা

 ১। বোম্বে ষ্টক বিনিময় কেন্দ্ৰ।

২। নেচনেল ষ্টক বিনিময় কেন্দ্ৰ।

৩। বহুমুখী দ্ৰব্য বিনিময় কেন্দ্ৰ।

১০ নং থকা প্ৰশ্নাৱলী-.

১। বিনিয়োগ শব্দটোৰ অৰ্থ আৰু ধাৰণা চমুকৈ বৰ্ণানা কৰা।

২। বিনিয়োগ মানে কি ? বিনিয়োগৰ বৈশিষ্ট্যসমূহ চমুকৈ আলচ কৰা।

৩। প্ৰতিভূতি বিনিয়োগৰ বিভিন্ন প্ৰকাৰ বা ধাৰণসমূহ বৰ্ণনা কৰা।

৪। প্ৰতিভূতি বজাৰৰ ধাৰণা আৰু অৰ্থ লিখা।

৫। বিলিৰ বিভিন্ন প্ৰকাৰসমূহ সংক্ষেপে দাঙি ধৰা।

৬। ষ্টক বিনিময় বজাৰ মানে কি ? এই  বজাৰৰ বৈশিষ্ট্যসমূহ আলচ কৰা।

৭। গৌণ বজাৰ হিচাপে ষ্টক বিনিময় কেন্দ্ৰৰ ভূমিকা বৰ্ণানা কৰা।

৮। ষ্টক বা প্ৰতিভূতি বজাৰৰ প্ৰধান অংশগ্ৰহণকাৰীসকলৰ বিষয়ে সংক্ষেপে আলোচনা কৰা।

৯। ষ্টক বজাৰৰ সূচাংকৰ গুৰুত্ব অতি চমুকৈ আলোচনা কৰা।

১০। প্ৰতিভূতি বজাৰৰ বিত্তীয়  তথ্যৰ  প্ৰধান উৎসসমূহৰ  এটি চমু আভাস দিয়া।

১১। কি কি পদ্ধতি প্ৰয়োগ কৰি ষ্টক ক্ৰয়-বিক্ৰয় কাৰ্য  সম্পাদন কৰা হয় তাক বৰ্ণানা কৰা।