Alhaz Sunai Bibi Choudhury College, Lanka (Nagaon)


আলহাজ চুনাই বিবি চৌধুৰী মহাবিদ্যালয় 1997 চনত স্থাপিত হৈছিল। নগাঁও অৱস্থিত এই মহাবিদ্যালয়খন অ-সাহায্যপ্ৰাপ্ত মহাবিদ্যালয়। এই মহাবিদ্যালয়খন শিক্ষাৰ্থীসকলৰ মাজত এএছবিচিচি নামেৰে জনপ্ৰিয়। শিক্ষাৰ্থীসকলক মানদণ্ডৰ শৈক্ষিক পৰিৱেশ প্ৰদান কৰাৰ বাবে, মহাবিদ্যালয়খ জনপ্ৰীয়। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক


Type- Suman Kakati 



Post ID : DABP003305