UNIT-5

Political condition of Assam in the Post Pala Period 

(পাল বংশৰ পতনৰ পাছত অসমৰ ৰাজনৈতিক অৱস্থা)


 EXERCISE (অনুশীলনী)

১। অতি চমু প্ৰশ্ন :

(ক) পাল বংশৰ শেষৰজন শাসকৰ নাম কি আছিল?

উত্তৰ :


(খ) জয়পালে কামৰূপ শাসন কৰা সময়ত গৌড়ৰ ৰজা কোন আছিল?উত্তৰ :

উত্তৰ :


(গ) তিমগ্যদেৱ কোন আছিল ?

উত্তৰ :


(ঘ) বৈদ্যদেৱৰ বিষয়ে অধীক তথ্য পাব পৰা তাম্ৰলিপিখনৰ নাম কি?

উত্তৰ :


(ঙ) বৈদ্যদেৱে মাটি দান কৰা ব্ৰাক্ষণজনৰ নাম কি আছিল ?উত্তৰ :


(চ) তুকী-আফগান সকলৰ প্ৰথম আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?উত্তৰ :


২। ৰচনাধৰ্মী প্ৰশ্ন:

(ক) পাল বংশৰ পতনৰ পাছত কামৰূপৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে কি জনা লিখা?

উত্তৰ :


(খ) কমতা ৰাজ্যৰ ৰজাসকলৰ ৰাজত্বকাল বিষয়ে বৰ্ণনা কৰা।

উত্তৰ :


(গ) ভূঞাসকলৰ উৎপত্তি আৰু শাসনকালৰ বিষয়ে আলোচনা কৰা ।

উত্তৰ :


৩। চমুকৈ লিখা :

(ক) বৈদ্যদেৱ (খ) মুছলমানৰ 1১ম আক্ৰমণ (গ)আৰিমত্ত বা গজাঙ্ক.

উত্তৰ :


Type-Bharat Kalita 



Post ID :DABP003617