Lesson-3                                         

পাৰস্পৰ পুঁজিত বিনিয়োগ 

 অনুশীলনী 

ক) ১ নং থকা প্ৰশ্নাৱলী-

১) পাৰস্পৰিক পুজি সৃষ্টি কৰা ডাষ্ট সদাগৰ জনৰ নাম কি ?

২) কিমান চনত পৃথিৱীত পোনপ্ৰথমে বাৰৰ বাবে পাৰস্পৰিক পুজি গঠিত হয় ?

৩) মেচাছুটট ইনভেষ্ট কিমান চনত স্থাপিত ?

৪) ভাৰতবৰ্ষত পাৰপস্পৰিক পুজিৰ লেনদেন কৰা প্ৰথম কোম্পানীটো কি?

৫) এচ বি আই মিউচুৱেল ফাণ্ড কিমান চনত স্থাপিত?

৬) পাৰস্পৰিক পুজিৰ অৰ্থ লিখা।

৭) প্ৰকৃত সম্পত্তি মূল্য (NAV) কি ?

৮) CRLSIL ৰ সম্পূৰ্ণ ৰূপটো লিকা ।

৯) তলৰ কোনটো সম্পত্তিৰ অতি উচ্চ পৰিমাণৰ তাৰল্যতা আছে ঃ

           ক) পাৰস্পৰিক পুজি

           খ) সোণ

           গ) বাস্তৱ সম্পত্তি 

           ঘ) লো।

১০) ভাৰতীয় ৰিজাৰ্ভ  বেংকৰ দ্বাৰা চৰকাৰী প্ৰতিভূতি বিলি কৰা হয়।(শুদ্ধ/অশুদ্ধ)

২ নং থকা প্ৰশ্নাৱলী-

১) পাৰস্পৰিক পুজিৰ ধাৰণা দিয়া।

২) পাৰস্পৰিক পুজিৰ দুটা সুবিধা উল্লেখ কৰা।

৩) ওপেন  ইণ্ডেদ  আৰু ক্লোজ ইনদেদ পাৰস্পৰিক পুজি কি ?

৪) বৰ্ণ শংকৰ বা হাইব্ৰিদ পুজি  কি?

৫) পাৰস্পৰিক পুজিত বিনিয়োগ কৰাৰ দুটা কাৰণ লিখা।

৬) পাৰস্পৰিক পুজিৰ দুটা প্ৰকাৰ লিখা।

৭)চৰকাৰী পাৰস্পৰিক পুজি দুটা  কি লিখা।

৮) ব্যক্তিগত খণ্ডৰ পাৰস্পৰিক পুজিৰ লেনদেন কৰা দুটা অনুষ্ঠানৰ  নাম লিখা।

১০) পাৰস্পৰিক পুজি মূল্যায়নৰ প্ৰতিষ্ঠান ক্ৰিচিলৰ দুটা কাৰ্য লিখা।

       গ) ৫ নং থকা প্ৰশ্নাৱলীঃ

১) পাৰস্পৰিক পুজিত বিলিয়োগৰ প্ৰয়োজনীয়তা কি ?

২) উদাহৰণৰ সৈতে প্ৰকৃত সম্পত্তিৰ মূল্য কেনেদৰে নিৰূপন কৰা হয় লিখা।

৩) পাৰস্পৰিক পুজিৰ পাঁচটা সুবিধা লিখা।

৪) ওপেন ইণ্ডেদ আৰু ক্লোজ  ইনদেদ পুজিৰ  মাজত  থকা পাৰ্থক্য লিখা।

৫) বিপদাংশকাৰ ভিত্তিত পাৰস্পৰিক পুজিৰ প্ৰকাৰ কেইটাৰ বিষয়ে চমুকৈ কি জনা লিখা।

৬) মাচুল যুক্ত পাৰস্পৰিক পুজি কি ? বিনিয়োগকাৰীয়ে কেনে ধৰণৰ মাচুল পৰিশোধ কৰিব লাগে লিখা।

৭) মাচুলহীন  পাৰস্পৰিক পুজিৰ ওপৰত এটি  টোকা প্ৰস্তত কৰা।

৮) মাচুল যুক্ত  আৰু মাচুলহীন পাৰস্পৰিক পুজিৰ মাজত থকা প্ৰভেদসমূহ উল্লেখ কৰা।

৯) পাৰস্পৰিক পুজি সংক্ৰান্তীয় ছেবীৰ নিয়মাৱলী সমূহ কি ?

১০) ক্ৰিচিলে ঋণপত্ৰ মূল্যায়ন গ্ৰড,প্ৰতীক আৰু নিৰাপদৰ মাত্ৰাৰ বিষয়ে চমুকৈ লিখা।

 ঘ) ১০ নং  প্ৰশ্লাৱলী-

১) পাৰস্পৰিক পুজিৰ পটভূমি সৰ্ম্পকে চমুকৈ বৰ্ণনা কৰা।

২) পাৰস্পৰিক শব্দটোৰ অৰ্থ  লিখা। এই পুজিৰ  আমাৰ দেশৰ ঐতিহাসিক পটভূমিৰ  বিষয়ে কি জনা 

চমুকৈ আলচ কৰা।

৩) পাৰস্পৰিক পুজিৰ অৰ্থ  আৰু ধাৰণ দিয়া। উক্ত  পুজি ব্যৱহাৰৰ ফলত বিনিয়োগকাৰীয়ে লাভ কৰা 

সুবিধা সমূহ কেনে ধৰণৰ লিখা।

৪) পাৰস্পৰিক পুজিৰ অৰ্থ আৰু  প্ৰয়োজনীয়তাৰ  ওপৰত এটি  আলোচনা যুণ্ডত কৰা।

৫) পাৰস্পৰিক পুজিৰ বিভিন্ন শ্ৰেণীৰ বিষয়ে চমুকা ব্যাখ্যা কৰা।

৬) পাৰস্পৰিক পুজিৰ নিবাচন প্ৰক্ৰিয়াত প্ৰভাৱাম্বিত কৰা উপাদানসমূহ চমুকৈ লিখা।

৭) ঋণ মূল্যায়ন  কি? ঋণ  মূল্যায়নৰ উদ্দেশ্য সমূহ লিখা।

৮) ঋণ  মূল্যায়নৰ প্ৰকাৰ সমূহৰ বিষয়ে এটি আলেচনা যুণ্ডত কৰা।

৯) ভাৰতবৰ্ষত ক্ৰেডিট ৰেটিং উদ্যোগৰ বিকাশৰ বিষয়ে চমুকৈ কি জনা লিখা।

১০) ক্ৰিচলৰ(CRLSIL) পাৰস্পৰিক পুজিৰ মূল্যায়ন আৰু ইয়াৰ প্ৰয়োগ সম্পকে কি জনা বৰ্ণনা কৰা।

১১) ক্ৰিচিল কি ক্ৰিচিলে পাৰস্পৰিক পুজি সৰ্ন্দভত সম্পাদান কৰা কাৰ্য্যাৱলীৰ এটি  আভাস দিয়া।