Bapujee College, Sarthebari (Barpeta)



বাপুজী মহাবিদ্যালয়খন 1970 চনত স্থাপিত হৈছিল। আৰু মহাবিদ্যালখনৰ প্ৰধান শিক্ষকৰ নাম হল শ্ৰীযুত জয় চৰণ তালুকদাৰ, প্ৰতিষ্ঠানটো এনএএচিৰ দ্বাৰা স্বীকূতি পাইছিল। 20024 চনৰ 20আৰু 21 ডিচেম্বৰত তাৰিখে 'বি+' গ্ৰেড প্ৰদান কৰে। বাপুজী মহাবিদ্যালয়খন হৈছে অসমৰ গুৱাহাটী বিশ্ববিদ্যালয় আধীনত উচ্চ এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান য'ত কলা অনুষদত এঘাৰত পূৰ্ণাংগ বিভাগ আছে আৰু গ্ৰাম্য শীক্ষাৰ্থাসকলক উচ্চ শিক্ষা প্ৰদান কৰেয শিক্ষাৰ্থীসকলে নৈতিক আৰু আধ্যাত্মামিক উন্নতিও প্ৰাপ্ত কৰিবলা সক্ষম হৈছে। 

আপোনালোকে যদি এই কলেজখঝনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনমেহলে তলত দিয়া Emailলত Contact কৰক। 

Type- Suman Kakati