A.D.P. College, Nagaon (Nagaon) 




আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় হৈছে শিক্ষাৰ আসন যিয়ে 2009 চনত ইয়াৰ সোণালী জয়ন্তী উদযাপন কৰে। অসমৰ পুত্ৰ আন্দৰাম ঢেকিয়াল ফুকনে বনোৱা এই কলেজখন অসমৰ উচ্চ স্থান পাবলৈ সক্ষ্যম হৈছে। এই মহাবিদ্যালয় সনে উচ্চ স্থান পাবলৈ অনেক কঠিনতা, সংগ্ৰাম আদি পাৰ কৰিছিল। এই মহাবিদ্যালয়খন নগাঁৱ জিলাত অৱস্থিত।

আপোনালোকে যদি কলেজখন বিষয়ে অলপ তথ্য দিব বিছাৰে তেনেহলে তলত দিয়া Email লত Contact কৰক।

Type- Suman Kakati 


Post ID :DABP003303