Chapter 1 

শৰৎ বৰ্ণনা

প্রশ্নাৱলী :  

অতি চমু প্রশ্ন :  

(ক) খেৰসুতি কোন?  

উত্তৰঃ খেৰসুতি মহাপুৰুষ শংকৰদেৱৰ বুঢ়ীমাক।

(খ) শঙ্কৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল?  

উত্তৰঃ শঙ্কৰদেৱে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল।

(গ) কিমান বয়সত শঙ্কৰদেৱে আকাৰ ইকাৰ নোহোৱা কবিতাটো ৰচনা কৰিছিল ? 

উত্তৰঃ চৈধ্য বছৰৰ বয়সত শঙ্কৰদেৱে আকাৰ ইকাৰ নোহোৱা কবিতাটো ৰচনা কৰিছিল।

(ঘ) শঙ্কৰদেৱে ৰচনা কৰা প্ৰথম অঙ্কীয়া নাটখনৰ নাম কি?  

উত্তৰঃ

(ঙ) শঙ্কৰ-মাধৱৰ ক’ত মিলন হৈছিল।  

উত্তৰঃ

(চ) শঙ্কৰ-মাধৱৰ মিলনক কি আখ্যা প্ৰদান কৰা হৈছিল?  

উত্তৰঃ

(ছ) শৰৎ বৰ্ণনা কবিতাটো ক’ৰ পৰা উদ্ধৃত?  

উত্তৰঃ

(জ) কোন চনত শঙ্কৰদেৱে জন্ম লাভ কৰিছিল ? 

উত্তৰঃ

 ৰচনাধৰ্মী প্রশ্নঃ  

(ক) শৰৎ বৰ্ণনা কবিতাটোৰ মূল ভাবটো লিখা।  

উত্তৰঃ

(খ) শঙ্কৰদেৱৰ সাহিত্যকৃতি সম্পর্কে বহলাই আলোচনা কৰা ।

উত্তৰঃ  

(গ) শৰৎ বৰ্ণনা কবিতাটোৰ প্ৰকৃতি চিত্ৰণ সম্পর্কে আলোচনা কৰা।  

উত্তৰঃ

(ঘ) শৰৎ বৰ্ণনা কবিতাটোত শৰতে কি কি চাৰি কাৰ্য্য সাধিলে তাৰ বিৱৰণ দিয়া।  

ব্যাখ্যা কৰা :  

“যত জীৱ জন্তু     সংকটে আছিল।  

            ঘোৰ বাৰিষাৰ পদে।  

শৰত কালত             তৰল বিৰলে  

            বঞ্চিল ইচ্ছা সুখে।।”  

কথাষাৰ কোনে কি প্ৰসংগত কৈছিল, বহলাই আলোচনা কৰা ।

উত্তৰঃ


প্ৰসংগ পুথিঃ 

শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱ বিৰচিত : কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষা বিশ্ববিদ্যালয় প্রকাশন বিভাগ, গু.বি: কবিতামঞ্জৰী (সম্পাদনা) শর্মা ডঃ সত্যেন্দ্রনাথঃ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত  মহন্ত কেশদাঃ কাব্যতত্ত্বৰ দৃষ্টিৰে শঙ্কৰদেৱৰ কাব্য

উত্তৰঃ


Type: Krishna Bora 

Author- Leena Kakati







Post ID : DABP005688