Baihata Chariali B.Ed. College, Baihata Chariali (Kamrup)
বাইহাটা চাৰিআলি বি.এড মহাবিদ্যালয়খন 1994 চনত কাপৰুপ জিলাত স্থাপন কৰা হৈছিল ইয়াৰ উদ্দেশ্য আছিল মাধ্যমিক পৰ্যায়ত শিক্ষক বূত্তিৰ বাবে সামাজিক-শৈক্ষক বিকাশ প্ৰচাৰ কৰা। মহাবিদ্যালখনে দুবছৰীয়া পূৰ্ণ-সময়ৰ বি.এড. আৰু ডি.ই.এল.এড কাৰ্যসূচী আগবঢ়াই।
আপোমালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।
Type- Suman Kakati
Post ID : DABP003323