Chapter 2

 অন্তিম জ্যোতি

প্ৰশ্নাৱলীঃ 

চমু প্ৰশ্নঃ

১। ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম কি ?

উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম হল - ৰঘুনাথ চৌধৰী ।

২। ৰঘুনাথ চৌধাৰীৰ কিয় বিহগী কবি বুলি কোৱা হয় ?

উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে চৰাইক বিষয়বস্তু হিচাপে লয় কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি বুলি কোৱা হয়।

৩। ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা যিকোনো এখন আলোচনীৰ নাম লিখা । 

উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা এখন আলোচনী হল - সুৰভী।

৪। ৰঘুনাথ চৌধাৰীৰ প্ৰথম প্ৰকাশিত কাব্য সংকলন কোনখন ?

উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ প্ৰথম প্ৰকাশিত কাব্য সংকলন খন হল - সাদৰী ।

ৰচনাধৰ্মী প্ৰশ্ন ঃ 

১। 'অন্তিম জ্যোতি' কবিতাটিৰ বিষয়বস্তু আৰু ভাষাশৈলীৰ বিষয় বৰ্ণনা কৰা । 

উত্তৰঃ 

২। অসমীয়া সাহিত্যলৈ ৰঘুনাথ চৌধাৰীৰ অৱদান সম্পৰ্কে বিস্তাৰিতভাৱে উল্লেখ কৰা ।

উত্তৰঃ অসমীয়া সাহিত্য লৈ ৰঘুনাথ চৌধৰীৰ অৱদান অতুলনীয়। ৰঘুনাথ চৌধাৰীদেৱৰ অমৰ সৃষ্টিসমূহ হল - সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা আৰু নৱমল্লিকা। প্ৰকৃতিৰ প্ৰতি অনন্য অনুৰাগ, মানৱীয় প্ৰেমৰ নান্দনিক স্বৰূপ, অসীম কল্পনা, আধ্যাত্মিক চেতনা, পক্ষীৰ মূৰ্চ্ছনা, বিশাল মানৱতাবাদ আৰু সুমধুৰ ভাষাশৈলীৰে চৌধৰীদেৱৰ কবিতাসমূহ সমৃদ্ধ। তেওঁ 'সুৰভি' আৰু 'জয়ন্তী' নামৰ আলোচনী সম্পাদনা কৰি সঠিক সময়ত ভাষা জননীৰ প্ৰতি নিজৰ দায়ৱদ্ধতাক আন্তৰিকতাৰে প্ৰতিষ্ঠা কৰি থৈ গৈছে। 

ব্যাখা কৰা -

''মৰ্মাহত ব্যথাহত দুৰ্বহ জীৱন

আছে মোৰ আৱৰ্তত ঘূৰি

স্পন্দনত তন্দ্ৰাতুৰ দুৰ্বল চিত্তৰ

জড়তাই নিছে সংজ্ঞা হৰি ।''

উত্তৰঃ

সহায়ক গ্ৰন্থঃ

১। কুৰি শতিকাৰ অসীয়া কবিতা ঃ সম্পাঃ নীলমণি ফুকন 

২। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ঃ ড॰ সত্যেন্দ্ৰনাথ শৰ্মা 

৩। কথা বৰেণ্য ১০০ ঃ (সম্পা) শোনিত বিজয় দাস, মুনীন বায়ন


Type: Krishna Bora 

Author : Leena Kakati





Post ID : DABP005558