Chapter 1 

চিত্ৰকূটৰ চিত্ৰ 

প্ৰশ্নাৱলীঃ

অতি চমু প্ৰশ্ন ঃ

(ক) মাধৱ কন্দলীৰ কোন শতিকাৰ কবি ?

উত্তৰঃ

(খ) মাধৱ কন্দলীৰ প্ৰকৃত নাম কি ?

উত্তৰঃ 

(গ) কাৰ পৃষ্ঠপোষকতাত কন্দলীয়ে কাব্য ৰচনা কৰিছি ?

উত্তৰঃ 

(ঘ) চিত্ৰকূটৰ চিত্ৰ কবিতাটো ক'ৰ পৰা উদ্ধৃত ?

উত্তৰঃ 

(ঙ) মাধৱ কন্দলীৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি ?  

উত্তৰঃ 

(চ) ৰামায়ণ মহাকাব্যখনৰ প্ৰণেতা কোন?  

উত্তৰঃ

ৰচনাধৰ্মী প্রশ্নঃ

(ক) “জনকৰ জীৱ দেখ নদী মন্দাকিনী। 

    তোমাৰ সদৃশ সুশোভিত মধ্যক্ষিণী।।” 

    কোনে কাক কি প্ৰসংগত কথাখিনি কৈছিল তোমাৰ ভাষাৰে     বুজাই লিখা।  

(খ) মাধৱ কন্দলীৰ কাব্য প্ৰতিভাৰ চমু বিৱৰণ দাঙি ধৰা।  

উত্তৰঃ

(গ) চিত্ৰকূটৰ চিত্ৰ কবিতাটিত বর্ণিত প্রাকৃতিক সৌন্দৰ্য্য এটি বিৱৰণ দিয়া। 

উত্তৰঃ

(ঘ) চিত্ৰকূটৰ চিত্ৰ কবিতাটিৰ কাব্যিক সৌন্দৰ্য্য বিচাৰ কৰা।

উত্তৰঃ  

(ঙ) কন্দলী ৰামায়ণৰ বিষয়ে এটি প্ৰৱন্ধ যুগুত কৰা।

উত্তৰঃ

সহায়ক গ্রন্থঃ

শৰ্মা ডঃ সত্যেন্দ্রনাথঃ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ,  ২০১৮ চন।  

হাজৰিকা বিশেশ্বৰ : অসমীয় সাহিত্যৰ বুৰঞ্জী(প্রথম খণ্ড) ২০১৬ চন।  

বৰকটকী বীৰেন : সাহিত্যৰ পটভূমি, অসম বুক ডিপো, গুৱাহাটী, ১৯৯৬ চন। 

শৰ্মা হেমন্ত কুমাৰঃ অসমীয়া সাহিত্যৰ দৃষ্টিপাত, বীণা লাইব্ৰেৰী, গুৱাহাটী,  ১৯৯২ চন।


Type: Krishna Bora