অধ্যায় ৫
মধ্য প্ৰাচ্য, পশ্চিম এছিয়াৰ যাযাবৰ গোষ্ঠী আৰু লো উদঘাটন (Nomadic Group of Middle-east and West Asia and Advent of Iron)
আৰ্হি প্ৰশ্নাৱলী (Model Questions )
ৰচনাধৰ্মী প্রশ্ন (প্ৰতিটোত ১২ নম্বৰকৈ) ঃ
১। পশ্চিম এছিয়াৰ যাযাবৰী পশুপালক গোষ্ঠীৰ বিষয়ে লিখা।
উত্তৰঃ
২। পশ্চিম এছিয়াৰ যাযাবৰী লোকসকলৰ অন্যতম প্রধান ভাষিক গোষ্ঠীটো কি আছিল? এই ভাষাগোষ্ঠীটোৰ ঠাল-ঠেঙুলিসমূহৰ বিস্তৃত বিৱৰণ দিয়া।
উত্তৰঃ
৩। লৌহ যুগৰ পশ্চিম এছিয়াত সাংঘাতিক হোৱা পৰিৱৰ্তনসমূহৰ বিষয়ে লিখা।
উত্তৰঃ
৪। কি কি কাৰণত লোৰ লগত ফেৰ মাৰিব নোৱাৰি ব্ৰঞ্জৰ সভ্যতাই মেলানি মাগিলে?
উত্তৰঃ
৫। লোৰ ব্যৱহাৰ আৰু লো নিষ্কাশন প্ৰযুক্তিৰ বিকাশে মানৱ সভ্যতাক কেনেদৰে আগুৱাই নিছিল আলোচনা কৰা ।
উত্তৰঃ
৬। মিন’য়ান সভ্যতাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা।
উত্তৰঃ
৭ । মিন’য়ান সভ্যতা-সংস্কৃতিৰ বিভিন্ন পৰ্ব বা পৰ্যায়সমূহ কি কি? এই পৰ্বস্হত হোৱা পৰিৱৰ্তনৰ বিষয়ে লিখা।
উত্তৰঃ
৮।ব্ৰঞ্জ যুগৰ পৰা লৌহ যুগলৈ উত্তৰণৰ প্ৰাকক্ষণত গ্ৰীচৰ সামাজিক পৰিৱেশৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ
চমুটোকা লিখা (প্ৰতিটোত ৪ নম্বৰকৈ) ঃ
১। মিটান্নি।
উত্তৰঃ
২। কাছাইটসকল।
উত্তৰঃ
৩। আছিৰিয়ান।
উত্তৰঃ
৪। মধ্য এছিয়াত লৌহ যুগৰ সূচনা।
উত্তৰঃ
৫। মধ্য এছিয়াৰ ষ্টেপ খণ্ডৰ যাযাবৰী (Semi-Nomadic) গোষ্ঠীসমূহ।
উত্তৰঃ
৬। মিন’য়ান কলা।
উত্তৰঃ
৭। গ্ৰীচৰ অন্ধকাৰ যুগ।
উত্তৰঃ
৮। মিন’য়ান সভ্যতাৰ পতনৰ কাৰণ।
উত্তৰঃ
Question Type-Bhabesh Bora
Post ID : DABP004425