Audio Credits:

Singer: ZUBEEN GARG
Lyrics: MRINALL P. JYOTI
Original Song & Music: ARUPJYOTI BARUAH
Music Producer : ARNAB BASHISTHA
Additional Music Producer & Guitar Design : ISHANU
Mix & Master: BHASKAR SARMA (Emsquare Studio)
Recorded at Studio ChikMik by SIBABRATA SHARMA

Video Credits:

Ft. Kamal Lochan, Roopchanda Sarma, Atanu Mahanta, Aaranyak Goswmi, Tanistha Sharma
Choreography - SACHIN BARUAH
Cinematography - BITUL DAS & SURUJ DEKA
Editor: Dhiraj Mazumdar
DI & VFS: Shyamal Das
Ariel - CHANDAN BHUYAN
Asst. Choreographer - SAMIN DAS

Lyrics:
সাধু এটি, কুছি-মুছি, বুকুতে পাটি পাৰি
কুঁৱলিৰ ছবিখন সামৰি.. 

যেনি-তেনি, যায় কেনি, স্মৃতিৰে ৰং সানি
মিচিক হাঁহিৰে আৱৰি

একা-বেকা বাটে
চকা-মকা পোহৰে

খোজতে থমকে উশাহ কিয়নো? অজানিতে.. 
নিয়ৰত সেমেকে উছাহ কিয়নো? নিজানতে.. 

ডিঙা মেলি সপোনে মাতে, কাণে কাণে
ঢৌ-খেলি গোপনে থাকে, অভিমানে

শোণিতেৰে ওৰেৰাতি, কত লিখিলোঁ চিঠি, 
হেঁপাহেৰে যত বেথা বাকি.. 

উজাগৰে প্ৰতিদিনে, আঁকো কত যে ছবি, 
ভাবনাৰে তোমাকে সাৱটি

কঁহুৱাৰে বা
হেঁপাহৰে আঁহ
আলফুলে বুকুতে লৈ, সামৰি ৰাখা.. 

এজাৰৰে পাহ
জোনাকৰে ছাঁ
ডৰিয়লি ডালতে ৰৈ, ছিঞৰি মাতা

সময়ো থমকি ৰ'ব, তুমি যে নাথাকিলে.. 
জীৱনো উচুপি ৰ'ব তোমাতে, হেৰুৱালে

ছায়া হৈ আৱৰি ৰাখা, শিতানতে..

____________________________