Agia College, Agia--(Goalpara)






আগিয়া মহাবিদ্যালয়খন 1996 চনত স্থাপিত হৈছিল। উৎপল দাস এই মহাবিদ্যালয়খন প্ৰধান শিক্ষক। মহাবিদ্যালয়খনে ইয়াৰ লক্ষ্য, দূষ্টিভংগী আৰু উদ্দেশ্যৰ ওপৰত গুৰুত্ব দিবলৈ যথাসাধ্য চেষ্টা কৰি আহিছে যাতে শিক্ষাৰ্থীসকলক সময়ৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বাবে এটা নতুন পথ প্ৰদান কৰা যায়। ছাত্ৰজনৰ প্ৰথম দলটো বি.এ. ফাইনেল এক্সা ত উপস্থিত হৈছিল।

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিছাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati


Post ID :DABP003301