Barama College, Barama (Baksa)
বাৰামা মহাবিদ্যালয়খন 1971 চনৰ 5 ফেব্ৰুৱাৰীত বাক্সা জিলাৰ উচ্চ শিক্ষাৰ এক প্ৰধান আৰু আটাইতকৈ পুৰণি মহাবিদ্যালয় স্থাপন কৰা হৈছিল। এই মহাবিদ্যাখন গুৱাহাটি বিশ্ববিদ্যালয়ৰ পৰা 85 কিলোমিটাৰ দূৰত্বত আৰু ভূটানৰ পাদদেশৰ উত্তৰে 35 কিলোমিটাৰ দূৰত্বত আৱস্থিত।
আপোনালোকে যদি এই কগলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contacr কৰক।
Type- Suman kakati
Post ID : DABP003330