Bajali Teacher's Training College, Pattacharkuchi, Barpeta. 



বিজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খন 1992 চনত স্থাপিত হৈছিল। শিক্ষাদানৰ ক্ষেত্ৰত গৱেষণাৰ দিশত অৱদান আগবঢ়োৱা আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ লগতে আন বোৰৰ ক্ষেত্ৰত উচ্চ যোগ্যতা সম্পন্ন জনশ্ক্তিৰ বৰ্ধিত চাহিদা পূৰণ কাৰাৰ লক্ষ্যৰে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয়খনত নিজা ভৱন আৰু 8 বিঘা নিজা মাটি আছে। বিদ্যালয়খনত এটা কাৰ্যালয়, এটা অধ্যক্ষৰ কোঠা, এটা পুথিঁভৰাল, এটা মনস্তাত্ত্বিক পৰীক্ষাগাৰ আৰু এটা কম্পিউটাৰ কোঠা আছে। 

আপোনালোকে যদি এই কলেজখৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati